মহাৰাষ্ট্ৰত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 09th, 01:09 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি.পি. ৰাধাকৃষ্ণন জী, মুখ্যমন্ত্ৰী একনাথ শিন্দে জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থসকল, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীসকল, শ্ৰী দেৱেন্দ্ৰ ফাদনৱীজ জী, শ্ৰী অজিত পাৱাৰ জী, আন সকলো বিশিষ্ট ব্যক্তি আৰু মহাৰাষ্ট্ৰৰ মোৰ মৰমৰ ভাই-ভনীসকল...প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭৬০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
October 09th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭৬০০ কোটি টকাৰো অধিক বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প উদ্বোধন কৰে। আজিৰ প্ৰকল্পসমূহৰ ভিতৰত আছে ‘ড০ বাবাচাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, নাগপুৰ’ৰ উন্নীতকৰণ প্ৰকল্প আৰু ‘শিৰডী বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন’ৰ আধাৰশিলা স্থাপন। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ ১০ খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্যাৰম্ভৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে মুম্বাইৰ ‘ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান’ (আইআইএছ) আৰু মহাৰাষ্ট্ৰৰ ‘বিদ্যা সমীক্ষা কেন্দ্ৰ’ (ভিএছকে) উদ্বোধন কৰে।মুম্বাইত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 13th, 06:00 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছজী, মুখ্যমন্ত্ৰী একনাথ শিন্দেজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী পীয়ুষ গোৱেলজী, ৰামদাস আঠৱালেজী, উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিছজী, অজিত দাদা পাৱাৰজী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী মংগল প্ৰভাত জী, দীপক কেচৰকাৰজী, আন সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল।মহাৰাষ্ট্ৰৰ মুম্বাইত ২৯,৪০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ
July 13th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত ২৯,৪০০ কোটি টকাৰো অধিক মূল্যৰ পথ, ৰে’ল আৰু বন্দৰ খণ্ডৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশৰ নামত উৎসৰ্গা কৰে।As long as Modi is alive, no one can touch the reservations of SC, ST, OBC: PM Modi in Nandurbar
May 10th, 12:00 pm
Prime Minister Narendra Modi addressed a public meeting in Nandurbar, Maharashtra. He paid his respects to inspirational leaders Jananayak Krishnaji Rao Sable, Mahatma Jyotiba Phule, and Savitribai Phule. Speaking on the auspicious occasion of Akshaya Tritiya and Parshuram Jayanti, PM Modi extended his best wishes to all citizens, stating, The blessings we receive today become eternal.PM Modi addresses a public meeting in Nandurbar, Maharashtra
May 10th, 11:33 am
Prime Minister Narendra Modi addressed a public meeting in Nandurbar, Maharashtra. He paid his respects to inspirational leaders Jananayak Krishnaji Rao Sable, Mahatma Jyotiba Phule, and Savitribai Phule. Speaking on the auspicious occasion of Akshaya Tritiya and Parshuram Jayanti, PM Modi extended his best wishes to all citizens, stating, The blessings we receive today become eternal.Congress pushed farmers into crisis in Maharashtra: PM Modi in Ahmednagar
May 07th, 10:20 pm
Prime Minister Narendra Modi addressed a public meeting in Ahmednagar, Maharashtra, rallying support for BJP and NDA ahead of the upcoming elections. Addressing the gathering, PM Modi emphasized the significant contributions of Maharashtra in development, cooperative movements, and the legacy of Balasaheb Vikhe Patil and acknowledged his role in the progress of the state.INDI alliance was defeated in first phase of elections, & devastated in second: PM Modi in Beed
May 07th, 03:45 pm
Prime Minister Narendra Modi addressed public meeting in Beed, Maharashtra, rallying support for BJP and NDA ahead of the upcoming elections. Addressing the gathering, PM Modi emphasized the significant contributions of Maharashtra in development, cooperative movements, and the legacy of Balasaheb Vikhe Patil. He fondly remembered Balasaheb Vikhe Patil, acknowledging his role in the progress of the state.PM Modi addresses public meetings in Ahmednagar & Beed, Maharashtra
May 07th, 03:30 pm
Prime Minister Narendra Modi addressed public meetings in Ahmednagar and Beed, Maharashtra, rallying support for BJP and NDA ahead of the upcoming elections. Addressing the gathering, PM Modi emphasized the significant contributions of Maharashtra in development, cooperative movements, and the legacy of Balasaheb Vikhe Patil. He fondly remembered Balasaheb Vikhe Patil, acknowledging his role in the progress of the state.Path of govt is ‘dignity of labour’, ‘self-reliant worker’ and ‘welfare of the poor: PM Modi
January 19th, 12:00 pm
PM Modi laid the foundation stone of 8 AMRUT (Atal Mission for Rejuvenation and Urban Transformation) projects worth around Rs. 2,000 crores in Solapur, Maharashtra. PM Modi dedicated to the nation more than 90,000 houses completed under PMAY-Urban in Maharashtra and 15,000 houses of Raynagar Housing Society in Solapur. Addressing the gathering, the Prime Minister said, “It is a matter of great joy that these 1 lakh families will light Ram Jyoti in their pucca homes in the evening of 22nd January.”প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ চোলাপুৰত প্ৰায় ২,০০০ কোটি টকাৰ ৮টা অম্ৰুত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
January 19th, 11:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ চোলাপুৰত প্ৰায় ২,০০০ কোটি টকাৰ ৮টা অম্ৰুত (পুনৰুজ্জীৱিতকৰণ আৰু নগৰ পৰিৱৰ্তনৰ অটল অভিযান) প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ পিএমএৱাই-নগৰৰ অধীনত সম্পূৰ্ণ হোৱা ৯০,০০০ তকৈও অধিক গৃহ আৰু চোলাপুৰৰ ৰায়নগৰ হাউচিং চ'চাইটিৰ ১৫,০০০ গৃহ দেশবাসীক সমৰ্পিত কৰে, যাৰ হিতাধিকাৰীসকলৰ ভিতৰত আছে হাজাৰ হাজাৰ হস্ততাঁত কৰ্মী, বিক্ৰেতা, বিদ্যুৎ তাঁত কৰ্মী, ৰেগ পিকাৰ, বিড়ি শ্ৰমিক, চালক আৰু অন্যান্যসকল। তেওঁ এই কাৰ্যসূচীৰ সময়ছোৱাত মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী-স্বনিধিৰ ১০,০০০ হিতাধিকাৰীক প্ৰথম আৰু দ্বিতীয় কিস্তি বিতৰণৰ সূচনা কৰে।Pandharpur Yatra is one of the world’s oldest yatras and is seen as a people’s movement: PM Modi
November 08th, 03:33 pm
Prime Minister Narendra Modi laid the foundation stone and dedicated various National Highway and Road projects to the nation. Reflecting on the spiritual richness of India, the Prime Minister said service to Pandharpur is the service to Shri Narayan Hari for him. He said this is the land where the Lord resides even today for the sake of the devotees.PM lays foundation stone and dedicates various National Highway and Road projects to the Nation
November 08th, 03:30 pm
Prime Minister Narendra Modi laid the foundation stone and dedicated various National Highway and Road projects to the nation. Reflecting on the spiritual richness of India, the Prime Minister said service to Pandharpur is the service to Shri Narayan Hari for him. He said this is the land where the Lord resides even today for the sake of the devotees.মহাত্মা জ্যোতিবা ফুলেৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জল
April 11th, 10:33 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহান সমাজ সংস্কাৰক, চিন্তাবিদ, দাৰ্শনিক আৰু লেখক মহাত্মা জ্যোতিবা ফুলেৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ পাঠ
February 10th, 04:22 pm
শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদতৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ ওপৰত লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱক লৈ হোৱা আলোচনাৰ উত্তৰ দিয়ে। তেওঁ কয়, ‘ৰাষ্ট্ৰপতিজী’ৰ ভাষণত ভাৰতৰ 'সংকল্প শক্তি'প্ৰতিফলিত হৈছে। তেওঁৰ কথাবোৰে ভাৰতৰ জনসাধাৰণৰ মাজত আত্মবিশ্বাসৰ চেতনা বৃদ্ধি কৰিছে। শ্ৰী মোদীয়ে সদনৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আলোচনাৰ সময়ত বহু সংখ্যক মহিলা সাংসদে অংশগ্ৰহণ কৰা আৰু তেওঁলোকৰ চিন্তাৰে সংসদৰ কাৰ্যপ্ৰণালীসমৃদ্ধ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনায়।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ উত্তৰ
February 10th, 04:21 pm
শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদতৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ ওপৰত লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱক লৈ হোৱা আলোচনাৰ উত্তৰ দিয়ে। তেওঁ কয়, ‘ৰাষ্ট্ৰপতিজী’ৰ ভাষণত ভাৰতৰ 'সংকল্প শক্তি'প্ৰতিফলিত হৈছে। তেওঁৰ কথাবোৰে ভাৰতৰ জনসাধাৰণৰ মাজত আত্মবিশ্বাসৰ চেতনা বৃদ্ধি কৰিছে। শ্ৰী মোদীয়ে সদনৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আলোচনাৰ সময়ত বহু সংখ্যক মহিলা সাংসদে অংশগ্ৰহণ কৰা আৰু তেওঁলোকৰ চিন্তাৰে সংসদৰ কাৰ্যপ্ৰণালীসমৃদ্ধ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনায়।Our endeavour is Sabka Saath, Sabka Vikas: PM Modi
October 16th, 02:01 pm
Leading the BJP charge, Prime Minister Narendra Modi addressed three mega election rallies in Maharashtra’s Akola, Jalna and Panvel today. Addressing the gathering, PM Modi accused the opposition parties of politicising the issue of Article 370 and charged them with speaking on the same lines as that of the neighbouring country.মহাৰাষ্ট্ৰৰ এখন জনসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
October 16th, 10:18 am
মহাৰাষ্ট্ৰৰ অকোলাত এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুচ্ছেদ ৩৭০ক ৰাজনীতিকৰণ কৰাৰ বাবে বিৰোধী দলক দোষাৰোপ কৰে আৰু ‘‘চুবুৰীয়া দেশৰ সদৃশ ভাষাত ভাষণ প্ৰদান কৰা’’ বুলি মন্তব্য কৰে৷The first 100 days of our government at the Centre have been marked by Promise, Performance and Delivery: PM Modi
September 19th, 04:29 pm
Addressing a large public meeting of supporters in Nashik, Maharashtra, PM Modi described the major milestones achieved by the state BJP government in the last five years. The first 100 days have been marked by Promise, Performance and Delivery, said PM Modi.PM Modi addresses public meeting in Nashik, Maharashtra
September 19th, 04:15 pm
Addressing a large public meeting of supporters in Nashik, Maharashtra, PM Modi described the major milestones achieved by the state BJP government in the last five years. The first 100 days have been marked by Promise, Performance and Delivery, said PM Modi.