১১ ডিচেম্বৰত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
December 09th, 07:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ডিচেম্বৰ, ২০২৪ত প্ৰায় ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ গ্ৰেণ্ড ফিনালেত যুৱ উদ্ভাৱকৰ সৈতে মত বিনিময় কৰিব। গ্ৰেণ্ড ফিনালেত ১৩০০ৰো অধিক শিক্ষাৰ্থীৰ দলে অংশগ্ৰহণ কৰিব। এই উপলক্ষে সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণো আগবঢ়াব।‘জল জীৱন মিছন’ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে প্ৰধানমন্ত্ৰীয়ে
June 09th, 09:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘’জল জীৱন মিছন’ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত বিশুদ্ধ পানীৰ সুবিধাই গ্ৰহণ কৰা ভূমিকাত গুৰুত্ব আৰোপ কৰে।ৰিপাব্লিক টিভিৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 26th, 08:01 pm
অৰ্ণব গোস্বামীজী, ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সকলো সহকৰ্মী, ৰিপাব্লিক টিভিৰ দেশ-বিদেশৰ সমূহ দৰ্শক, ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল। বেলেগ কথা কোৱাৰ পূৰ্বে মই শৈশৱতে শুনা এটা কৌতুক আপোনালোক সকলোৰে আগত ক’ব বিচাৰিছোঁ। এগৰাকী অধ্যাপক আছিল। তেওঁৰ কন্যাই এদিন আত্মহত্যাৰ পথ বাচি লয় আৰু এক টোকা লিখি থৈ যায়। টোকাটিত তেওঁ এইদৰে উল্লেখ কৰে যে, তেওঁ জীৱনত ভাগৰি পৰিছে আৰু জীয়াই থাকিব নিবিচাৰে। টোকাটোত তেওঁ আৰু লিখে যে তেওঁ কিবা খাব আৰু কানকাৰিয়া হ্ৰদত জঁপিয়াই মৰিম। পিছদিনা ৰাতিপুৱা অধ্যাপকজনে দেখে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। তেওঁ ছোৱালীজনীৰ কোঠালৈ গৈ বিচনাত এখন চিঠি দেখা পায়। পত্ৰখন পঢ়ি তেওঁৰ বৰ খং উঠে। তেওঁ কয়, ‘মই এজন অধ্যাপক, মই ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও আত্মহত্যাৰ টোকাত তাই কানকাৰিয়া বানানটো ভুলকৈ লিখিছে।’ মই সুখী যে অৰ্ণবে ভাল হিন্দী কোৱা আৰম্ভ কৰিছে। তেওঁ কি কৈছিল মই শুনা নাছিলো, কিন্তু হিন্দী ঠিক আছে নে নাই সেয়া মই মনোযোগেৰে শুনি আছিলো। সম্ভৱতঃ মুম্বাইত বাস কৰাৰ বাবে, আপোনাৰ হিন্দী উন্নত হৈছে।নতুন দিল্লীত ৰিপাব্লিক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 26th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ৰিপাব্লিক সন্মিলনত ভাষণ দিয়ে।মিছন অমৃত সৰোবৰৰ শলাগ প্ৰধানমন্ত্ৰীৰ
April 05th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিছন অমৃত সৰোবৰৰ শলাগ লৈ কয় যে সমগ্ৰ দেশতে যি গতিৰে অমৃত সৰোবৰ খন্দা হৈছে, সেই গতিয়ে অমৃত কালৰ বাবে আমাৰ সংকল্পত নতুন শক্তি যোগাব।জম্মু আৰু কাশ্মীৰ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ পাঠ
October 30th, 10:01 am
আজি জম্মু-কাশ্মীৰৰ উদ্যমী নজোৱানসকলৰ বাবে, আমাৰ পুত্ৰ কন্যাসকলৰ বাবে বহুত গুৰুত্বপূৰ্ণ দিন। আজি জম্মু-কাশ্মীৰত ২০খন বেলেগ বেলেগ ঠাইত ৩ হাজাৰ যুৱক-যুৱতীক চৰকাৰত কাম কৰিবলৈ নিযুক্তি পত্ৰ অৰ্পণ কৰা হৈছে। এই নজোৱানসকলে পিডব্লিউডি, স্বাস্থ্য বিভাগ, খাদ্য আৰু নাগৰিক যোগান বিভাগ, পশুপালন, জলশক্তি, শিক্ষা-সংস্কৃতিৰ দৰে বিভিন্ন বিভাগত সেৱাৰ সুযোগ পাবলৈ গৈ আছে। আজি নিযুক্তি পত্ৰ পোৱা সকলো যুৱক-যুৱতীক মই বহুত বহুত অভিনন্দন জনাইছো। আৰু ৰোজগাৰ মেলাৰ এই আয়োজনৰ বাবে মই শ্ৰীমান মনোজ সিনহা জীক আৰু তেওঁৰ গোটেই টীমকো অভিনন্দন জনাইছো। মোক কোৱা হৈছে যে অনাগত দিনবোৰত অন্য বিভাগসমূহতো ৭০০ৰো অধিক নিযুক্তি পত্ৰ দিয়াৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলি আছে। ইয়াৰ দ্বাৰা যিসকল লোক লাভৱান হ'ব আৰু সেয়াও কেইদিনমানতে হ'ব তেওঁলোককো মই শুভকামনা জনাইছো।জম্মু-কাশ্মীৰত অনুষ্ঠিত ‘ৰোজগাৰ মেলা’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 30th, 10:00 am
সমবেতসকলক সম্বোধি প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক জম্ম আৰু কাশ্মীৰৰ যুৱ-প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এটি গুৰুত্বপূৰ্ণ দিন হিচাপে অভিহিত কৰে। জম্মু-কাশ্মীৰ চৰকাৰৰ ২০টা স্থানত থকা বিভিন্ন কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰাৰ বাবে নিয়োগ পত্ৰ পোৱা ২০,০০০ প্ৰাৰ্থীক তেওঁ অভিনন্দন জনায়। তেওঁ কয় যে এইসকল যুৱক-যুৱতীয়ে গড়কপ্টানী, স্বাস্থ্য, খাদ্য আৰু অসামৰিক যোগান, পশু পালন, জল শক্তি আৰু শিক্ষা-সংস্কৃতিৰ দৰে বিভাগসমূহত কাম কৰাৰ সুযোগ পাব। আগন্তুক দিন দিয়েকত অন্যান্য বিভাগৰ বাবে আৰু ৭০০ৰো অধিক নিযুক্তি পত্ৰ প্ৰেৰণৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আগবঢ়াই থকা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।India - Bangladesh Joint Statement during the State Visit of Prime Minister of Bangladesh to India
September 07th, 03:04 pm
PM Sheikh Hasina of Bangladesh, paid a State Visit to India at the invitation of PM Modi. The two Prime Ministers held discussions on the entire gamut of bilateral cooperation, including political and security cooperation, defence, border management, trade and connectivity, water resources, power and energy, development cooperation, cultural and people-to-people links.দেশৰ ভিতৰতে প্ৰথমখন ‘হৰ ঘৰ জল’ প্ৰমাণিত জিলা হোৱাৰ বাবে মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ নাগৰিক সকলক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে
July 22nd, 09:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ভিতৰতে প্ৰথমখন হৰ ঘৰ জল প্ৰমাণিত জিলা হোৱাৰ বাবে মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰিছে।২ অক্টোবৰত জল জীৱন অভিযান সন্দৰ্ভত গ্ৰাম পঞ্চায়ত আৰু পানী সমিতিসমূহৰ সৈতে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
October 01st, 12:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ অক্টোবৰ, ২০২১ ৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জল জীৱন অভিযান সন্দৰ্ভত গ্ৰাম পঞ্চায়ত আৰু পানী সমিতি/ গাঁও পানী আৰু অনাময় কমিটি (VWSC) সমূহৰ সৈতে মত-বিনিময় কৰিব।‘বৰষুণৰ পানী সঞ্চয়’ অভিযানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 22nd, 12:06 pm
‘বিশ্ব জল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জল শক্তি অভিযান : বৰষুণ ধৰো আহক’ শীৰ্ষক সজাগতা কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ‘কেন বেটৱা সংযোগী প্ৰকল্প’ৰ বাবে কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰীগৰাকীৰ সৈতে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়ে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ দানো কৰে। নদী-সংযোগীকৰণ সন্দৰ্ভত এইটো হ’ল দেশৰ প্ৰথমটো ‘ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষ পৰিযোজনা’। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান, উত্তৰাখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ‘সৰপঞ্চ’সকলৰ সৈতেও বাৰ্তালাপ কৰে।‘বিশ্ব জল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শুভৰম্ভ কৰিলে ‘জল শক্তি অভিযান: বৰষুণ ধৰো আহক’ শীৰ্ষক সজাগতামূলক কাৰ্যক্ৰম
March 22nd, 12:05 pm
‘বিশ্ব জল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জল শক্তি অভিযান : বৰষুণ ধৰো আহক’ শীৰ্ষক সজাগতা কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ‘কেন বেটৱা সংযোগী প্ৰকল্প’ৰ বাবে কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰীগৰাকীৰ সৈতে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়ে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ দানো কৰে। নদী-সংযোগীকৰণ সন্দৰ্ভত এইটো হ’ল দেশৰ প্ৰথমটো ‘ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষ পৰিযোজনা’। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান, উত্তৰাখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ‘সৰপঞ্চ’সকলৰ সৈতেও বাৰ্তালাপ কৰে।২২ মাৰ্চত ‘জলশক্তি অভিযানঃ বৰষুণক ধৰক’ শীৰ্ষক অভিযানৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 21st, 12:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মাৰ্চৰ দুপৰীয়া ১২.৩০ বজাত বিশ্ব জল দিৱস উপলক্ষে ভিডিঅ’ কনফাৰেন্সিংযোগে ‘জলশক্তি অভিযানঃ বৰষুণক ধৰক’ শীৰ্ষক অভিযানৰ শুভাৰম্ভ কৰিব৷ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত জল শক্তি মন্ত্ৰী আৰু মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ মাজত কেন বেটৱা সংযোগী প্ৰকল্প ৰূপায়ণৰ বাবে এক ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ’ব৷ ৰাষ্ট্ৰীয় উদ্দেশ্যে নদীসমূহৰ আন্তঃসংযোগী পৰিকল্পনা কৰা এয়া হৈছে দেশৰ প্ৰথমটো প্ৰকল্প৷Bundelkhand Expressway will enhance connectivity in UP: PM Modi
February 29th, 02:01 pm
Prime Minister Narendra Modi laid the foundation stone for the 296-kilometres long Bundelkhand Expressway at Chitrakoot today. To be built at a cost of Rs 14,849 crore, the Expressway is expected to benefit Chitrakoot, Banda, Mahoba, Hamirpur, Jalaun, Auraiya and Etawah districts.বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে; এক ঐতিহাসিক দিন হিচাপে প্ৰশংসা
February 29th, 02:00 pm
দেশত নিৱনুৱাকলৰ সংস্থাপনৰ বাবে চৰকাৰে গ্ৰহণ কৰা কেতবোৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে, পূৰ্বাঞ্চল এক্সপ্ৰেছৱে অথবা প্ৰস্তাৱিত গংগা এক্সপ্ৰেছৱেই কেৱল উত্তৰপ্ৰদেশৰ যোগাযোগ ব্যৱস্থাই উন্নত নকৰে বৰঞ্চ সংস্থাপনৰো যথেষ্ট সূযোগ সৃষ্টি কৰাৰ লগতে বৃহৎ নগৰসমূহৰ সৈতে জনসাধাৰণে যোগসুত্ৰ ৰক্ষা কৰাৰ সুবিধা পাব৷100 more airports by 2024 to support UDAN Scheme
February 01st, 04:59 pm
The Finance Minister announced that 100 more airports would be developed by 2024 to support Udan scheme. The Finance Minister also announced launch of “Krishi Udaan” on International and National routes. This is aimed to help improve value realisation especially in North-East and Tribal districts.PM says Jal-Shakti Campaign is taking rapid, successful strides with the aid of public participation
January 26th, 09:29 pm
Shares few successful & innovative water conservation effortsস্বচ্ছতাৰ দৰে জল সংৰক্ষণতো জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি হৈছেঃ ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী
January 26th, 04:48 pm
বছৰটোৰ প্ৰথমটো ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’ কিদৰে শিক্ষা আৰু জ্ঞান বিনিময়ৰ প্লেটফ’ৰ্ম হৈ পৰিছে সেই বিষয়ে উল্লেখ কৰে৷ তেওঁ জল সংৰক্ষণ, খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া, ব্ৰু-ৰিয়াং শৰণাৰ্থীসকলৰ সমস্যা সমাপ্তিৰ ঐতিহাসিক চুক্তি, গগনযান আৰু পদ্ম বঁটা আদিৰ দৰে কেইবাটাও বিষয় সম্পৰ্কে উল্লেখ কৰে৷কলকাটা বন্দৰ ন্যাসৰ ডেৰশবছৰীয়া জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
January 12th, 11:18 am
নমস্কাৰ। আমাৰ প্ৰিয়বাংলাৰ ভাই-ভনীসকল! ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনাৰ লগতে সমাগত মকৰ সংক্ৰান্তি উপলক্ষে আপোনালোক আটাইলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহত উপস্থিত প্ৰধানমন্ত্ৰী, মুকলি কৰিলে কলকাতা প’ৰ্টৰ বহুমুখী বিকাশ প্ৰকল্প প’ৰ্টৰ বন্দনা গীত মুকলি
January 12th, 11:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰে৷