ৰাজস্থানৰ ভিলৱাৰাত ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১ সংখ্যক অৱতৰণ মহোৎসৱৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 28th, 03:50 pm
এই শুভ ক্ষণত ভগৱান দেৱনাৰায়ণ জীৰ আহ্বান অনুৰণিত হৈছে আৰু ভগৱান দেৱনাৰায়ণে কোনোৱে সুযোগ হেৰুৱাবলগীয়া হৈছে নেকি বুলি যেন সুধিছে! ময়ো ইয়াত আপোনালোকৰ মাজৰ এজন হিচাপে উপস্থিত আছো। আপোনালোকে মন কৰিব যে ইয়ালৈ মই প্ৰধানমন্ত্ৰী হিচাপে অহা নাই। ময়ো আপোনালোকৰ দৰে আশীৰ্বাদ বিচাৰিহে স-ভক্তিৰে আহিছো। ‘যজ্ঞশালা’ ত প্ৰসাদ আগবঢ়োৱাৰ সৌভাগ্যও লাভ কৰিছো। মোৰ দৰে সাধাৰণ মানুহ এজনে আজি আপোনালোকৰ সৈতে ভগৱান দেৱনাৰায়ণ জী আৰু তেওঁৰ ভক্তগণৰ আশীৰ্বাদ লাভ কৰাটো বৰ সৌভাগ্যৰ কথা বুলি অনুভৱ কৰিছো। আজি ভগৱান দেৱনাৰায়ণ আৰু ৰাইজ উভয়ৰে ‘দৰ্শন’ লাভেৰে ধন্য হৈছো। দেশৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো ভক্তৰ দৰে ময়ো ইয়ালৈ আহিছো ভগৱান দেৱনাৰায়ণৰপৰা ৰাষ্ট্ৰৰ অবিৰত সেৱা আৰু দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে আশীৰ্বাদ বিচাৰি।ৰাজস্থানৰ ভিলৱাৰাত ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১সংখ্যক ‘অৱতৰণ মহোৎসৱ’ৰ শুভাৰম্ভ অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰীৰ
January 28th, 11:30 am
আজি ৰাজস্থানৰ ভিলৱাৰাত ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১ সংখ্যক ‘অৱতৰণ মহোৎসৱ’ৰ স্মৃতিচাৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে মন্দিৰ দৰ্শন আৰু পৰিক্ৰমা কৰাৰ লগতে নিম পুলিও ৰোপণ কৰে। যজ্ঞশালাত চলি থকা বিষ্ণু মহাযজ্ঞতো তেওঁ পূৰ্ণাহুতি পালন কৰে। ভগৱান শ্ৰী দেৱনাৰায়ণ জীক ৰাজস্থানৰ জনসাধাৰণে পূজা-অৰ্চনা কৰে, আৰু তেওঁৰ অনুগামীসকল দেশৰ চৌদিশে বিয়পি আছে। বিশেষকৈ জনসেৱাৰ দিশত কৰা কামৰ বাবে তেওঁক শ্ৰদ্ধা কৰা হয়।প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণ পাঠৰ অসমীয়া অনুবাদ
January 01st, 12:31 pm
উপস্থিত সকলো গণ্যমান্য ব্যক্তিক, প্ৰথমতে, মই মাতা বৈষ্ণো দেৱী চৌহদত সংঘটিত শোকাৱহ ঘটনাটোৰ প্ৰতি শোক প্ৰকাশ কৰিছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে, যিসকল পদদলিত আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ সৈতে নিৰন্তৰ যোগাযোগত আছে। মই উপ ৰাজ্যপাল মনোজ সিনহাজীৰ সৈতেও কথা পাতিছো। সাহায্যৰ কাম হাতত লোৱা হৈছে আৰু আহতসকলৰ চিকিৎসা কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী-কিষাণৰ দশম কিস্তি মুকলি কৰে
January 01st, 12:30 pm
তৃণমূল পৰ্যায়ৰ কৃষকসকলক শক্তিশালী কৰাৰ নিৰন্তৰ প্ৰতিশ্ৰুতি আৰু সংকল্পৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰে। ১০ কোটিৰো অধিক হিতাধিকাৰী কৃষক পৰিয়াললৈ ২০,০০০ কোটি টকা।মথুৰাত ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আৰু ৰাষ্ট্ৰীয় কৃত্ৰিম গৰ্ভধাৰণ কাৰ্যসূচী মুকলি অনুষ্ঠান প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 11th, 01:01 pm
ভগৱান শ্ৰী কৃষ্ণ আৰু তেওঁ আহ্লাদিনী শক্তি শ্ৰী ৰাধাৰ জন্মৰ সাক্ষীৰ পবিত্ৰ ব্ৰজভূমিৰ পবিত্ৰ ভূমিক প্ৰণাম জনাইছো৷ ইয়ালৈ অহা সকলো ব্ৰজবাসীক মোৰ ৰাধে-ৰাধে৷প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী আৰু ৰাষ্ট্ৰীয় কৃত্ৰিম প্ৰজনন কাৰ্যসূচী
September 11th, 01:00 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মথুৰাত পশুধনৰ ভৰি আৰু মুখত হোৱা ৰোগ (এফ এম ডি) আৰু ব্ৰুচেল’ছিছ নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী (এন এ চি ডি পি) মুকলি কৰে৷Dhule has the potential of becoming an industrial city: PM Modi
February 16th, 03:31 pm
Addressing a gathering in Maharashtra's Dhule, PM Narendra Modi remembered the valour of our Jawans martyred in Pulwama. PM Modi said, It has been a policy of India that we don’t poke anyone. But if someone teases New India, it does not let it go unpunished. Mentioning about the projects launched today, PM Modi said that Dhule had the potential of becoming an industrial city. Many large national highways pass through here. Today, the strengthening of connectivity here has laid the foundation stone of two railway lines, the PM noted.মহাৰাষ্ট্ৰৰ ঢুলেত উপস্থিত প্ৰধানমন্ত্ৰী, মুকলি কৰিলে ভালেমান উন্নয়নমূলক প্ৰকল্প
February 16th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ঢুলে ভ্ৰমণ কৰে। ৰাজ্যখনত ভালেমান উন্নয়নমূলক প্ৰকল্প মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰদানমন্ত্ৰীৰ এই ভ্ৰমণকালত তেওঁৰ সৈতে থাকে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি বিদ্যাসাগৰ ৰাও, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী ড. সুভাষ ভাম্ৰে আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবীচ উপস্থিত থাকে।উত্তৰ প্ৰদেশৰ ঝাঁচীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 15th, 02:16 pm
আজি দেশ যথেষ্ট উদ্বিগ্ন আৰু দুখী৷ ইয়ালৈ অহা আপোনালোক সকলোৰে ভাৱনাক মই ভালদৰেই অনুধাৱন কৰিব পাৰিছো৷ পুলৱামাত সন্ত্ৰাসবাদীয়ে যে আক্ৰমণ কৰিলে তাৰ দ্বাৰা সমূহ ভাৰতীয় আক্ৰোশৰ অগ্নিত জ্বলি উঠিছে৷ আমাৰ বীৰ সৈনিকসকলে দেশৰ ৰক্ষাত নিজৰ জীৱন আহুতি দিছে, তেওঁলোকৰ এই বলিদান ব্যৰ্থ নহ’ব৷ এই নিশ্চিতি ঝাঁচীৰ ভূমিৰ পৰা, বীৰ আৰু বীৰাংগনাৰ ভূমিৰ পৰা ১৩০ কোটি ভাৰতীয়ক প্ৰদান কৰিব বিচাৰিছো৷প্ৰধানমন্ত্ৰীৰ ঝাঁচী ভ্ৰমণ
February 15th, 02:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাঁচী ভ্ৰমণ কৰে৷ ঝাঁচীত তেওঁ প্ৰতিৰক্ষা কৰিডৰৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷এন ডি এ চৰকাৰে দেশৰ কৰ্মসংস্কৃতি সলনি কৰিছেঃ লোকসভাত প্ৰধানমন্ত্ৰী মোদী
February 07th, 01:41 pm
আজি লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে “এন ডি এ চৰকাৰে দেশৰ কৰ্মসংস্কৃতি সলনি কৰিছে। প্ৰকল্পসমূহ কেৱল ভালদৰে ভাৱি উলিওৱাই নহয়, সময়মতে ৰূপায়িতও কৰা হৈছে।”লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণক লৈ হোৱা বিতৰ্কৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ মন্তব্য
February 07th, 01:40 pm
আজি লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে “এন ডি এ চৰকাৰে দেশৰ কৰ্মসংস্কৃতি সলনি কৰিছে। প্ৰকল্পসমূহ কেৱল ভালদৰে ভাৱি উলিওৱাই নহয়, সময়মতে ৰূপায়িতও কৰা হৈছে।”