দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ উপ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে
October 31st, 10:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়ক সাক্ষাৎ কৰি দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে।'এক পেড় মা কে নাম'ৰ অধীনত গছপুলি ৰোপণ কৰা উপ-ৰাষ্ট্ৰপতিক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
July 27th, 10:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰে নিজৰ মাতৃৰ সন্মানত এজোপা গছপুলি ৰোপণ কৰাটো প্ৰেৰণাদায়ক।ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু বিশ্বৰ অন্যান্য নেতাসকলক তেওঁলোকৰ জন্মদিনৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
September 17th, 10:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বিশ্বৰ অন্যান্য নেতাসকলক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।ৰাজ্যসভাত নাগালেণ্ডৰ প্ৰথম গৰাকী মহিলা সাংসদ শ্ৰীযুতা এছ ফাংনন কন্যাকে সদনত সভাপতিত্ব কৰাত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
July 25th, 08:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সপ্তাহত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ দ্বাৰা উপাধ্যক্ষৰ পেনেললৈ মনোনীত হোৱাৰ পিছত ৰাজ্যসভাত নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা সাংসদ শ্ৰীযুতা এছ ফাংনন কন্যাকক লৈ আনন্দ প্ৰকাশ কৰিছে।ৰাজ্যসভাত উপ ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰক আদৰণি জনাই প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজীলৈ কৰা তৰ্জমাৰ অনুবাদ
December 07th, 03:32 pm
আৰম্ভণিতে মই সন্মানীয় সভাপতি মহোদয়ক সদনৰ লগতে সমগ্ৰ দেশৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। এটা সাধাৰণ পৰিয়ালৰ পৰা আহি আজি আপুনি যিটো স্থানত উপস্থিত হৈছেহি, আৰু সংগ্ৰামৰ মাজেৰে জীৱন অতিবাহিত কৰি যিদৰে আগুৱাই যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে সেয়া দেশৰ বহুজন ব্যক্তিৰ বাবেই অনুপ্ৰেৰণাৰ উত্সস্বৰূপ। উচ্চ সদনৰ এইখন মৰ্যদাসম্পন্ন আসনক আপুনি সুশোভিত কৰিছে আৰু ‘কিঠানাৰ সন্তান’ৰ এই সাফল্য দেখি দেশৰ আনন্দৰ ঠিকনা নোহোৱা হৈছে।PM addresses Rajya Sabha at the start of Winter Session of Parliament
December 07th, 03:12 pm
PM Modi addressed the Rajya Sabha at the start of the Winter Session of the Parliament. He highlighted that the esteemed upper house of the Parliament is welcoming the Vice President at a time when India has witnessed two monumental events. He pointed out that India has entered into the Azadi Ka Amrit Kaal and also got the prestigious opportunity to host and preside over the G-20 Summit.G-20 Summit is an opportunity to present India's potential to the world: PM Modi ahead of Winter Session of Parliament
December 07th, 10:00 am
At the start of the Winter Session of Parliament, PM Modi said, G-20 Summit is an opportunity to present India's potential to the world in a holistic manner. The PM also urged all the party leaders and floor leaders to encourage the first time MPs by giving them maximum opportunities and hoped that the Session would be productive.PM calls on President, Vice President, Shri Ram Nath Kovind and Shri Venkaiah Naidu on Diwali
October 24th, 09:17 pm
The Prime Minister , Shri Narendra Modi met with President Smt Droupadi Murmu, Vice President Shri Jagdeep Dhankhar, Shri Ram Nath Kovind and Shri Venkaiah Naidu to greet them on Diwali.উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
August 12th, 09:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনকাৰক সাক্ষাৎ কৰে।PM congratulates Shri Jagdeep Dhankhar on taking oath as Vice President of India
August 11th, 02:25 pm
Attended the oath-taking ceremony of Shri Jagdeep Dhankhar Ji. I congratulate him on becoming India's Vice President and wish him the very best for a fruitful tenure. – PM Narendra Modiউপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত শ্ৰী জগদীপ ধনখৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 06th, 10:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা শ্ৰী জগদীপ ধনখৰক অভিনন্দন জ্ঞাপন কৰিছে৷