কড়ৱা পাতিদাৰ সমাজৰ ১০০ তম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

কড়ৱা পাতিদাৰ সমাজৰ ১০০ তম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 11th, 12:48 pm

এই মোৰ কচ্ছী পেটেলসকল এতিয়া কেৱল কচ্ছৰে নহয়ে, বৰং সমগ্ৰ ভাৰতৰে গৌৰৱ হৈ পৰিছে। কাৰণ মই ভাৰতৰ যি কোণলৈকে যাওঁ, মই এই সম্প্ৰদায়ৰ লোকসকলক দেখা পাওঁ। সেয়েহে কোৱা হয়, कच्छड़ो खेले खलक में जो महासागर में मच्छ, जे ते हद्दो कच्छी वसे उत्ते रियाडी कच्छ।!

কাড়ৱা পাটিদাৰ সমাজৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ

কাড়ৱা পাটিদাৰ সমাজৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ

May 11th, 12:10 pm

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সনাতনী শতাব্দী মহোৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি জগদগুৰু শংকৰাচাৰ্য স্বামী সদানন্দ সৰস্বতী জীৰ উপস্থিতিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পোৱাৰ কথা উল্লেখ কৰে।