পিএছএলভি-চি৫১/আমাজনীয়া-১ মিচনৰ প্ৰথম সমৰ্পিত বাণিজ্যিক উৎক্ষেপণৰ সফলতাৰ বাবে এনএছআইএল আৰু ইছৰোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
February 28th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএছএলভি-চি৫১/আমাজনীয়া-১ মিচনৰ প্ৰথম সমৰ্পিত বাণিজ্যিক উৎক্ষেপণৰ সফলতাৰ বাবে এনএছআইএল আৰু ইছৰোক অভিনন্দন জনাইছে৷PM Modi participates in 12th BRICS Summit
November 17th, 04:00 pm
Prime Minister Shri Narendra Modi led India’s participation at the 12th BRICS Summit, convened under the Chairship of President Vladimir Putin of Russia on 17 November 2020, in a virtual format.India Brazil partnership is stronger than ever in these challenging times says PM
April 10th, 02:29 pm
The Prime Minister, Shri Narendra Modi said that India Brazil partnership is stronger than ever in these challenging timesTelephone conversation between PM and President of Brazil
April 04th, 10:36 pm
PM Narendra Modi had a telephonic conversation with H.E. Jair Messias Bolsonaro, President of Brazil. The two leaders discussed the global situation in the wake of the spread of COVID-19 pandemic.Glimpses from Republic Day celebrations at Rajpath, New Delhi
January 26th, 11:44 am
India marked the 71st Republic Day with great fervor. At Rajpath in New Delhi, President Ram Nath Kovind unfurled the National Flag. PM Narendra Modi paid homage to the fallen soldiers at the Rashtriya Samar Smarak. President of Brazil Jair Bolsonaro joined the celebrations as the Chief Guest.ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণৰ সময়ত বিনিময় হোৱা বুজাবুজি/চুক্তিপত্ৰৰ তালিকা
January 25th, 03:00 pm
ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণৰ সময়ত বিনিময় হোৱা বুজাবুজি/চুক্তিপত্ৰৰ তালিকাব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতিৰ অসমীয়া অনুবাদ
January 25th, 01:00 pm
মোৰ মিত্ৰ ৰাষ্ট্ৰপতি বল্স’নাৰো আৰু তেওঁৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ দলটোক ভাৰতলৈ স্বাগতম জনাইছো৷ যোৱা আঠ মাহত এয়া আমাৰ তৃতীয়টো সাক্ষাৎ৷ ইয়াৰ জৰিয়তে আমাৰ মাজত বৰ্ধিত মিত্ৰতা আৰু দুয়োখন দেশৰ মাজত দৃঢ় সম্বন্ধক প্ৰতিফলিত হৈছে৷PM Modi's remarks at BRICS Dialogue with Business Council and New Development Bank
November 14th, 09:40 pm
PM Modi addressed the Dialogue with BRICS Business Council and New Development Bank. The PM said the BRICS Business Council should make a roadmap of achieving the target of $500 billion Intra-BRICS trade. He also urged BRICS nations and New Development Bank to join coalition for disaster resilient infrastructure.ভাৰতত ব্ৰিকছ জল মন্ত্ৰালয়ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱনা
November 14th, 08:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলত একাদশ ব্ৰিকছ সন্মিলনৰ পৰিকল্পনা অধিৱেশনত ভাষণ প্ৰদান কৰে৷ উক্ত বৈঠকত ব্ৰিকছ দেশসমূহৰ অন্যান্য মুৰব্বীসকলো উপস্থিত আছিল৷ব্ৰিকছ ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদান
November 14th, 11:24 am
ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ অংশীদাৰ হ’বলৈ পাই মই অতিশয় সুখী অনুভৱ কৰিছো৷ ১১তম ব্ৰিকছ সন্মিলনৰ কাৰ্যসূচী এই মঞ্চৰ পৰাই সূচনা হৈছে৷ ব্যৱসায়ক প্ৰাথমিকতা প্ৰদান কৰাৰ বাবে মই ব্ৰাজিল ৰাষ্ট্ৰপতি, এই মঞ্চৰ উদ্যোক্তা আৰু আৰু সকলো অংশগ্ৰহণকাৰীক অভিনন্দন জনাইছো৷বিশ্ব পৰ্যায়ত মন্দাৱস্থাৰ সত্ত্বেও ব্ৰিকছ দেশসমূহৰ আর্থিক বিকাশ হৈছে, বহু লোক দাৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী
November 14th, 11:23 am
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ব্রাজিলত আজি ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিকছ ব্যৱসায়িক ফ’ৰামত ভাষণ আগবঢ়ায়৷ ব্ৰিকছৰ অন্তৰ্ভূক্ত অন্যান্য দেশসমূহৰ প্ৰধানসকলেও ব্ৰিকছ ব্যৱসায়িক ফ’ৰামত ভাষণ আগবঢ়ায়৷একাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জৈৰ মেছিয়াছ বলছোনাৰোৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
November 14th, 03:33 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ নৱেম্বৰ, ২০১৯ত একাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জাইৰ মেছিয়াছ বলছোনাৰোৰ সৈতে বৈঠকত মিলিত হয়৷Prime Minister's visit to Brasilia, Brazil
November 12th, 01:07 pm
PM Modi will be visiting Brasilia, Brazil during 13-14 November to take part in the BRICS Summit. The PM will also hold bilateral talks with several world leaders during the visit১৩-১৪ নৱেম্বৰত ব্ৰাজিলত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 11th, 07:30 pm
একাদশ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ২০১৯ৰ ১৩-১৪ নৱেম্বৰত ব্ৰাজিলৰ বাছিলিয়াত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এই বছৰৰ ব্ৰিকছ সন্মিলনৰ বিষয়বস্তু হৈছে “এক অভিনৱ ভৱিষ্যতৰ বাবে অৰ্থনৈতিক বিকাশ৷”