ৰিপাব্লিক টিভিৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 26th, 08:01 pm
অৰ্ণব গোস্বামীজী, ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সকলো সহকৰ্মী, ৰিপাব্লিক টিভিৰ দেশ-বিদেশৰ সমূহ দৰ্শক, ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল। বেলেগ কথা কোৱাৰ পূৰ্বে মই শৈশৱতে শুনা এটা কৌতুক আপোনালোক সকলোৰে আগত ক’ব বিচাৰিছোঁ। এগৰাকী অধ্যাপক আছিল। তেওঁৰ কন্যাই এদিন আত্মহত্যাৰ পথ বাচি লয় আৰু এক টোকা লিখি থৈ যায়। টোকাটিত তেওঁ এইদৰে উল্লেখ কৰে যে, তেওঁ জীৱনত ভাগৰি পৰিছে আৰু জীয়াই থাকিব নিবিচাৰে। টোকাটোত তেওঁ আৰু লিখে যে তেওঁ কিবা খাব আৰু কানকাৰিয়া হ্ৰদত জঁপিয়াই মৰিম। পিছদিনা ৰাতিপুৱা অধ্যাপকজনে দেখে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। তেওঁ ছোৱালীজনীৰ কোঠালৈ গৈ বিচনাত এখন চিঠি দেখা পায়। পত্ৰখন পঢ়ি তেওঁৰ বৰ খং উঠে। তেওঁ কয়, ‘মই এজন অধ্যাপক, মই ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও আত্মহত্যাৰ টোকাত তাই কানকাৰিয়া বানানটো ভুলকৈ লিখিছে।’ মই সুখী যে অৰ্ণবে ভাল হিন্দী কোৱা আৰম্ভ কৰিছে। তেওঁ কি কৈছিল মই শুনা নাছিলো, কিন্তু হিন্দী ঠিক আছে নে নাই সেয়া মই মনোযোগেৰে শুনি আছিলো। সম্ভৱতঃ মুম্বাইত বাস কৰাৰ বাবে, আপোনাৰ হিন্দী উন্নত হৈছে।নতুন দিল্লীত ৰিপাব্লিক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 26th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ৰিপাব্লিক সন্মিলনত ভাষণ দিয়ে।Our policy-making is based on the pulse of the people: PM Modi
July 08th, 06:31 pm
PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.PM Modi addresses the first "Arun Jaitley Memorial Lecture" in New Delhi
July 08th, 06:30 pm
PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.প্রধানমন্ত্রীয়ে ৰাইপুৰ, ছত্তিশগড়ত ৩৫বিধ বিশেষ গুণসম্পন্ন শস্য দেশৰ উদ্দেশ্যে অৰ্পণ কৰি দিয়া ভাষণৰ পাঠ
September 28th, 11:01 am
নমস্কাৰ জী! কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ সিংহ তোমৰ জী, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেশ বঘেল জী, মন্ত্ৰীসভাৰ মোৰ অন্য সহযোগী শ্ৰী পুৰুষোত্তম ৰূপালা জী, শ্ৰী কৈলাশ চৌধৰী জী, ভগ্নী শোভা জী, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ৰমণ সিংহ জী, বিৰোধী নেতা শ্ৰী ধৰ্ম লাল কৌশিক জী, কৃষি শিক্ষাৰে জড়িত সকলো ভিচি, ডাইৰেক্টৰছ, বৈজ্ঞানিক বন্ধু আৰু মোৰ মৰমৰ কৃষক ভাই আৰু ভনীসকল!দেশবাসীৰ নামত ৩৫প্ৰজাতিৰ বিশেষ গুনসম্পন্ন শস্য উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 28th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে আজি বিশেষ গুনসম্পন্ন ৩৫বিধ শস্য দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ একেটা অনুষ্ঠানতে প্রধানমন্ত্রীয়ে ৰায়পুৰৰ নেচনেল ইনষ্টিটিউট অৱ বায়’টিক ষ্ট্ৰেছ মেনেজমেণ্টৰ নৱনির্মিত ভৱন দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ অনুষ্ঠানত প্রধানমন্ত্রীয়ে কৃষি বিশ্ববিদ্যালয়সমূহ সেউজ চৌহদ বঁটাও বিতৰণ কৰে। ভিডিঅ’ কনফাৰেন্সযোগে তেওঁ কৃষকসকলৰ সৈতে ্ত বিনিময় অনুষ্ঠানত অংশ লোৱাৰ লগতে ভাষণো আগবঢ়ায়৷‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’ৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 27th, 11:01 am
কাৰ্যক্ৰমত উপস্থিত থকা মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱীয়া জী, মন্ত্ৰীমণ্ডলৰ মোৰ আন সহযোগীসকল, জ্যোষ্ঠ বিষয়াবৰ্গ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা চৰকাৰী আৰু বে-চৰকাৰী হাস্পটালসমূহৰ চিকিত্সক, পৰিচলনাৰে জড়িত বিষয়ববীয়াবৃন্দ, কাৰ্যক্ৰমত উপস্থিত থকা মহানুভৱ আৰু মোৰ প্ৰিয় ভাই-ভনীসকল।প্রধানমন্ত্রীয়ে আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সূচনা কৰিছে
September 27th, 11:00 am
এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে স্বাস্থ্য পৰিসেৱা পৰিকাঠামোক মজবুত কৰি তোলাৰ লক্ষ্যত যোৱা সাত বছৰ ধৰি যি অভিযান চলিছে, আজি সেয়া এক নতুন পর্যায়ত প্রবেশ কৰিছে। “আজি আমি এনে এক মিছনৰ সূচনা কৰিছো, যাৰ ফলত ভাৰতৰ স্বাস্থ্য ক্ষেত্রলৈ আমূল পৰিৱর্তন লৈ অহাৰ সম্ভবনা আছে” বুলি প্রধানমন্ত্রীয়ে অভিমত প্রকাশ কৰে।কাইলৈ প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনৰ শুভাৰম্ভ কৰিব প্রধানমন্ত্রীয়ে
September 26th, 02:42 pm
এক ঐতিহাসিক পদক্ষেপ হিচাপে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (২৭ ছেপ্টেম্বৰ) পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সযোগে প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনৰ শুভাৰম্ভ কৰিব৷ তেওঁ এই উপলক্ষে ভাষণো প্ৰদান কৰিব৷Ideology should never be put before national interest: PM Modi
November 12th, 06:31 pm
PM Narendra Modi unveiled a statue of Swami Vivekananda in JNU Campus, New Delhi through video conferencing. Addressing the programme, the Prime Minister said it is natural to be proud of one’s ideology but on the subjects of national interest, our ideology should be seen standing with the nation not against it.PM unveils statue of Swami Vivekananda at JNU Campus
November 12th, 06:30 pm
PM Narendra Modi unveiled a statue of Swami Vivekananda in JNU Campus, New Delhi through video conferencing. Addressing the programme, the Prime Minister said it is natural to be proud of one’s ideology but on the subjects of national interest, our ideology should be seen standing with the nation not against it.Address by the President of India Shri Ram Nath Kovind to the joint sitting of Two Houses of Parliament
January 31st, 01:59 pm
In his remarks ahead of the Budget Session of Parliament, PM Modi said, Let this session focus upon maximum possible economic issues and the way by which India can take advantage of the global economic scenario.CAG should be a catalyst of good governance: PM Modi
November 21st, 04:31 pm
Addressing the Conclave of Accountants General and Deputy Accountants General, PM Modi said, India must take the best global practices in sync with technology and instill that into its auditing system, while also working on India-specific tools.দেশত নির্দিষ্ট সময়ত নির্ধাৰিত কাম কৰাৰ ব্যৱস্থাপনাত কেগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰেঃ প্ৰধানমন্ত্রী
November 21st, 04:30 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মহা গাণনিক আৰু উপ-মহা গাণনিকসকলৰ সমাৰোহত বক্তব্য আগবঢ়ায়৷ এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে দেশত নির্দিষ্ট সময়ত নির্ধাৰিত কাম কৰাৰ যি সংস্কৃতি গঢ় লৈ উঠিছে, সেই ক্ষেত্ৰত কেগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷Congress has given a free pass to hooligans and anti-social elements: PM Modi
May 12th, 04:42 pm
At a rally in Indore, PM Modi alleged that the Congress has given a free pass to hooligans and anti-social elements. He said it is due to Congress’ mis-governance that crime is rapidly increasing in Madhya Pradesh.With our mantra of ‘Sabka Saath, Sabka Vikas’ we continuously worked towards enhancing the quality of life of our citizens: PM Modi
May 12th, 04:36 pm
Addressing a rally in Khnadwa, PM Modi said, “With our mantra of ‘Sabka Saath, Sabka Vikas’ we continuously worked towards enhancing the quality of life of our citizens. While we have served the people of this country tirelessly, the ‘Mahamilawati’ leaders have nothing but their falsehood campaigns to rely on.”PM Modi addresses rallies in Khandwa and Indore in Madhya Pradesh
May 12th, 04:35 pm
Prime Minister Narendra Modi addressed two massive public rallies in the parliamentary constituencies of Khandwa and Indore in Madhya Pradesh this evening. The rallies saw PM Modi talk about numerous problems faced by the people in M.P. under the Congress government as well as a host of other national issues.PM Modi delivers keynote address at TV9 Bharatvarsh Conclave
March 31st, 10:29 am
PM Modi today delivered the keynote address at the TV9 Bharatvarsh Conclave. Speaking at the event, PM Modi highlighted the transformative measures undertaken by the BJP-led NDA government at Centre in the last five years. Criticising the Congress-led UPA, PM Modi said that it was due to their misgovernance which led to vast corruption and hampered India's growth.প্ৰধানমন্ত্ৰীয়ে কালাবুৰাগী আৰু কাঞ্চীপুৰমত মুকলি কৰিলে ভালেমান গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প
March 06th, 07:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ কালাবুৰাগী আৰু তামিলনাডুৰ কাঞ্চীপুৰমত ভালেমান গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প মুকলি কৰে।PM Modi addresses public meeting in Kalaburagi, Karnataka
March 06th, 12:15 pm
Prime Minister Narendra Modi addressed a huge public meeting in Kalaburagi, Karnataka today. Addressing the large crowd of supporters, PM Modi listed out key infrastructure projects that were inaugurated in Kalaburagi as well as those that were initiated all over in Karnataka since 2014. He said, “The health infrastructural projects inaugurated and initiated today will go a long way in considerably improving ease of living for the people of Karnataka as well as provide them with the latest treatment services.”