PM Modi delivers powerful speeches at public meetings in Taranagar & Jhunjhunu, Rajasthan

November 19th, 11:03 am

PM Modi, in his unwavering election campaign efforts ahead of the Rajasthan assembly election, addressed public meetings in Taranagar and Jhunjhunu. Observing a massive gathering, he exclaimed, “Jan-Jan Ki Yahi Pukar, Aa Rahi Bhajpa Sarkar”. PM Modi said, “Nowadays, the entire country is filled with the fervour of cricket. In cricket, a batsman comes and scores runs for his team. But among the Congress members, there is such a dispute that scoring runs is far-fetched; these people are engaged in getting each other run out. The Congress government spent five years getting each other run out.”

ঝুনঝুনুত ৰাষ্ট্ৰীয় পৰিপুষ্টি অভিযান মুকলি আৰু বেটি বচাও বেটি পঢ়াও অভিযানৰ সম্প্ৰসাৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

March 08th, 02:51 pm

আজি ৮ মাৰ্চ, সমগ্ৰ বিশ্বই আজিৰ দিনটোত বিগত ১০০ বছৰৰো অধিক কাল আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰি আহিছে৷ কিন্তু আজি সমগ্ৰ ভাৰত ঝুনঝুনুৰ সৈতে জড়িত হৈ পৰিল৷ দেশৰ প্ৰতিটো স্থানতে প্ৰযুক্তিৰ সহায়ত ঝুনঝুনুৰ এই দৃশ্য ৰাইজে দেখিবলৈ পাইছে৷

ৰাজস্থানৰ ঝুনজুনুত ৰাষ্ট্ৰীয় পুষ্টিকৰণ অভিযান আৰু বেটী বচাও বেটী পঢ়াও আঁচনিৰ সম্প্ৰসাৰিত সংস্কৰণ মুকলি প্ৰধানমন্ত্ৰীৰ

March 08th, 02:50 pm

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ ঝুনজুনুত ৰাষ্ট্ৰীয় পুষ্টিকৰণ অভিযান আৰু বেটী বচাও বেটী পঢ়াও আঁচনিৰ সম্প্ৰসাৰিত সংস্কৰণ মুকলি কৰে৷

৮ মাৰ্চত ৰাজস্থানৰ ঝুনঝুনু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

March 07th, 12:31 pm

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ মাৰ্চত ৰাজস্থানৰ ঝুনজুনু জিলা ভ্ৰমণ কৰিব৷ কন্যা শিশুৰ অধিকাৰ আৰু শিক্ষা নিশ্চিত কৰিবলৈ চৰকাৰে ৰূপায়ন কৰা বেটা বচাও বেটী পঢ়াও কাৰ্যসূচীৰ সম্প্ৰসাৰিত সংস্কৰণ তেওঁ উদ্বোধন কৰিব৷ এই সম্প্ৰসাৰণে বৰ্তমানৰ ১৬১খন জিলাৰ পৰা দেশৰ মুঠ ৬৪০জিলাক সাঙুৰি ল’ব৷