আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ
April 26th, 10:27 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জোছেফ আৰ.বাইডেনৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।জলবায়ু সন্দৰ্ভত নেতৃবৰ্গৰ সন্মিলন (এপ্ৰিল ২২-২৩, ২০২১)
April 21st, 05:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২-২৩ এপ্ৰিল ২০২১ তাৰিখে ভাৰ্চুৱেলী অনুষ্ঠিত হ’বলগীয়া জলবায়ু সন্দৰ্ভত নেতৃবৰ্গৰ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি যোছেফ আৰ বাইডেনৰ আমন্ত্ৰণমৰ্মে অংশগ্ৰহণ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে নেতৃবৰ্গৰ প্ৰথম অধিৱেশনত অৰ্থাৎ ২২ এপ্ৰিল ২০২১ তাৰিখে সন্ধিয়া ৫.৩০ বজাৰ পৰা ৭.৩০ বজালৈ Our Collective Sprint to 2030” শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰিব৷কোৱাড নেতৃবৰ্গৰ প্রথম ভাৰ্চুৱেল সন্মিলন
March 11th, 11:23 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১২ মার্চত ভার্চুৱেলী অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিচন, জাপানৰ প্রধানমন্ত্রী য়’শীহিদ ছুগা আৰু মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জোছেফ আৰ বাইডেনৰ লগতে চাৰি দেশীয় জোট কোৱাড্রিলেটাৰেল ফ্রেমৱর্কৰ বৈঠকত মিলিত হ’ব৷ এয়া কোৱাড্রিলেটাৰেল ফ্রেমৱর্ক নেতৃবৃন্দৰ প্রথম সন্মিলন।প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু মার্কিন যুক্তৰাষ্ট্রৰ নৱনির্বাচিত ৰাষ্ট্রপতি শ্ৰীযুত যোছেফ আৰ বাইদেনৰ মাজত টেলিফোনিক বাৰ্তালা
November 17th, 11:58 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কালি মার্কিন যুক্তৰাষ্ট্রৰ নৱনির্বাচিত ৰাষ্ট্রপতি শ্ৰীযুত যোছেফ আৰ বাইদেনৰ সৈতে টেলিফোনযোগে কথা পাতে৷