আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৪৬ সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
July 04th, 11:40 pm
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৪৬ সংখ্যক স্বাধীনতা দিৱসত উপলক্ষে ৰাষ্ট্ৰপতি জো বাইডেন, উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।দ্বিতীয় গোলকীয় কোভিড ভাৰ্চুৱেল সন্মিলনৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
May 12th, 08:58 pm
কোভিড মহামাৰীয়ে জীৱন, যোগান শৃংখলাত ব্যাঘাত অব্যাহত ৰাখিছে আৰু সমাজৰ ধৈৰ্য-দৃঢ়তাৰ পৰীক্ষা লৈ আছে। ভাৰতত আমি মহামাৰীৰ বিৰুদ্ধে এক জনকেন্দ্ৰিক ৰণনীতি গ্ৰহণ কৰিছো। আমি আমাৰ বাৰ্ষিক স্বাস্থ্যসেৱা বাজেটত সৰ্বকালৰ সৰ্বাধিক ধন আৱণ্টন কৰিছো।দ্বিতীয় আন্তৰ্জাতিক কোভিড ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
May 12th, 06:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেন জুনিয়ৰৰ আমন্ত্ৰণমৰ্মে দ্বিতীয় আন্তৰ্জাতিক কোভিড ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। শীৰ্ষ সন্মিলনৰ মুকলি অধিবেশনত ‘ক’ৰোনা মহামাৰীৰ ফলত উদ্ভূত সংকটৰ মোকাবিলা আৰু যিকোনো পৰিস্থিতিৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিত অগ্ৰাধিকাৰ দিয়া’ শীৰ্ষক বিষয়ত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে।India and USA are the largest and oldest democracies. We have shared values: PM Modi
September 24th, 02:15 am
Prime Minister Narendra Modi met US Vice President Kamala Harris at the White House. The leaders reinforced the strategic partnership between the two countries. They discussed Covid-19 situation, Indo-Pacific and issues of mutual and global interest. India and USA are the largest and oldest democracies. We have shared values. Our cooperation is also gradually increasing, said PM Modi.মাৰ্কিন উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সভা
September 24th, 02:14 am
আমেৰিকা ভ্ৰমণৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ছেপ্টেম্বৰ, ২০২১ত মাৰ্কিন উপ ৰাষ্ট্ৰপতি সন্মানীয়া কমলা হেৰিছক সাক্ষাত্ কৰে।PM’s Departure Statement ahead of his visit to USA
September 22nd, 10:37 am
I will be visiting USA from 22-25 September, 2021 at the invitation of His Excellency President Joe Biden of the United States of Americaমিছ কমলা হেৰিছে দায়িত্বভাৰ গ্রহণ কৰাৰ পিছতে প্রধানমন্ত্রীৰ অভিনন্দন
January 21st, 09:19 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভাইছ প্ৰেছিডেণ্ট হিচাপে মিছ কমলা হেৰিছে তেওঁৰ দায়িত্বভাৰ গ্ৰহণ কৰা বাবে অভিনন্দন জনাইছে।প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু মার্কিন যুক্তৰাষ্ট্রৰ নৱনির্বাচিত ৰাষ্ট্রপতি শ্ৰীযুত যোছেফ আৰ বাইদেনৰ মাজত টেলিফোনিক বাৰ্তালা
November 17th, 11:58 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কালি মার্কিন যুক্তৰাষ্ট্রৰ নৱনির্বাচিত ৰাষ্ট্রপতি শ্ৰীযুত যোছেফ আৰ বাইদেনৰ সৈতে টেলিফোনযোগে কথা পাতে৷আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছক প্ৰধানমন্ত্ৰীৰ অভিনন্দ
November 08th, 10:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছক অভিনন্দন জনাইছে।