ভাৰতীয় ৰে’লৱেত তিনিটা মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন কেবিনেটৰঃ সংযোগ, ভ্ৰমণৰ সুবিধা প্ৰদান, লজিষ্টিক ব্যয় হ্ৰাস, তেল আমদানি হ্ৰাস কৰা আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাসৰ লক্ষ্য
November 25th, 08:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি ৰে’ল মন্ত্ৰালয়ৰ তিনিটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহত আনুমানিক ৭,৯২৭ কোটি টকা ব্যয় হ’ব।আমি ৫ অগষ্ট তাৰিখে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলো যাৰ কথা পূৰ্বে কোনেও ভবা নাছিলঃপ্ৰধানমন্ত্ৰী মোদী
October 13th, 01:41 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ছাকোলিত দুখন বিশাল জনসভাত ভাষণ প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভাৰ নিৰ্বাচন মহাৰাষ্ট্ৰৰ জনতাই প্ৰদান কৰা সমৰ্থনৰ বাবে তেওঁলোকক ধন্যবাদ প্ৰদান কৰে৷ তেওঁ কয়, ‘‘নতুন ভাৰতে আজি বিশ্বত এক নতুন স্থান অধিকাৰ কৰিছে আৰু ইয়াৰ আঁৰত আছে দেশৰ ১৩০ কোটি ভাৰতীয়ৰ শক্তি৷’’মহাৰাষ্ট্ৰৰ এখন জনসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
October 13th, 01:40 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ছাকোলিত দুখন বিশাল জনসভাত ভাষণ প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভাৰ নিৰ্বাচন মহাৰাষ্ট্ৰৰ জনতাই প্ৰদান কৰা সমৰ্থনৰ বাবে তেওঁলোকক ধন্যবাদ প্ৰদান কৰে৷ তেওঁ কয়, ‘‘নতুন ভাৰতে আজি বিশ্বত এক নতুন স্থান অধিকাৰ কৰিছে আৰু ইয়াৰ আঁৰত আছে দেশৰ ১৩০ কোটি ভাৰতীয়ৰ শক্তি৷’’