এছিয়ান পেৰা গেমছৰ জেভলিন থ্ৰ’ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে টেকচান্দ মাহলাৱাটক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 28th, 08:32 pm

চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছৰ পুৰুষৰ জেভলাইন থ্ৰ’-এফ৫৫ ইভেণ্টত আজি ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টেকচান্দ মাহলাৱটক অভিনন্দন জনায়।

এছিয়ান পেৰা গেমছত পুৰুষৰ জেভলিন থ্ৰ’ত স্বৰ্ণ জয় কৰাৰ বাবে নীৰজ যাদৱক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে

October 28th, 11:26 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ ‘এছিয়ান পেৰা গে’মছ’ত পুৰুষৰ ‘জেভেলিন থ্ৰ’-এফ ৫৫ প্ৰতিযোগিতা’ত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে নীৰজ যাদৱক অভিনন্দন জ্ঞাপন কৰে।

এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ জেভেলিন থ্ৰো-এফ৩৭ ইভেণ্টত হেনিৰ স্বৰ্ণ পদক বিজয়ত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে

October 25th, 04:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ জেভেলিন থ্ৰো-এফ৩৭ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে হেনিক অভিনন্দন জ্ঞাপন কৰে।

PM celebrates Bronze Medal by Pushpendra Singh in Men's Javelin F64 event in Asian Para Games

October 25th, 01:26 pm

The Prime Minister, Shri Narendra Modi has congratulated Pushpendra Singh on winning the Bronze medal in Men's Javelin F64 event at Asian Para Games 2022 in Hangzhou, China.

PM celebrates Gold Medal and World record by Sumit Antil in Men's Javelin F64 event in Asian Para Games

October 25th, 01:24 pm

The Prime Minister, Shri Narendra Modi has congratulated Sumit Antil on winning the Gold medal in Men's Javelin F64 2 event and creating a Para Asian Record and Games Record at Asian Para Games 2022 in Hangzhou, China.

মুম্বাইত অনুষ্ঠিত ‘আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি (আইঅ’চি)ৰ ১৪১ সংখ্যক অধিৱেশন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 14th, 10:34 pm

‘আইঅ'চি’-ৰ সভাপতি শ্ৰীযুত থমাছ বাখ, ‘আইঅ'চি’-ৰ সন্মানীয় সদস্যবৃন্দ, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যন’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় ফেডাৰেশ্যন’ৰ প্ৰতিনিধিবৃন্দ। ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল!

PM inaugurates 141st International Olympic Committee (IOC) Session in Mumbai

October 14th, 06:35 pm

PM Modi inaugurated the 141st International Olympic Committee (IOC) Session in Mumbai. Addressing the event, the Prime Minister underlined the significance of the session taking place in India after 40 years. He also informed the audience that India is eager to host the Olympics in the country and will leave no stone unturned in the preparation for the successful organization of the Olympics in 2036. This is the dream of the 140 crore Indians, he added.

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত পুৰুষৰ জেভলিন ইভেণ্টত নীৰজ চোপ্ৰাই একেৰাহে দ্বিতীয়টো স্বৰ্ণ পদক জয় কৰাত অভিনন্দন জনায়

October 04th, 08:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত পুৰুষৰ জেভলিন ইভেণ্টত একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক লাভ কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে।

এছিয়ান গেমছ ২০২২ ত পুৰুষৰ জেভেলিন ইভেণ্টত কিশোৰ জেনাৰ ৰূপৰ পদক বিজয়ত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

October 04th, 08:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত পুৰুষৰ জেভেলিন ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে কিশোৰ জেনাক অভিনন্দন জ্ঞাপন কৰে।

দোহা ডাইমণ্ড লীগত প্ৰথম স্থান লাভ কৰা নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

May 06th, 10:57 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নীৰজ চোপ্ৰাক দোহা ডাইমণ্ড লীগত প্ৰথম স্থান লাভৰ বাবে অভিনন্দন জনাইছে।

পুৰুষৰ জেভেলিনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰা নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

July 24th, 09:51 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ জেভেলিনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জনাইছে৷

প্রধানমন্ত্রীয়ে তেওঁৰ বাসভৱনত ভাৰতীয় পেৰালিম্পিক প্রতিনিধিদলক সংবর্ধনা জনায়

September 09th, 02:41 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি তেওঁৰ বাসভৱনত টকিঅ' ২০২০ পেৰালিম্পিক প্রতিযোগিতাত অংশ গ্ৰহণ কৰা ভাৰতীয় প্রতিনিধিদলক সংবর্ধনা জনাইছে। এই প্রতিনিধিদলত পেৰা এথলিটসকলৰ উপৰিও প্রশিক্ষকসকল উপস্থিত আছিল।

বিশেষ আলোকচিত্ৰঃ পেৰাঅলিম্পিক চেম্পিয়নৰ সৈতে স্মৰণীয় কথোপকথন !

September 09th, 10:00 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ টকিঅ’ পেৰাঅলিম্পিকত অংশগ্ৰহণ কৰা আৰু বিশ্ব দৰবাৰত দেশক সন্মানিত কৰা ভাৰতীয় পেৰাঅলিম্পিকৰ চেম্পিয়নসকলক সাক্ষাৎ কৰে

পেৰাঅলিম্পিক গেমছৰ জেভলিন থ্ৰ’ত স্বৰ্ণ পদক অৰ্জনৰ বাবে সুমিত অন্তিলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

August 30th, 05:43 pm

টকিঅ’ত অনুষ্ঠিত পেৰাঅলিম্পিক গেমছৰ জেভলিন থ্ৰ’ত স্বৰ্ণ পদক অৰ্জনৰ বাবে সুমিত অন্তিলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

‘টকিঅ’ ২০২০ পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’লৈ যাবলগীয়া ভাৰতীয় ‘পেৰা-এথলিট’সকলৰে বাৰ্তালাপত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি

August 17th, 11:01 am

কাৰ্যক্ৰমত মোৰ সৈতে উপস্থিত থকা ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী শ্ৰীমান অনুৰাগ ঠাকুৰ জী, খেলুৱৈ বন্ধুসকল, প্ৰশিক্ষকসকল, আৰু বিশেষভাবে উপস্থিত থকা আপোনালোকৰ অভিভাৱকসকল। আপোনালোকৰ সৈতে কথা পাতি মোৰ বিশ্বাস বাঢ়িছে যে এইবাৰৰ ‘পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’তো ভাৰতে নতুন ইতিহাস ৰচনা কৰিব। মই আপোনালোক সকলো খেলুৱৈ আৰু প্ৰশিক্ষকবৃন্দক আপোনালোকৰ সফলতাৰ বাবে, দেশৰ বিজয়ৰ বাবে বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছৰ ভাৰতীয় পেৰা এথলীটসকলৰ সৈতে মত বিনিময় কৰে

August 17th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছৰ ভাৰতীয় পেৰা এথলীট দল আৰু পেৰা এথলীটসকলৰ পৰিয়াল, অভিভাৱক আৰু প্ৰশিক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মত বিনিময় কৰে। অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ উপস্থিত আছিল।

Exclusive Pictures! PM Modi meets Olympians who made India proud!

August 16th, 10:56 am

A day after praising them from the ramparts of the Red Fort and getting the whole nation to applaud them, Prime Minister Narendra Modi met the Indian athletes who participated in the Olympics and made India proud.Here are some exclusive pictures from the event!

টকিঅ’ ২০২০ত কৰা দৰ্শনীয় প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

August 08th, 06:24 pm

টকিঅ’ ২০২০ত কৰা দৰ্শনীয় প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। টকিঅ’ অলিম্পিকৰ সামৰণি মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈয়েই চেম্পিয়ণ।

টকিঅ’ অলিম্পিক ২০২০ৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

August 07th, 06:12 pm

টকিঅ’ অলিম্পিক, ২০২০ত জেভেলিন থ্ৰ’ত স্বর্ণ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অভিনন্দন জনায়৷ প্রধানমন্ত্রীয়ে লগতে কয় যে যে নীৰজে এক অনবদ্য আবেগ লৈ খেলিলে আৰু তেওঁ অসাধাৰণ ধৈর্য প্ৰদৰ্শন কৰিলে।

টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় ক্রীড়াবিদসকলৰ সৈতে ভার্চুৱেল বৈঠকত প্রধানমন্ত্রীৰ ভাষণৰ মূল বক্তব্য

July 13th, 05:02 pm

মই আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই খুবেই আনন্দিত। যদিও মই সকলোৰে সৈতে কথা পাতিব পৰা নাই, তথাপি আজি সমগ্র দেশৰ মানুহে আপোনালোকৰ আবেগ আৰু উৎসাহ অনুধাবন কৰিব পাৰিছে। এই বাৰ্তালাপৰ কর্মসূচীত আমাৰ সৈতে উপস্থিত আছে দেশৰ ক্রীড়ামন্ত্রী শ্রী অনুৰাগ ঠাকুৰ। ঠিক একেদৰে আমাৰ বর্তমান আইনমন্ত্রী শ্রী কিৰেন ৰিজিজু’জী, যি কিছুদিন আগলৈকে ক্রীড়ামন্ত্রী হিচাপে আপোনালোকৰ বাবে অনেক কাম কৰিছে। কনিষ্ঠতম ক্রীড়া প্রতিমন্ত্রী শ্রী নিতীশ প্রামাণিক’জী আমাৰ সৈতে আছে। সমস্ত ক্রীড়া সংস্থাৰ প্রধান, তেওঁলোকৰ সদস্য আৰু টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ গৈছে আমাৰ সহকর্মী তথা খেলুৱৈৰ পৰিয়ালৰ সদস্যসকল- তেওঁলোকৰ সকলোৰে সৈতে আজি এক ভার্চুৱেল মাধ্যমত আমাৰ কথোপকথন হৈছে। সেয়ে মই আপোনালোক সকলোকে মোৰ দিল্লীৰ ঘৰলৈ আমন্ত্রণ জনাব পৰা হ'লে আৰু ভাল লাগিল হেতেন আৰু মই আপোনালোকৰ সৈতে ব্যক্তিগতভাবে দেখা কৰিব পাৰিলো হেতেন। ইয়াৰ আগতেও মই এই ধৰণৰ কাম কৰিছো। মোৰ বাবে এই ধৰণৰ অনুষ্ঠান খুবেই আনন্দদায়ক। অৱশ্যে এইবাৰ কৰোণাৰ কাৰণে সেয়া সম্ভব হোৱা নাই। তদুপৰি অর্ধেকৰ বেছি খেলুৱৈয়ে ইতিমধ্যেই বিদেশত প্রশিক্ষণ লৈছে। কিন্তু আপোনালোকক প্রতিশ্রুতি দিছো যে, আপোনালোক উভতি আহিলে মই অৱশ্যই দেখা কৰিম। কৰোণা পৰিস্থিতিয়ে অনেক কিছুৰ পৰিৱর্তন ঘটাইছে। অলিম্পিকৰ বছৰো বদলিছে, যেনেকৈ আপোনালোকে প্রস্তুতি চলাইছিল, তাৰো পৰিৱৰ্তন ঘটিছে। অলিম্পিক আৰম্ভ হ'বলৈ এতিয়া আৰু মাত্র ১০ দিন বাকী আছে। আপোনালোকে টকিঅ'ত এক ভিন্ন ধৰণৰ পৰিবেশ দেখিবলৈ পাব।