Today, the country is undertaking holistic initiatives for the betterment of tribal communities: PM Modi
October 27th, 02:46 pm
PM Modi addressed the program marking the centenary birth year celebrations of late Shri Arvind Bhai Mafatlal in Chitrakoot, Madhya Pradesh. PM Modi cited the life of Arvind Mafatlal as an example of glory of the company of saints as he dedicated his life and made it into a resolution of service in the guidance of Param Pujya Ranchhoddasji Maharaj. The PM said that we should imbibe the inspirations of Arvind Bhai.মধ্যপ্ৰদেশৰ চিত্ৰকূটত প্ৰয়াত শ্ৰী অৰবিন্দ ভাই মফতলালৰ জন্ম শতবাৰ্ষিকী উদযাপনত প্ৰধানমন্ত্ৰীৰ সম্বোধন
October 27th, 02:45 pm
আজি মধ্যপ্ৰদেশৰ চিত্ৰকূটত প্ৰয়াত শ্ৰী অৰবিন্দ ভাই মফতলালৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। শ্ৰী সাধগুৰু সেৱা সংঘ ট্ৰাষ্ট ১৯৬৮ চনত পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজে প্ৰতিষ্ঠা কৰিছিল। পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজৰ পৰা অনুপ্ৰাণিত হৈ শ্ৰী অৰবিন্দ ভাই মফতলালে ট্ৰাষ্ট প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শ্ৰী অৰবিন্দ ভাই মফতলাল স্বাধীনোত্তৰ ভাৰতৰ অন্যতম আগশাৰীৰ উদ্যোগী আছিল, যিয়ে দেশৰ বৃদ্ধিৰ কাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।কে কে পেটেল ছুপাৰ স্পেচিয়েলিটী হাস্পটাল’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
April 15th, 11:01 am
আপোনালোক সকলোকে মোৰ ফালৰ পৰা জয় স্বামী নাৰায়ণ! মোৰ প্ৰিয় ভাই-ভনীসকল কেনে আছে? আপোনালোক কুশলে আছে নহয়? আজি ‘কে কে ছুপাৰ স্পেচিয়েলিটী হাস্পটাল’ আমাৰ সেৱাৰ বাবে উচৰ্গিত হ’ব। এই উপলক্ষে মই আপোনালোক সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছো।ভুজৰ কে কে পেটেল চুপাৰ স্পেচিয়েলিটি হস্পিটেল দেশবাসীক উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
April 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ ভুজত কে কে পেটেল চুপাৰ স্পেচিয়েলিটি হস্পিটেল দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰে। চিকিৎসালয়খন ভুজৰ শ্ৰী কচ্ছি লেভা পেটেল সমাজে নিৰ্মাণ কৰিছে। অনুষ্ঠানটোত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।