Prime Minister announces the starting of a special 100 day campaign today with a focus on the high burden TB districts
December 07th, 02:38 pm
Emphasising that India’s fight against TB just got stronger, the Prime Minister Shri Narendra Modi announced the starting of a special 100 day campaign today with a focus on the high burden TB districts. He also urged the citizens to read an article written by Union Health Minister Shri J P Nadda.প্ৰবাসী ভাৰতীয়সকলে বিভিন্ন দেশত নিজৰ নাম উজলাইছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 24th, 11:30 am
মন কী বাতৰ ১১৬সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এনচিচি দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰি দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত এন চি চি কেডেটৰ ভূমিকাক আলোকপাত কৰে। তেওঁ উন্নত ভাৰতৰ বাবে যুৱ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনাৰ বিষয়ে কয়। তেওঁ যুৱক-যুৱতীসকলে জ্যেষ্ঠ নাগৰিকসকলক ডিজিটেল প্লেটফৰ্ম চলোৱাত সহায় কৰা আৰু এক পেড় মা কে নাম অভিযানৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনীও শ্বেয়াৰ কৰে।Ek Hain To Safe Hain: PM Modi in Nashik, Maharashtra
November 08th, 12:10 pm
A large audience gathered for public meeting addressed by Prime Minister Narendra Modi in Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.Article 370 will never return. Baba Saheb’s Constitution will prevail in Kashmir: PM Modi in Dhule, Maharashtra
November 08th, 12:05 pm
A large audience gathered for a public meeting addressed by PM Modi in Dhule, Maharashtra. Reflecting on his bond with Maharashtra, PM Modi said, “Whenever I’ve asked for support from Maharashtra, the people have blessed me wholeheartedly.”PM Modi addresses public meetings in Dhule & Nashik, Maharashtra
November 08th, 12:00 pm
A large audience gathered for public meetings addressed by Prime Minister Narendra Modi in Dhule and Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.The BJP has entered the electoral field in Jharkhand with the promise of Suvidha, Suraksha, Sthirta, Samriddhi: PM Modi in Garhwa
November 04th, 12:21 pm
Prime Minister Narendra Modi today addressed a massive election rally in Garhwa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”PM Modi campaigns in Jharkhand’s Garhwa and Chaibasa
November 04th, 11:30 am
Prime Minister Narendra Modi today addressed massive election rallies in Garhwa and Chaibasa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”আৰম্ভ ৬.০ৰ সময়ত যুৱ চৰকাৰী কৰ্মচাৰীৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
October 30th, 09:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ ৬.০ৰ সময়ত যুৱ চৰকাৰী কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰি জন অংশীদাৰী নীতিৰ জৰিয়তে শাসন ব্যৱস্থাৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ শক্তিশালী আৰু তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যৱস্থা আৰু ফলপ্ৰসূ অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে যুৱ চৰকাৰী কৰ্মচাৰীসকলক নাগৰিকসকলৰ বাবে ‘জীৱন সুচল’ কৰি তোলাৰ জৰিয়তে তেওঁলোকৰ উন্নতিৰ দিশত কাম কৰিবলৈও আহ্বান জনায়।গুজৰাটৰ আমৰেলীত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 28th, 04:00 pm
মঞ্চত উপবিষ্ট গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী চি.আৰ. পাটিল জী আৰু গুজৰাটৰ ভাই-ভনী আৰু আজি বিশেষকৈ আমৰেলীৰ ভাই-ভনীসকল।PM Modi lays foundation stone and inaugurates various development projects worth over Rs 4,900 crore in Amreli, Gujarat
October 28th, 03:30 pm
PM Modi laid the foundation stone and inaugurated various development projects worth over Rs 4,900 crores in Amreli, Gujarat. The Prime Minister highlighted Gujarat's remarkable progress over the past two decades in ensuring water reaches every household and farm, setting an example for the entire nation. He said that the state's continuous efforts to provide water to every corner are ongoing and today's projects will further benefit millions of people in the region.স্বচ্ছতাই সেৱা, ২০২৪ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 02nd, 10:15 am
আজি পূজ্য বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰী জীৰ জন্ম বাৰ্ষিকী। মা ভাৰতীৰ এই মহান পুত্ৰসকলক বিনম্ৰভাৱে প্ৰণাম জনাইছোঁ। ভাৰতৰ বাবে গান্ধীজী আৰু দেশৰ মহান ব্যক্তিসকলে যি সপোন দেখিছিল, সেই সপোন পূৰণৰ বাবে এই দিনটোৱে আমাক সকলোকে একত্ৰিতভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে
October 02nd, 10:10 am
‘স্বচ্ছ ভাৰত অভিযান’ৰ শুভাৰম্ভৰ ১০ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত ১৫৫ সংখ্যক গান্ধী জয়ন্তীত উপলক্ষে আয়োজিত ‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে ‘অম্ৰুত’ আৰু ‘অম্ৰুত ২.০’, ‘ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা আৰু গোবৰ্ধন আঁচনি’ৰ অধীনৰ প্ৰকল্পকে ধৰি ৯৬০০ কোটি টকাৰ কেবাটাও অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে আৰু আন কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ‘স্বচ্ছতা হী সেৱা ২০২৪’ৰ বিষয়বস্তু হৈছে 'স্বাভৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা'।'মন কী বাত' তারিবশিং থৌরম অসিগী অশেংবা এংকরশিংনি: পি.এম. মোদী
September 29th, 11:30 am
My dear countrymen, Namaskar. Once again we have the opportunity to connect in today's Mann Ki Baat. This episode today is going to make me emotional. It's flooding me with a lot of old memories... The reason is that this journey of ours in Mann Ki Baat is completing 10 years. 10 years ago Mann Ki Baat started on the day of Vijayadashami on the 3rd of October. And what a pine coincidence it is that this year on the 3rd of October when 10 years of Mann Ki Baat are completed, it will be the first day of Navratri. There are many phases in this long journey of Mann Ki Baat that I can never forget. Crores of listeners of Mann Ki Baat have been our companions in this journey, whose continuous support I have kept receiving. They provided information from every corner of the country.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে 'জল সঞ্চয় জন ভাগীদাৰী' উদ্যোগৰ শুভাৰম্ভ কৰে
September 06th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটৰ চুৰাটত 'জল সঞ্চয় জন ভাগীদাৰী' উদ্যোগৰ শুভাৰম্ভণিৰ অনুষ্ঠানত ভাষণ দিয়ে। এই কাৰ্যসূচীৰ অধীনত, বৰষুণৰ পানী সংৰক্ষণ বৃদ্ধি আৰু দীৰ্ঘম্যাদী পানীৰ স্থিৰতা নিশ্চিত কৰাৰ বাবে ৰাজ্যজুৰি প্ৰায় ২৪,৮০০বৰষুণৰ পানী সংগ্ৰহ কৰি ৰখা গাঁথনি নিৰ্মাণ কৰা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে 'জল সঞ্চয় জন ভাগীদাৰী' উদ্যোগৰ শুভাৰম্ভ কৰে
September 06th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটৰ চুৰাটত 'জল সঞ্চয় জন ভাগীদাৰী' উদ্যোগৰ শুভাৰম্ভণিৰ অনুষ্ঠানত ভাষণ দিয়ে। এই কাৰ্যসূচীৰ অধীনত, বৰষুণৰ পানী সংৰক্ষণ বৃদ্ধি আৰু দীৰ্ঘম্যাদী পানীৰ স্থিৰতা নিশ্চিত কৰাৰ বাবে ৰাজ্যজুৰি প্ৰায় ২৪,৮০০বৰষুণৰ পানী সংগ্ৰহ কৰি ৰখা গাঁথনি নিৰ্মাণ কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে ৬ ছেপ্টেম্বৰত 'জল সঞ্চয় জন ভাগীদাৰী পদক্ষেপ' মুকলি কাৰ্যসূচীত ভাষণ দিব
September 05th, 02:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে দুপৰীয়া ১২:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ চুৰাটত 'জল সঞ্চয় জন ভাগীদাৰী পদক্ষেপ' মুকলিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত ভাষণ দিব।ত্ৰিৰংগাৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ‘হৰ ঘৰ তিৰংগা অভিযান’ এক অনন্য উৎসৱত পৰিণত হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
July 28th, 11:30 am
বন্ধুসকল, ক্ৰীড়া জগতত এই অলিম্পিকৰ বাহিৰেও কিছুদিন আগতে গণিতৰ জগততো এখন অলিম্পিক অনুষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে এই অলিম্পিয়াডত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ইয়াত আমাৰ দলটোৱে সৰ্বোত্তম প্ৰদৰ্শন কৰি চাৰিটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত শতাধিক দেশৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ দলটোৱে সামগ্ৰিকভাৱে শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰাত সফল হৈছে। দেশলৈ গৌৰৱ কঢ়িয়াই অনা এইসকল ছাত্ৰ-ছাত্ৰীৰ নাম হ'ল-পুনেৰ আদিত্য ভেংকট গণেশ, পুনেৰ সিদ্ধাৰ্থ চোপ্ৰা, দিল্লীৰ অৰ্জুন গুপ্তা, গ্ৰেটাৰ নয়দাৰ কানৱ তালৱাৰ, মুম্বাইৰ ৰুশিল মাথুৰ আৰু গুৱাহাটীৰ আনন্দ ভাদুৰী।অষ্ট্ৰিয়াৰ ভিয়েনাত ভাৰতীয় সসমাজক সম্বোধি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 10th, 11:00 pm
তেন্তে মই আৰম্ভ কৰো নে? অষ্ট্ৰিয়াৰ মহামান্য অৰ্থনীতি আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী মহোদয়, প্ৰবাসী ভাৰতীয় সমাজৰ মোৰ বন্ধুসকল, ভাৰতৰ সকলো বন্ধু আৰু শুভাকাংক্ষীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াত ভাৰতীয় সমুদায়ক সম্বোধন কৰে
July 10th, 10:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েনাত প্ৰবাসী ভাৰতীয়ই তেওঁৰ সন্মানত আয়োজন কৰা এক অনুষ্ঠানত ভাৰতীয় সমুদায়ক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ আগমনত প্ৰবাসী ভাৰতীয় সমুদায়ে তেওঁক অতি উৎসাহ আৰু মৰমেৰে আদৰণি জনায়। অষ্ট্ৰিয়াৰ ফেডাৰেল শ্ৰম আৰু অৰ্থনীতি মন্ত্ৰী মহামহিম শ্ৰী মাৰ্টিন কোচাৰেও এই সামুদায়িক সভাত অংশগ্ৰহণ কৰে।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দান কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
July 02nd, 09:58 pm
মই ৰাষ্ট্ৰপতি মহোদয়াই প্ৰদান কৰা ভাষণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ থিয় দিছো।