অষ্টাদশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

September 07th, 01:28 pm

“ইষ্ট এছিয়া সন্মিলন”ত পুনৰবাৰ অংশগ্ৰহণ কৰাটো মোৰ বাবে আনন্দৰ বিষয়। ৰাষ্ট্ৰপতি উইডোডোৰ অভূতপূৰ্ব আচৰণৰ বাবে মই আন্তৰিক অভিনন্দন জনাইছো। তদুপৰি, এই বৈঠকত পৰ্যবেক্ষক হিচাপে উপস্থিত থকা মই টিমৰ লেষ্টেৰ প্ৰধানমন্ত্ৰী মহামহিম চেনানা গুজমাওক আদৰণি জনাইছো।

২৩সংখ্যক আছিয়ান- ভাৰত সন্মিলন আৰু অষ্টাদশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

September 07th, 11:47 am

আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আছিয়ান-ভাৰত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ইয়াৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণৰ ক্ষেত্ৰত আছিয়ান নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আছিয়ানৰ মূল স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ পদক্ষেপ আৰু অঞ্চলটোত আছিয়ানৰ দৃষ্টিভংগীৰ অভিসৰণৰ ওপৰত আলোকপাত কৰে। তেওঁ আছিয়ান-ভাৰত মুক্ত বাণিজ্য চুক্তিৰ পৰ্যালোচনা নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বিংশতম আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্যৰ অসমীয়া অনুবাদ

September 07th, 10:39 am

ইয়াক প্ৰেক্ষাপটত ভাৰত-আছিয়ান সন্মিলনৰ যুটীয়া অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাটো মোৰ বাবে এক বৃহৎ আনন্দৰ কথা।

ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি

September 06th, 06:26 pm

মই প্ৰথমে ২০ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত অংশগ্ৰহণ কৰিম। এতিয়া চতুৰ্থ দশকত ভৰি দিয়া আমাৰ অংশীদাৰিত্বৰ ভৱিষ্যতৰ পথ সম্পৰ্কে আছিয়ানৰ নেতাসকলৰে আলোচনা কৰিবলৈ আগ্ৰহী হৈ উঠিছোঁ। আছিয়ানৰ সৈতে সংযোগ ভাৰতৰ “এক্ট ইষ্ট” নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। যোৱা বছৰ স্বাক্ষৰিত বিস্তৃত কৌশলগত অংশীদাৰিত্বই আমাৰ সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিছে।

ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে (ছেপ্টেম্বৰ ০৬-০৭, ২০২৩)

September 02nd, 07:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম জোকো উইডোডোৰ আমন্ত্ৰণ ক্ৰমে ০৬-০৭ ছেপ্টেম্বৰ ২০২৩ ত ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম জোকো উইডোডোৰ আমন্ত্ৰণ ক্ৰমে ০৬-০৭ ছেপ্টেম্বৰ ২০২৩ ত ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ইণ্ডোনেছিয়াই আয়োজিত কৰা ২০ সংখ্যক ‘আছিয়ান-ভাৰত সন্মিলন’ আৰু ১৮ সংখ্যক ‘পূব এছিয়া সন্মিলন’ত ‘আছিয়ান’ৰ বৰ্তমানৰ অধ্যক্ষ হিচাপে অংশগ্ৰহণ কৰিব। ২০২২ চনত ‘ভাৰত-আছিয়ান সম্পৰ্ক’ক এক ‘ব্যাপক কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰাৰ পিছত আগন্তুক ‘আছিয়ান-ভাৰত সন্মিলন’ প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ব। এই সন্মিলনত ভাৰত-আছিয়ান সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে পৰস্পৰৰ মাজৰ সহযোগিতাৰ ভৱিষ্যতৰ দিশসমূহ নিৰ্দিষ্ট কৰা হ'ব। ‘পূব এছিয়া সন্মিলন’-য়ে আছিয়ান দেশসমূহৰ নেতাসকল আৰু ভাৰতকে ধৰি ইয়াৰ আঠোটা আলোচনা-অংশীদাৰক আঞ্চলিক আৰু গোলকীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব।

Prime Minister’s meeting with President of USA and President of Indonesia on the sidelines of G-20 Summit in Bali

November 15th, 10:12 pm

Prime Minister Shri Narendra Modi met President of USA H.E. Mr. Joseph R. Biden and President of Indonesia H.E. Mr. Joko Widodo on the margins of G-20 Leaders’ Summit in Bali today.

Vision of self-reliant India embodies the spirit of global good: PM Modi in Indonesia

November 15th, 04:01 pm

PM Modi interacted with members of Indian diaspora and Friends of India in Bali, Indonesia. He highlighted the close cultural and civilizational linkages between India and Indonesia. He referred to the age old tradition of Bali Jatra” to highlight the enduring cultural and trade connect between the two countries.

প্রধানমন্ত্রীয়ে ইন্দোনেছিয়াৰ বালিত ভাৰতীয় বংশোদ্ভুত আৰু ভাৰতৰ বন্ধুসকলৰ সৈতে মতবিনিময় কৰে

November 15th, 04:00 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৫ নবেম্বৰত ইন্দোনেছিয়াৰ বালিত ৮০০জনৰো অধিক ভাৰতীয় বংশোদ্ভুত আৰু ভাৰতৰ বন্ধুসকলৰ সৈতে মতবিনিময় কৰে। ইন্দোনেছিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা এই প্ৰাণৱন্ত লোকসকল একত্ৰিত হৈছিল।

জি-৭ সন্মিলনৰ আঁৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী

June 27th, 09:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জুন, ২০২২ ত জাৰ্মানীৰ শ্বলছ এলমাউত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী জোক’ উইডোডোৰ সৈতে মিলিত হয়।

Meeting between PM Modi and President Joko Widodo of Indonesia

October 31st, 10:09 pm

PM Narendra Modi met President Joko Widodo in Rome. Strong relations with Indonesia is a key part of India’s ‘Act East’ policy and ‘SAGAR’ vision. Ways to improve economic linkages and cultural cooperation figured prominently during the talks.

Prime Minister Shri Narendra Modi spoke on phone today with H.E. Joko Widodo, President of Indonesia.

April 28th, 03:42 pm

PM Narendra Modi spoke to Joko Widodo, President of Indonesia. The two leaders exchanged thoughts about the spread of the COVID-19 pandemic in the region and the world.

PM Modi's meetings on the sidelines of ASEAN Summit in Thailand

November 04th, 11:38 am

On the sidelines of the ongoing ASEAN Summit in Thailand, PM Modi held bilateral meetings with world leaders.

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

November 03rd, 06:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংককত ৩ নৱেম্বৰত আছিয়ান-ইষ্ট এছিয়া সন্মিলন সম্পৰ্কীয় বৈঠকৰ আজৰি সময়ত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মাননীয় জোকো ৱাইড’ডোক সাক্ষাৎ কৰে৷

শ্ৰী জোকো উইড’ড’ই ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন

October 21st, 06:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ পুনৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি শ্ৰী জোকো উইড’ড’ক অভিনন্দন জনায়৷ ‘‘ৰাষ্ট্ৰপতি @jokowi ক আমাৰ ওচৰ চুবুৰীয়া ইণ্ডোনেচিয়াৰ পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে হৃদয়েৰে অভিনন্দন জনাইছো৷ তেওঁৰ সবল নেতৃত্বত আমাৰ বন্ধুত্ব তথা কৌশলগত মিত্ৰতা অধিক শক্তিশালী হ’ব বুলি মই আশা প্ৰকাশ কৰিছো’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

Telephone conversation between Prime Minister Shri Narendra Modi and the President of the Republic of Indonesia H. E. Joko Widodo

October 01st, 08:29 pm

Prime Minister Shri Narendra Modi made a telephone call to the President of the Republic of Indonesia H. E. Joko Widodo today. PM Modi offered deepest condolences on his behalf and on behalf of the people of India on the loss of precious lives in the recent earthquake and tsunami that hit the Sulawesi region of Indonesia.

PM Modi, President Widodo of Indonesia inaugurate unique kite exhibition

May 30th, 01:18 pm

Prime Minister Narendra Modi and Indonesian President Joko Widodo unveiled a unique kite exhibition in Jakarta. The kites in the exhibits were themed on the Ramayana and the Mahabharata.

PM's Statement prior to his departure to Indonesia, Malaysia and Singapore

May 28th, 10:05 pm

Following is the text of the Prime Minister Shri Narendra Modi's departure statement prior to his visit to Indonesia, Malaysia and Singapore.

India-Indonesia Joint Statement during the State visit of President of Indonesia to India

December 12th, 08:40 pm

PM Narendra Modi met President of Indonesia, Mr. Joko Widodo in New Delhi today. The leaders held wide ranging talks to enhance Partnership between India and Indonesia. Both the leaders agreed to pursue new opportunities to take the economic and cultural ties to new heights.

Prime Mininster Narendra Modi at joint press statement with President of Indonesia, Mr. Joko Widodo

December 12th, 02:18 pm

Prime Minister Shri Narendra Modi held extensive talks with the President of Indonesia, Mr. Joko Widodo in New Delhi today. The leaders deliberated upon several issues and discussed ways to strengthen ties between both countries. Both the countries agreed to enhance cooperation on several sectors.