ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
September 07th, 06:58 am
ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ আছিয়ান-ভাৰত সন্মিলনৰ লগতে ইষ্ট এছিয়া সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁৰ আগমনৰ লগে লগে জাকাৰ্টাত ভাৰতীয় সমাজে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায়ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
September 06th, 06:26 pm
মই প্ৰথমে ২০ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত অংশগ্ৰহণ কৰিম। এতিয়া চতুৰ্থ দশকত ভৰি দিয়া আমাৰ অংশীদাৰিত্বৰ ভৱিষ্যতৰ পথ সম্পৰ্কে আছিয়ানৰ নেতাসকলৰে আলোচনা কৰিবলৈ আগ্ৰহী হৈ উঠিছোঁ। আছিয়ানৰ সৈতে সংযোগ ভাৰতৰ “এক্ট ইষ্ট” নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। যোৱা বছৰ স্বাক্ষৰিত বিস্তৃত কৌশলগত অংশীদাৰিত্বই আমাৰ সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিছে।ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে (ছেপ্টেম্বৰ ০৬-০৭, ২০২৩)
September 02nd, 07:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম জোকো উইডোডোৰ আমন্ত্ৰণ ক্ৰমে ০৬-০৭ ছেপ্টেম্বৰ ২০২৩ ত ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম জোকো উইডোডোৰ আমন্ত্ৰণ ক্ৰমে ০৬-০৭ ছেপ্টেম্বৰ ২০২৩ ত ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ইণ্ডোনেছিয়াই আয়োজিত কৰা ২০ সংখ্যক ‘আছিয়ান-ভাৰত সন্মিলন’ আৰু ১৮ সংখ্যক ‘পূব এছিয়া সন্মিলন’ত ‘আছিয়ান’ৰ বৰ্তমানৰ অধ্যক্ষ হিচাপে অংশগ্ৰহণ কৰিব। ২০২২ চনত ‘ভাৰত-আছিয়ান সম্পৰ্ক’ক এক ‘ব্যাপক কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰাৰ পিছত আগন্তুক ‘আছিয়ান-ভাৰত সন্মিলন’ প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ব। এই সন্মিলনত ভাৰত-আছিয়ান সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে পৰস্পৰৰ মাজৰ সহযোগিতাৰ ভৱিষ্যতৰ দিশসমূহ নিৰ্দিষ্ট কৰা হ'ব। ‘পূব এছিয়া সন্মিলন’-য়ে আছিয়ান দেশসমূহৰ নেতাসকল আৰু ভাৰতকে ধৰি ইয়াৰ আঠোটা আলোচনা-অংশীদাৰক আঞ্চলিক আৰু গোলকীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব।পুৰুষৰ ট্ৰিপল জাম্পত স্বৰ্ণ জয়ী অৰ্পিন্দৰ সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 29th, 07:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টাদশ এছিয়ান গেমছত পুৰুষৰ ট্ৰিপল জাম্পত স্বৰ্ণ পদক জয় কৰা অৰ্পিন্দৰ সিঙক অভিনন্দন জ্ঞাপন কৰে৷Ensuring a corruption-free, citizen-centric and development-friendly ecosystem is our priority: PM Modi
May 30th, 02:25 pm
Addressing a community programme in Indonesia, PM Modi termed India-Indonesia ties to be special. Stating that in the last four years, India had witnessed unparalleled transformation, PM Modi cited several initiatives and steps being undertaken by the Government to India to make India a better place to do business. He said, “Ensuring a corruption-free, citizen-centric and development-friendly ecosystem is our priority.”জাকাৰ্টাত ভাৰতীয় সমূদায়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
May 30th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাকাৰ্টাত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্কৰ লগতে চলিত বৰ্ষৰ প্ৰথমভাগত ভাৰতত উদযাপিত গণৰাজ্য দিৱসত ইণ্ডোনেছিয়াকে ধৰি আন ১০খন এছিয়ান দেশৰ নেতৃবৰ্গৰ উপস্থিত থকাৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে ১৯৫০ চনৰ পৰা উদযাপিত ভাৰতৰ গণৰাজ্য দিৱসত ইয়াৰ পূৰ্বে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থকা উদাহৰণ নাছিল।Shared Vision of India-Indonesia Maritime Cooperation in the Indo-Pacific
May 30th, 02:20 pm
During the official visit of the Prime Minister of India to the Republic of Indonesia on 29-30 May 2018, President of Indonesia, H.E Mr. Joko Widodo, and H.E. Shri Narendra Modi discussed the Shared Vision of the two countries on Maritime Cooperation in the Indo-Pacific.PM Modi, President Widodo of Indonesia inaugurate unique kite exhibition
May 30th, 01:18 pm
Prime Minister Narendra Modi and Indonesian President Joko Widodo unveiled a unique kite exhibition in Jakarta. The kites in the exhibits were themed on the Ramayana and the Mahabharata.Prime Minister Modi holds productive talks with Indonesian President
May 30th, 11:01 am
Prime Minister Narendra Modi today held productive talks with Indonesian president Joko Widodo at Merdeka Palace in Jakarta. Deliberations on ways to enhance India-Indonesia cooperation in several sectors were discussed during their meetingStatement by PM Modi at Joint Press Meet with Indonesian President
May 30th, 10:50 am
At the joint press meet with Indonesian President Joko Widodo, Prime Minister Modi condemned the terror attacks in Indonesia and said that India stood resolutely with Indonesia in the fight against terror. He said that India-ASEAN partnership was an important power that could become a guarantee of peace not only in Indo-Pacific region but also beyond it.PM Modi lays wreath at Kalibata National Heroes Cemetery in Jakarta
May 30th, 09:06 am
PM Narendra Modi paid tributes to the martyrs of Indonesia's freedom struggle at the Kalibata National Heroes Cemetery in Jakarta.PM Modi arrives in Jakarta, Indonesia
May 29th, 06:45 pm
Marking the start of his three-nation tour, PM Narendra Modi arrived in Jakarta, Indonesia. He would meet President Joko Widodo and hold discussions to further strengthen India-Indonesia bilateral ties. The Prime Minister would also interact with Indian community in Indonesia during his visit.