আজি সমগ্ৰ বিশ্বৰ মানুহে ভাৰতৰ বিষয়ে অধিক জানিব বিচাৰিছে: মন কী বাতত প্ৰধানমন্ত্ৰী
October 27th, 11:30 am
মন কী বাতলৈ আপোনালোকক স্বাগতম। মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো কি বুলি সুধিলে বহু ঘটনা মনলৈ আহে, কিন্তু এটা মুহূৰ্তই বিশেষভাৱে ধৰা দিয়ে। সেই মুহূৰ্তটো আছিল যোৱা বছৰৰ ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ উলিহাতু গাঁৱত ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী অনুষ্ঠানত উপস্থিত থকাটো। এই যাত্ৰাই মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। মই দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী যিয়ে এই পবিত্ৰ ভূমি শিৰত লৈ সেৱা কৰাৰ সৌভাগ্য লাভ কৰিছো। সেই মুহূৰ্তত মই কেৱল স্বাধীনতা সংগ্ৰামৰ শক্তি অনুভৱ কৰাই নহয় এই ভূমিৰ শক্তিৰ সৈতেও সংযোগ স্থাপনৰ সুযোগ পালোঁ। এটা দৃঢ়তা পূৰণৰ সাহসে দেশৰ লাখ লাখ মানুহৰ ভাগ্য কেনেদৰে সলনি কৰিব পাৰে সেই কথা উপলব্ধি কৰিছিলোঁ৷Prime Minister Narendra Modi to visit Maharashtra, Karnataka and Tamil Nadu
January 17th, 09:32 pm
Prime Minister Shri Narendra Modi will visit Maharashtra, Karnataka and Tamil Nadu on 19 January. At around 10:45 AM, Prime Minister will inaugurate and lay the foundation stone of multiple development projects in Solapur, Maharashtra. At around 2:45 PM, Prime Minister will inaugurate the Boeing India Engineering & Technology Centre and launch the Boeing Sukanya Programme in Bengaluru, Karnataka. Thereafter, at around 6 PM, Prime Minister will participate in the opening ceremony of Khelo India Youth Games in Chennai, Tamil Nadu.এছিয়ান গেমছ ২০২২ত পুৰুষৰ কাব্বাদি দলে সোণৰ পদক লাভ কৰা সাফল্য উদযাপন কৰে প্ৰধানমন্ত্ৰীয়ে
October 07th, 07:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত ‘এছিয়ান গে’মছ ২০২২’ত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে পুৰুষৰ কাব্বাদি দলক অভিনন্দন জ্ঞাপন কৰে।জয়পুৰত খেল মহাকুম্ভত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 05th, 05:13 pm
সৰ্বপ্ৰথমে জয়পুৰ মহাখেলত মেডেল জয় কৰা, এই প্ৰতিযোগিতাত ভাগ লোৱা প্ৰত্যেক খেলুৱৈ, প্ৰশিক্ষক আৰু তেওঁলোকৰ পৰিয়ালক বহুত-বহুত অভিনন্দন। আপোনালোক সকলোৱে জয়পুৰৰ খেলপথাৰত কেৱল খেলিবলৈ নমা নাই। আপোনালোকে জিকিবলৈও নামিল, আৰু শিকিবলৈও নামিল। আৰু য'ত শিকা হয়, তাত জয় নিজেনিজেই সুনিশ্চিত হৈ যায়। খেলপথাৰৰ পৰা কেতিয়াও কোনো খেলুৱৈ শুদা হাতে ঘূৰি নাযায়।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে জয়পুৰ মহাখেলত ভাষণ প্ৰধানমন্ত্ৰীৰ
February 05th, 12:38 pm
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জয়পুৰ মহাখেলত ভাষণ আগবঢ়ায়। এই উপলক্ষে তেওঁ কাবাদী মেচো প্ৰত্যক্ষ কৰে৷ জয়পুৰ গ্ৰাম্যৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী ৰাজ্যৱৰ্ধন সিং ৰাথোৰে ২০১৭ চনৰ পৰা জয়পুৰ মহাখেলৰ আয়োজন কৰি আহিছে।৫ ফেব্ৰুৱাৰীত জয়পুৰ মহাখেলত অংশগ্ৰহণকাৰীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
February 04th, 10:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে ৫ ফেব্ৰুৱাৰী, ২০২৩ৰ দুপৰীয়া ১ বজাত জয়পুৰ মহাখেলত অংশগ্ৰহণকাৰীক সম্বোধন কৰিব৷Success starts with action: PM Modi at inauguration of National Games
September 29th, 10:13 pm
PM Modi declared the 36th National Games open, which is being held in Gujarat. He reiterated the importance of sports in national life. “The victory of the players in the field of play, their strong performance, also paves the way for the victory of the country in other fields. The soft power of sports enhances the country's identity and image manifold.”PM Modi declares open the 36th National Games in Ahmedabad, Gujarat
September 29th, 07:34 pm
PM Modi declared the 36th National Games open, which is being held in Gujarat. He reiterated the importance of sports in national life. “The victory of the players in the field of play, their strong performance, also paves the way for the victory of the country in other fields. The soft power of sports enhances the country's identity and image manifold.”We are working with the mission of Transforming India: PM Modi at India-Korea Business Summit
February 27th, 11:00 am
At the India-Korea Business Summit, PM Modi said India had all the three factors of economy: Democracy, Demography and Demand. He said that Government, in the last 3.5 years had worked towards creating a stable business environment, removing arbitrariness in decision making. He added that Government was working with the mission of Transforming India from an old civilisation into a modern society and an informal economy into a formal economy.PM Modi inaugurates Synthetic Track of USHA School of Athletics at Kinalur
June 15th, 06:39 pm
While speaking at inauguration of Usha School of Athletics, PM Narendra Modi emphasized the importance of sports. He said, Sports can be expanded to mean S for Skill; P for Perseverance; O for Optimism; R for Resilience; T for Tenacity; S for Stamina. The PM added that India had no dearth of talent and need was to provide right kind of opportunity and create an ecosystem to nurture the talent. Women in our country have made us proud by their achievements in all fields- more so in sports, he added.Social Media Corner – 23rd October
October 23rd, 07:43 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!