১৯১৯ চনৰ আজিৰ দিনটোত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ শ্বহীদসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

১৯১৯ চনৰ আজিৰ দিনটোত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ শ্বহীদসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

April 13th, 10:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯১৯ চনৰ আজিৰ দিনটোত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে৷ শ্ৰী মোদীয়ে লগতে জালিয়ানৱালাবাগ স্মাৰক চৌহদৰ পুনৰুজ্জীৱিতকৰণৰ উদ্বোধন উপলক্ষে বিগত বৰ্ষত আগবঢোৱা ভাষণটো শ্বেয়াৰ কৰে৷

কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

March 23rd, 06:05 pm

পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰীমান জগদীপ ধনখড় জী, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰী কিষণ ৰেড্ডী জী, ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’-ৰে জড়িত সকলো মহানুভৱ, বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকল, কলা আৰু সাংস্কৃতিক জগতৰ দিগগজসকল, আইসকলৰ লগতে সজ্জনসকল!

শ্বহীদ দিৱসত কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

শ্বহীদ দিৱসত কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

March 23rd, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।

পুনৰনিৰ্মিত জালিয়ানাৱালা বাগ স্মাৰক চৌহদ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবাদ

August 28th, 08:48 pm

পাঞ্জাৱৰ ৰাজ্যপাল শ্ৰী ভি পি সিং বদনৌৰ জী, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেন অমৰেন্দৰ সিং জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডত মোৰ সহযোগী শ্ৰী জী কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুন ৰাম মেঘবাল জী, শ্ৰী সোম প্ৰকাশ জী, সংসদৰ মোৰ সহযোগী শ্ৰী শ্বেত মালিক জী, কাৰ্যক্ৰমত জড়িত হোৱা সকলো মুখ্যমন্ত্ৰীবৰ্গ, জন-প্ৰতিনিধিবৰ্গ, শ্বহীদৰ পৰিয়ালবৰ্গ, ভাই আৰু ভনীসকল!

প্রধানমন্ত্রীয়ে জাতিৰ উদ্দেশ্যে জালিয়ানৱালাবাগ স্মাৰকৰ পুনর্নিমিত প্রাঙ্গনটো উৎসর্গ কৰিছে

August 28th, 08:46 pm

ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত জালিয়ানৱালাবাগ স্মাৰকৰ পুনর্নিমিত প্রাঙ্গনটো জাতিৰ উদ্দেশ্যে উৎসর্গ কৰে। তেওঁ স্মাৰক সংগ্রহশালাৰ গেলাৰীবিলাকো উদ্বোধন কৰে। কেন্দ্রীয় চৰকাৰে স্মাৰক প্রাঙ্গনটোৰ উন্নয়নকল্পে এলানি পদক্ষেপ লৈছে।

পুণৰ্নিৰ্মিত জালিয়ানৱালা বাগ স্মাৰকৰ কিছু দৃশ্য

August 27th, 07:38 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণৰ্নিৰ্মিত জালিয়ানৱালা বাগ স্মাৰক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব, ২৮ আগষ্ট, শনিবাৰে। তেওঁ স্মাৰকত নিৰ্মিত সংগ্ৰহালয় উদ্বোধন কৰিব। চৌহদটোৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহো এই অনুষ্ঠানৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব।

PM to dedicate renovated complex of Jallianwala Bagh Smarak to the nation on 28th August

August 26th, 06:51 pm

Prime Minister Shri Narendra Modi will dedicate the renovated complex of Jallianwala Bagh Smarak to the nation on 28th August, 2021 at 6:25 PM via video conferencing. He will also inaugurate museum galleries developed at the Smarak. The event will also showcase the multiple development initiatives taken by the government to upgrade the complex.