প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

June 21st, 02:26 pm

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আজি পুৱা দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং, প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব ড০ পি কে মিশ্ৰ, জ্যেষ্ঠ বিষয়াবৰ্গ আৰু অন্যান্যসকলে যোগ অধিৱেশনত অংশগ্ৰহণ কৰে।

মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ সিন্ধিয়া বিদ্যালয়ৰ ১২৫ সংখ্যক প্ৰতিষ্ঠাপক দিৱস উদযাপনৰ কাৰ্যসূচীত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

October 21st, 11:04 pm

মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগু ভাই পেটেল, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, সিন্ধিয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু মন্ত্ৰীসভাত মোৰ সহযোগীসকল শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰীযুত নৰেন্দ্ৰ সিং টোমৰ, ডাঃ জিতেন্দ্ৰ সিং, বিদ্যালয় পৰিচালনাৰ সহকৰ্মী আৰু সকলো কৰ্মচাৰী, শিক্ষক আৰু অভিভাৱকসকল আৰু মোৰ প্ৰিয় যুৱ বন্ধুসকল!

মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ দ্য সিন্ধিয়া স্কুলৰ ১২৫সংখ্যক প্ৰতিষ্ঠাপক দিৱস উদযাপনৰ কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ

October 21st, 05:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ‘দ্য সিন্ধিয়া স্কুল’ৰ ১২৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্যসূচীত ভাষণ আগবঢ়ায়। কার্যসূচীৰ সময়ত প্রধানমন্ত্রীয়ে বিদ্যালয়খনত ‘বহুমূখী ক্ৰীড়া চৌহদ’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিশিষ্ট প্রাক্তন ছাত্র-ছাত্রী আৰু কৃতিত্বতে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিদ্যালয়খনৰ বার্ষিক বঁটা প্রদান কৰে৷ ১৮৯৭ চনত প্ৰতিষ্ঠা হোৱা সিন্ধিয়া বিদ্যালয়খন ঐতিহাসিক গোৱালিয়ৰ দুৰ্গৰ ওপৰত অৱস্থিত। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক স্মাৰক ডাক টিকটো মুকলি কৰে।

Institutions acting against the corrupt and corruption have no need to be defensive: PM Modi

November 03rd, 01:29 pm

PM Modi addressed the programme marking Vigilance Awareness Week of Central Vigilance Commission. The Prime Minister stressed the need to bring in common citizens in the work of keeping a vigil over corruption. No matter how powerful the corrupt may be, they should not be saved under any circumstances, he said.

PM addresses programme marking Vigilance Awareness Week in New Delhi

November 03rd, 01:18 pm

PM Modi addressed the programme marking Vigilance Awareness Week of Central Vigilance Commission. The Prime Minister stressed the need to bring in common citizens in the work of keeping a vigil over corruption. No matter how powerful the corrupt may be, they should not be saved under any circumstances, he said.

PM Modi hands over chaadar to be offered at Dargah of Khwaja Moinuddin Chishti

March 24th, 01:49 pm

PM Narendra Modi today handed over 'Chaadar' to be offered at Dargah of Khwaja Moinuddin Chishti, Ajmer Sharif, to the Minister of State for Minority Affairs and Parliamentary Affairs, Shri Mukhtar Abbas Naqvi and MoS PMO, Shri Jitendra Singh.