PM Modi meets Prime Minister of Nepal
September 23rd, 06:25 am
PM Modi met PM K.P. Sharma Oli of Nepal in New York. The two leaders reviewed the unique and close bilateral relationship between India and Nepal, and expressed satisfaction at the progress made in perse sectors including development partnership, hydropower cooperation, people-to-people ties, and enhancing connectivity – physical, digital and in the domain of energy.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জন্মদিনৰ শুভেচ্ছাৰ বাবে বিশ্বৰ নেতাসকলক তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰে
September 17th, 10:53 pm
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীক দিয়া উত্তৰত শ্ৰী মোদীয়ে কয়:৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 15th, 09:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলে প্ৰদান কৰা শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে কে পি শৰ্মা অলীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ
July 15th, 11:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী কে পি শৰ্মা অলীক নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ বন্ধুত্বৰ গভীৰ বান্ধোন আৰু অধিক শক্তিশালী কৰাৰ লগতে ভাৰত আৰু নেপালৰ মাজত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ বাবে ঘনিষ্ঠভাৱে কাম কৰাৰ আশা প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰী আৰু নেপালৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ
August 15th, 02:45 pm
নেপালৰ প্ৰধানমন্ত্রী শ্রী কে পি শর্মা অ’লীয়ে আজি ভাৰতৰ প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷