প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে 'জল সঞ্চয় জন ভাগীদাৰী' উদ্যোগৰ শুভাৰম্ভ কৰে
September 06th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটৰ চুৰাটত 'জল সঞ্চয় জন ভাগীদাৰী' উদ্যোগৰ শুভাৰম্ভণিৰ অনুষ্ঠানত ভাষণ দিয়ে। এই কাৰ্যসূচীৰ অধীনত, বৰষুণৰ পানী সংৰক্ষণ বৃদ্ধি আৰু দীৰ্ঘম্যাদী পানীৰ স্থিৰতা নিশ্চিত কৰাৰ বাবে ৰাজ্যজুৰি প্ৰায় ২৪,৮০০বৰষুণৰ পানী সংগ্ৰহ কৰি ৰখা গাঁথনি নিৰ্মাণ কৰা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে 'জল সঞ্চয় জন ভাগীদাৰী' উদ্যোগৰ শুভাৰম্ভ কৰে
September 06th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটৰ চুৰাটত 'জল সঞ্চয় জন ভাগীদাৰী' উদ্যোগৰ শুভাৰম্ভণিৰ অনুষ্ঠানত ভাষণ দিয়ে। এই কাৰ্যসূচীৰ অধীনত, বৰষুণৰ পানী সংৰক্ষণ বৃদ্ধি আৰু দীৰ্ঘম্যাদী পানীৰ স্থিৰতা নিশ্চিত কৰাৰ বাবে ৰাজ্যজুৰি প্ৰায় ২৪,৮০০বৰষুণৰ পানী সংগ্ৰহ কৰি ৰখা গাঁথনি নিৰ্মাণ কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে ৬ ছেপ্টেম্বৰত 'জল সঞ্চয় জন ভাগীদাৰী পদক্ষেপ' মুকলি কাৰ্যসূচীত ভাষণ দিব
September 05th, 02:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে দুপৰীয়া ১২:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ চুৰাটত 'জল সঞ্চয় জন ভাগীদাৰী পদক্ষেপ' মুকলিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত ভাষণ দিব।