PM Modi addresses public meeting at Puducherry

March 30th, 04:31 pm

Addressing a public meeting in Puducherry today, Prime Minister Narendra Modi said, “There is something special about Puducherry that keeps bringing me back here again and again.” He accused Congress government for its negligence and said, “In the long list of non-performing Congress governments over the years, the previous Puducherry Government has a special place. The ‘High Command’ Government of Puducherry failed on all fronts.”

পুডুচেৰীত বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

February 25th, 10:28 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰাইকল জিলাত ৪৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰলেনযুক্ত কৰা আৰু কাৰাইকল নিউ কেম্পাছত প্ৰথম পৰ্যায়ত মেডিকেল কলেজ ভৱনৰ শিলান্যাস কৰে। সাগৰমালা কাৰ্যসূচীৰ অধীনত প্ৰধানমন্ত্ৰীয়ে পণ্ডীচেৰীত ক্ষুদ্ৰ সমূদ্ৰ বন্দৰৰ উন্নয়ন আৰু ইন্দিৰা গান্ধী স্প’ৰ্টছ কমপ্লেক্সত ছিন্থেটিক এথলেটিক ট্ৰেক প্ৰকল্পৰ শিলান্যাস কৰে।

পণ্ডীচেৰীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 25th, 10:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰাইকল জিলাত ৪৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰলেনযুক্ত কৰা আৰু কাৰাইকল নিউ কেম্পাছত প্ৰথম পৰ্যায়ত মেডিকেল কলেজ ভৱনৰ শিলান্যাস কৰে। সাগৰমালা কাৰ্যসূচীৰ অধীনত প্ৰধানমন্ত্ৰীয়ে পণ্ডীচেৰীত ক্ষুদ্ৰ সমূদ্ৰ বন্দৰৰ উন্নয়ন আৰু ইন্দিৰা গান্ধী স্প’ৰ্টছ কমপ্লেক্সত ছিন্থেটিক এথলেটিক ট্ৰেক প্ৰকল্পৰ শিলান্যাস কৰে।

Fourth BIMSTEC Summit Declaration, Kathmandu, Nepal (August 30-31, 2018)

August 31st, 12:40 pm



নেপালৰ কাঠমাণ্ডুত বিমষ্টেক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

August 30th, 05:28 pm

সৰ্বপ্ৰথমে মই এই চতুর্থ বিমষ্টেক সন্মিলনৰ আয়োজক দেশ নেপালে এই সন্মিলনৰ সফল আয়োজন কৰাৰ বাবে নেপাল চৰকাৰ আৰু প্রধানমন্ত্রী অ’লীৰ প্রতি আন্তৰিক কৃতজ্ঞতা জনাইছো। যদিও এয়া মোৰ বাবে প্রথম বিমষ্টেক সন্মিলন, কিন্তু ২০০৬ চনত গোৱাত আয়োজিত ব্রিক্‌ছ সন্মিলনৰ সৈতে বিমষ্টেক ৰিট্রিট অনুষ্ঠানত ভাগ লোৱাৰ সুযোগ পাইছিলো। গোৱাত আমি যি কার্যসূচী প্ৰস্তুত কৰিছিলো, সেই অনুসৰি দলসমূহে প্রশংসনীয়ভাবে পৰৱর্তী পদক্ষেপ আগবঢ়াই নিছে।