ওড়িশাৰ জজপুৰত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 05th, 05:30 pm

ওড়িশাৰ ৰাজ্যপাল শ্ৰীমান ৰঘুবৰ দাস জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান নবীন পাটনায়ক জী, মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ধৰ্মেন্দ্ৰ প্ৰধান জী, বিশ্বেশ্বৰ টুডু জী, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ পুৰুষ-মহিলাসকল৷

My duty is to work for the empowerment of all, and all the people of Odisha are Modi ka Parivar: PM Modi

March 05th, 04:55 pm

On his visit to Odisha, PM Modi addressed a jubilant crowd in Jajpur and paid his tributes to former CM Biju Pattnaik on his birth anniversary. He said, The presence of innumerable people here is a testimony to 400+ seats for the N.D.A. in 2024. He added, The vision for 400+ seats for N.D.A. will enable India to become the 3rd largest economy on the back of strong decision-making & robust policy implementation.

PM Modi addresses a jubilant crowd at Jajpur, Odisha

March 05th, 04:00 pm

On his visit to Odisha, PM Modi addressed a jubilant crowd in Jajpur and paid his tributes to former CM Biju Pattnaik on his birth anniversary. He said, The presence of innumerable people here is a testimony to 400+ seats for the N.D.A. in 2024. He added, The vision for 400+ seats for N.D.A. will enable India to become the 3rd largest economy on the back of strong decision-making & robust policy implementation.

প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ চণ্ডীখোলত ১৯,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

March 05th, 01:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ চণ্ডীখোলত ১৯,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহ তেল আৰু গেছ, ৰেলৱে, পথ, পৰিবহণ আৰু ঘাইপথ তথা পাৰমাণৱিক শক্তিকে প্ৰমুখ্য কৰি একাধিক খণ্ডৰ সৈতে জড়িত।