গুজৰাটৰ আমৰেলীত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 28th, 04:00 pm
মঞ্চত উপবিষ্ট গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী চি.আৰ. পাটিল জী আৰু গুজৰাটৰ ভাই-ভনী আৰু আজি বিশেষকৈ আমৰেলীৰ ভাই-ভনীসকল।PM Modi lays foundation stone and inaugurates various development projects worth over Rs 4,900 crore in Amreli, Gujarat
October 28th, 03:30 pm
PM Modi laid the foundation stone and inaugurated various development projects worth over Rs 4,900 crores in Amreli, Gujarat. The Prime Minister highlighted Gujarat's remarkable progress over the past two decades in ensuring water reaches every household and farm, setting an example for the entire nation. He said that the state's continuous efforts to provide water to every corner are ongoing and today's projects will further benefit millions of people in the region.প্ৰধানমন্ত্ৰীয়ে ২৮ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব
October 26th, 03:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজৰ সৈতে যৌথভাৱে টাটা এডভান্সড ছিষ্টেমছ লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰিব। ইয়াৰ পিছত প্ৰায় ১১ বজাত তেওঁ ভদোদৰাৰ লক্ষ্মী বিলাস প্ৰাসাদলৈ যাব। ভদোদৰাৰ পৰা প্ৰধানমন্ত্ৰী আমৰেলীলৈ যাব য’ত দিনৰ প্ৰায় ২:৪৫ বজাত তেওঁ আমৰেলীৰ দুধালাত ভাৰত মাতা সৰোবৰ উদ্বোধন কৰিব। ইয়াৰ উপৰিও, বিয়লি প্ৰায় ৩ বজাত তেওঁ আমৰেলীৰ লাঠীত ৪৮০০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।It’s owing to the efforts of Maharja Digvijay Singh of Jamnagar that India has great relations with Poland: PM Modi in Jamnagar
May 02nd, 11:30 am
Addressing a rally in Jamnagar, PM Modi said “It’s owing to the efforts of Maharja Digvijay Singh of Jamnagar that India has great relations with Poland.” He added that Maharaja Digvijay Singh gave safe haven to Polish citizens fleeing the country owing to World War-2.PM Modi addresses powerful rallies in Anand, Surendranagar, Junagadh and Jamnagar in Gujarat
May 02nd, 11:00 am
Ahead of the impending Lok Sabha elections, Prime Minister Narendra Modi addressed powerful rallies in Anand, Surendranagar, Junagadh and Jamnagar in Gujarat. He added that his mission is a 'Viksit Bharat' and added, 24 x 7 for 2047 to enable a Viksit Bharat.জি-২০ স্বাস্থ্যমন্ত্ৰীৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ পাঠ
August 18th, 02:15 pm
ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ হৈ মই দেশৰ লগতে মোৰ গৃহ ৰাজ্য গুজৰাটত থকা আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছো। ভাৰতৰ ২৪ লাখ চিকিৎসক, ৩৫ লাখ নাৰ্ছ, ১৩ লাখ পেৰামেডিকেল, ১৬ লাখ ফাৰ্মাচিষ্ট আৰু আন লাখ লাখ স্বাস্থ্যসেৱা পেছাদাৰীৰ সৈতে আপোনালোকক আদৰণি জনাইছো।জি-২০ স্বাস্থ্যমন্ত্ৰীসকলৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ
August 18th, 01:52 pm
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ২১ লাখ চিকিৎসক, ৩৫ লাখ নাৰ্ছ, ১৩ লাখ পেৰামেডিকেল, ১৬ লাখ ফাৰ্মাচিষ্ট আৰু ভাৰতৰ স্বাস্থ্যসেৱাৰ সৈতে জড়িত কেইবালাখ লোকৰ হৈ উপস্থিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায়।We stamped out terrorism in the last eight years with resolute actions: PM Modi in Jamnagar
November 28th, 02:15 pm
Addressing his third public meeting of the day, The Prime Minister said, “It is equally important for a developed India to be a self-reliant India. And that's why Gujarat's industries, MSMEs-small scale industries have a huge role to play. Jamnagar's brass industry and bandhani art have received a lot of support over the years. Today, Jamnagar produces everything from pins to aeroplane parts”.BJP does not consider border areas or border villages as the last village of the country but as the first village: PM Modi in Anjar
November 28th, 01:56 pm
PM Modi came down heavily on the Congress for colluding with those who opposed the delivery of water to Kutch. PM Modi said, “The Congress has always been encouraging those who opposed the Sardar Sarovar Dam. The people of Kutch can never forget such a party, which created hurdles for the people of Kutch.” PM Modi further talked about how the Kutch Branch Canal is changing lives, PM Modi said, “The hard work of the BJP government is paying off for Kutch. Today many agricultural products are exported from Kutch”.BJP has done the work of making Gujarat a big tourism destination of the country: PM Modi in Palitana
November 28th, 01:47 pm
Continuing his campaigning to ensure consistent development in Gujarat, PM Modi today addressed a public meeting in Palitana, Gujarat. PM Modi started his first rally of the day by highlighting that the regions of Bhavnagar and Saurashtra are the embodiment of ‘Ek Bharat, Shreshtha Bharat’.PM Modi addresses public meetings in Palitana, Anjar, Jamnagar & Rajkot, Gujarat
November 28th, 01:46 pm
Continuing his campaigning to ensure consistent development in Gujarat, PM Modi today addressed public meetings in Palitana, Anjar & Jamnagar, Gujarat. In his first rally of the day, PM Modi said that the region of Saurashtra embodies the spirit of ‘Ek Bharat, Shreshtha Bharat’. In his second address at Anjar, PM Modi talked about Kutch’s recovery from the earthquake in 2001. In his last two public meetings for the day, PM Modi talked about the economy and the manufacturing sector of Gujarat.Jamnagar is emerging as the hub of manufacturing and coast-led development: PM Modi
October 10th, 06:50 pm
PM Modi laid the foundation stone and dedicated to the nation multiple projects worth around Rs 1450 crore in Jamnagar, Gujarat. The PM informed everyone that five resolutions of development have created a solid foundation for the state of Gujarat. The first resolution is Jan Shakti, the second is Gyan Shakti, the third is Jal Shakti, the fourth is Urja Shakti and finally Raksha Shakti.PM lays the foundation stone and dedicates to the nation multiple projects worth over Rs 1450 crore in Jamnagar, Gujarat
October 10th, 06:49 pm
PM Modi laid the foundation stone and dedicated to the nation multiple projects worth around Rs 1450 crore in Jamnagar, Gujarat. The PM informed everyone that five resolutions of development have created a solid foundation for the state of Gujarat. The first resolution is Jan Shakti, the second is Gyan Shakti, the third is Jal Shakti, the fourth is Urja Shakti and finally Raksha Shakti.৯-১১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 08th, 12:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ গুজৰাটৰ লগতে ১১ অক্টোবৰতে মধ্যপ্ৰদেশো ভ্ৰমণ কৰিব।জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাৰ আন্তৰ্জাতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
April 19th, 03:49 pm
মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথজী, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেড্ৰছ, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, মোৰ কেবিনেট সহযোগী শ্ৰী সৰ্বানন্দ সোণোৱালজী, ডঃ মনসুখ মাণ্ডৱিয়াজী, শ্ৰী মুঞ্জপাৰা মহেন্দ্ৰভাই, আৰু এই অনুষ্ঠানত উপস্থিত থকা অন্যান্য গণ্যমান্য ব্যক্তিসকল, মহিলা আৰু ভদ্ৰলোকসকল!জামনগৰত ‘হু’ৰ ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 19th, 03:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জুগনৌথ, ‘বিশ্ব স্বাস্থ্য সংস্থা’(হু)ৰ সঞ্চালক প্ৰধান ড০ টেড্ৰছ ঘেব্ৰেইছাছৰ উপস্থিতিত জামনগৰত ‘হু’-ৰ ‘গ্লোবেল চেণ্টাৰ পৰ ট্ৰেডিশ্যনেল মেডিচিন’(জিচিটিএম)ৰ আধাৰশিলা স্থাপন কৰে। পাৰম্পাৰিক ভেষজৰ ক্ষেত্ৰত ‘জিচিটিএম’ হ’ব সমগ্ৰ পৃথিৱীৰ ভিতৰতে প্ৰথম আৰু একমাত্ৰ গোলকীয় কেন্দ্ৰৰ চকী। গোলকীয় কল্যাণৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব এইটো কেন্দ্ৰ। এই উপলক্ষে বাংলাদেশ, ভূটান, নেপালৰ প্ৰধানমন্ত্ৰীকেইগৰাকীৰ লগতে মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱীয়া, শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী মঞ্জুপাৰা মহেন্দ্ৰভাই আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলও উপস্থিত থাকে।Corona period has pushed use and research in Ayurveda products: PM Modi
November 13th, 10:37 am
On Ayurveda Day, PM Modi inaugurated two institutes - Institute of Teaching and Research in Ayurveda (ITRA), Jamnagar and the National Institute of Ayurveda (NIA), Jaipur via video conferencing. PM Modi said India's tradition of Ayurveda is receiving global acceptance and benefitting whole humanity. He said, When there was no effective way to fight against Corona, many immunity booster measures like turmeric, kaadha, etc. worked as immunity boosters.PM dedicates two future-ready Ayurveda institutions to the nation on Ayurveda Day
November 13th, 10:36 am
On Ayurveda Day, PM Modi inaugurated two institutes - Institute of Teaching and Research in Ayurveda (ITRA), Jamnagar and the National Institute of Ayurveda (NIA), Jaipur via video conferencing. PM Modi said India's tradition of Ayurveda is receiving global acceptance and benefitting whole humanity. He said, When there was no effective way to fight against Corona, many immunity booster measures like turmeric, kaadha, etc. worked as immunity boosters.প্ৰধানমন্ত্ৰীয়ে ১৩ নৱেম্বৰত জামনগৰ আৰু জয়পুৰত দুটা অত্যাধুনিক আয়ুৰ্বেদিক প্ৰতিষ্ঠান উদ্বোধন কৰি
November 11th, 03:43 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে পঞ্চম আয়ুৰ্বেদ দিৱসত জামনগৰত ইনষ্টিটিউট অব্ টিচিং এণ্ড ৰিচাৰ্ছ (আইটিআৰএ) তথা জয়পুৰত নেচনেল ইনষ্টিটিউট অব্ আয়ুর্বেদ (এনআইএ)-ৰ ১৩ নৱেম্বৰ তাৰিখে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে উদ্বোধন কৰিব। এই দুটি প্রতিষ্ঠান একবিংশ শতাব্দীত আয়ুৰ্বেদৰ উন্নয়নত৪ আৰু ৫ মাৰ্চ, ২০১৯ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 03rd, 10:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ আৰু ৫ মাৰ্চ, ২০১৯ত গুজৰাট ভ্ৰমণ কৰিব৷ প্ৰথম দিনা তেওঁ যমনগৰ, যশপুৰ আৰু আহমেদাবাদৰ আৰু ৫ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে অদালাজ আৰু বস্ত্ৰাল ভ্ৰমণ কৰিব৷