ৰেলৱেৰ আধুনিকীকৰণৰ অৰ্থে যোৱা বছৰকেইটাত অভূতপূৰ্ব কাম সম্পন্ন কৰা হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

January 17th, 02:36 pm

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াভাৱে ৰেলৱে আন্তঃগাঁথনি উন্নয়ন প্ৰচেষ্টাত হোৱা পৰিৱৰ্তনৰ কথা উল্লেখ কৰে। এই পৰিৱৰ্তনৰ জৰিয়তে ভাৰতীয় ৰেলৱেৰ আধুনিকীকৰণত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰা হৈছে। শ্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটৰ কেভাদিয়াৰে দেশখনৰ ভিন্ন প্ৰান্তক সংযোগ কৰা আঠ ট্ৰেইনৰ ফ্লেগ অফ আৰু ৰাজ্যখনত বহু ৰেল সম্পৰ্কীয় প্ৰকল্প উদ্বোধন কৰি প্ৰদান কৰা ভাষণত এইদৰে কয়।

‘ষ্টেচ্যু অব ইউনিটী’ৰ সৈতে হোৱা ৰে’ল-সংযোগ ব্যৱস্থাই পৰ্যটকসকলক উপকৃত কৰাৰ লগতে নিয়োগ সম্ভাৱনাৰো সৃষ্টি কৰিব : প্ৰধানমন্ত্ৰী

January 17th, 02:36 pm

কেৱড়ীয়াক সকলো দিশৰ পৰা ৰে’লৰে সংযোজিত কৰা কথাটো সকলোৰে বাবে স্মৰণীয় মূহূৰ্ত হৈ ৰ’ব বুলি অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গুজৰাটৰ কেৱড়ীয়াক সংযোজিত কৰি চলিবলগীয়া আঠখন ৰে’লগাড়ীৰ ‘ফ্লেগ-অফ’ কৰাৰ লগতে বহুকেইটা ৰে’ল-প্ৰকল্পৰ শুভাৰম্ভ কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এই অভিমত ব্যক্ত কৰিছিল।

যিবোৰ এলেকাত ৰে’ল যোগাযোগ নাছিল, সেইবোৰৰ সৈতে সংযোগ গঢ়ি তোলা হৈছে – প্ৰধানমন্ত্ৰী মোদী

January 17th, 02:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, দেশৰ যিবোৰ এলেকাৰ সৈতে ইমানদিনে যোগাযোগ নাছিল বা যোগাযোগ ব্যৱস্থাৰ বাহিৰত থাকি গৈছিল, সেইবোৰৰ সৈতে ৰে’ল নেটৱৰ্কৰ মাধ্যমেৰে সংযোগ গঢ়ি তোলা হৈছে। শ্ৰী মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেভাড়িয়াৰ সৈতে সংযোগ স্থাপন কৰিবলগীয়া ৮ খন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে আৰু গুজৰাটত একাধিক ৰে’ল প্ৰকল্পৰ উদ্বোধন কৰি ভাষণ প্ৰদান কৰে।

আজি কেৱাড়িয়া বিশ্ব পৰ্যটনৰ আকৰ্ষণৰ প্ৰধান কেন্দ্ৰবিন্দু হিচাপে পৰিচিত হৈ উঠিছেঃ প্ৰধানমন্ত্ৰী মোদী

January 17th, 02:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেৱাড়িয়া পূৰ্বৰ দুৰ্গম অঞ্চলৰ পৰা ৰূপান্তৰিত হৈ বিশ্বৰ ভিতৰতে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে বুলি মন্তব্য কৰে৷ কেৱাড়িয়ালৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আঠখন ৰে’লৰ যোগাযোগ ব্যৱস্থাৰ ফ্লেগ অফ কৰাৰ পিছত শ্ৰী মোদীয়ে তেওঁৰ ভাষণত এই কথা উল্লেখ কৰে৷

ষ্টেছ্যু অফ ইউনিটী মসৃণ ৰে’ল যাত্ৰাৰ বাবে ৮খন ৰে’লৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 17th, 11:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ পৰা গুজৰাটৰ কেৱাডিয়াক সংযুক্ত কৰা ৮খন ৰেলগাড়ীৰ ফ্লেগ অফ কৰে। এই ৰেলগাড়ীসমূহে ষ্টেচু অৱ ইউনিটীলৈ সুচল যাতায়ত ব্যৱস্থা নিশ্চিত কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে গুজৰাটৰ ৰেলৱে খণ্ডৰ সৈতে জড়িত আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে ষ্টেচু অৱ ইউনিটীলৈ ৰেল সংযোগ সুচল কৰিবলৈ আঠখন ৰেলৰ ফ্লেগ অফ কৰে

January 17th, 11:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ পৰা গুজৰাটৰ কেৱাডিয়াক সংযুক্ত কৰা ৮খন ৰেলগাড়ীৰ ফ্লেগ অফ কৰে। এই ৰেলগাড়ীসমূহে ষ্টেচু অৱ ইউনিটীলৈ সুচল যাতায়ত ব্যৱস্থা নিশ্চিত কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে গুজৰাটৰ ৰেলৱে খণ্ডৰ সৈতে জড়িত আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকে।

চৰ্দাৰ বল্লভভাই পেটেল জুলজিকেল পাৰ্ক উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়

October 30th, 06:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেভাড়িয়াত চৰ্দাৰ পেটেল জুলজিকেল পাৰ্ক আৰু জিওডেছিক এভিয়েৰী ডম উদ্বোধন কৰে। তেওঁ কেভাড়িয়াত সমন্বিত উন্নয়ন আঁচনিৰ অধীনত ১৭ টা প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে আৰু ৪ টা নতুন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। এই আঁচনিবোৰৰ ভিতৰত আছে নেভিগেচন চেনেল, নতুন ব'ল্ড ব্ৰীজ, গৰুড়েশ্বৰ বান্ধ, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কোৱাৰ্টাৰ, বাছ বে টাৰ্মিনাছ, একতা নাৰ্চাৰী, ভৱানী ইকো-ট্যুৰিজম আৰু জনজাতীয় আবাসস্থান বা হোমষ্টে। তেওঁ এই অনুষ্ঠানত ষ্টেছ্যু অৱ ইউনিটি-ৰ বাবে একতা ক্ৰুজ সেৱাও মুকলি কৰে।

The full stress of our Government is on upliftment of poor: PM Modi

November 01st, 09:59 pm

PM Narendra Modi made a strong pitch for development saying it is the only way to solve the problems that India is facing and urged state governments and local governing bodies to work in tandem to make the country poverty-free. He also said skilled youth can pull themselves out of poverty and help fuel the engine of growth. He that skilled youth can pull themselves out of poverty and help fuel the engine of growth. He also said that states like Chhattisgarh, which have potential for ecotourism, can generate employment by investing little capital in its development.

PM visits Chhattisgarh, launches Jungle Safari, unveils Statue of Pt. Deendayal Upadhyay, inaugurates Rajyotsav

November 01st, 09:58 pm

PM Narendra Modi inaugurated a jungle safari, statue of Pandit Deendayal Upadhyaya and Naya Raipur BRTS project in Chhattisgarh. PM Modi added that despite several challenges the state has faced, Chhattisgarh has shown the way that it can lead when it comes to development. PM Modi also emphasized the extensive scope tourism has in Chhattisgarh.