কলপক্কমত হোৱা কাৰ্যাৰম্ভৰ সাক্ষী হ’ল প্ৰধানমন্ত্ৰী

March 04th, 11:45 pm

তেওঁ কয় যে ব্যৱহাৰতকৈ অধিক ইন্ধন উৎপাদন কৰিব পৰা ‘ব্ৰিডাৰ ৰিয়েক্টৰ’-য়ে অৱশেষত ভাৰতৰ বিশাল ‘থোৰিয়াম ভাণ্ডাৰ’ৰ ব্যৱহাৰৰ পথ প্ৰশস্ত কৰিব।

তামিলনাডুৰ কল্পকামত থকা ভাৰতৰ প্ৰথমটো স্বদেশী ফাষ্ট ব্ৰীডাৰ ৰিয়েক্টৰ (৫০০ মেগাৱাট) ঐতিহাসিক “কোৰ লোডিঙৰ শুভাৰম্ভণি”ৰ সাক্ষী হ’ল প্ৰধানমন্ত্ৰী

March 04th, 06:25 pm

ভাৰতৰ তিনি পৰ্যায়ৰ পাৰমাণৱিক কাৰ্যসূচীৰ গুৰুত্বপূৰ্ণ দ্বিতীয় পৰ্যায়ত প্ৰৱেশৰ চিহ্নিত কৰা এক ঐতিহাসিক মাইলৰ খুঁটিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কল্পকমত ভাৰতৰ প্ৰথমটো থলুৱা ফাষ্ট ব্ৰীডাৰ ৰিয়েক্টৰ (৫০০ মেগাৱাট)ত “কোৰ লোডিং” আৰম্ভ হোৱাৰ সাক্ষী হয়৷

India's path to development will be strong through a developed Tamil Nadu: PM Modi

March 04th, 06:08 pm

Prime Minister Narendra Modi addressed a public gathering in Chennai, Tamil Nadu, where he expressed his enthusiasm for the city's vibrant atmosphere and acknowledged its significance as a hub of talent, trade, and tradition. Emphasizing the crucial role of Chennai in India's journey towards development, PM Modi reiterated his commitment to building a prosperous Tamil Nadu as an integral part of his vision for a developed India.

PM Modi addresses a public meeting in Chennai, Tamil Nadu

March 04th, 06:00 pm

Prime Minister Narendra Modi addressed a public gathering in Chennai, Tamil Nadu, where he expressed his enthusiasm for the city's vibrant atmosphere and acknowledged its significance as a hub of talent, trade, and tradition. Emphasizing the crucial role of Chennai in India's journey towards development, PM Modi reiterated his commitment to building a prosperous Tamil Nadu as an integral part of his vision for a developed India.

২-৩ জানুৱাৰী, ২০২৪-ত তামিলনাডু, লক্ষদ্বীপ আৰু কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

December 31st, 12:56 pm

২ জানুৱাৰী তাৰিখে পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰী তামিলনাডুৰ তিৰুচিৰাপল্লীত উপস্থিত হ'ব। তেওঁ তিৰুচিৰাপল্লীৰ ‘ভাৰতীদাসন বিশ্ববিদ্যালয়’ৰ ৩৮সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। দুপৰীয়া প্ৰায় ১২ বজাত তিৰুচিৰাপল্লীত এক ৰাজহুৱা কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে বিমান, ৰে'ল, পথ, তেল আৰু গেছ, জাহাজ আৰু উচ্চ শিক্ষা খণ্ডৰ সৈতে সম্পৰ্কিত ১৯,৮৫০ কোটি টকাৰ অধিক ব্যয়সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশলৈ উৎসৰ্গা তথা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। আবেলি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰী লাক্ষাদ্বীপৰ আগাট্টিত উপস্থিত হ'বগৈ। তাত তেওঁ এক ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। ৩ জানুৱাৰীৰ দিনা দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে লাক্ষাদ্বীপৰ কাৱাৰাট্টিত উপস্থিত হ'ব। ইয়াত তেওঁ দূৰসংযোগ, খোৱাপানী, সৌৰশক্তি আৰু স্বাস্থ্যৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত এলানি প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰাৰ লগতে লক্ষদ্বীপত নিৰ্মাণ হ’ব লগা এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।