Inspired by Pt. Deendayal Upadhyaya, 21st century India is working for Antyodaya: PM Modi
February 16th, 01:01 pm
PM Modi unveiled the statue of Deendayal Upadhyaya in Varanasi. He flagged off the third corporate train Mahakaal Express which links 3 Jyotirling Pilgrim Centres – Varanasi, Ujjain and Omkareshwar. The PM also inaugurated 36 development projects and laid foundation stone for 14 new projects.দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিকেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 16th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে এটা স্মৃতিকেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে৷ তেওঁ তিনি জ্যোতিৰ্লিংগ ক্ৰমে-বাৰাণসী, উজ্জয়নী আৰু ওমকাৰেশ্বৰ সংযোগী তৃতীয়খন কৰ্প’ৰেট ৰে’লৰ ফ্লেগ অফ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৪৩০খন বিচনাযুক্ত অতিবিশিষ্ট সেৱা চৰকাৰী হাস্পতালকে ধৰি ৩৬টা উন্নয়নমুলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে ১৪টা উন্নয়নমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷Our conduct as citizens will determine the future of India, it will decide the direction of new India: PM
February 16th, 11:57 am
PM Modi took part in the closing ceremony of centenary celebrations of Shri Jagadguru Vishwaradhya Gurukul in Varanasi. Addressing the gathering, PM Modi said, Country is not formed by governments alone. What is also important is fulfilling our duties as citizens...Our conduct as citizens will determine the future of India, it will decide the direction of new India.প্ৰধানমন্ত্ৰীয়ে তেওঁৰ লোকসভাৰ সমষ্টি বাৰাণসী ভ্ৰমণ কৰে; শ্ৰী জগতগুৰু বিশ্ব আৰাধ্য গুৰুকুলৰ শতবাৰ্ষিকী উদযাপনৰ সমাপন অনুষ্ঠানত উপস্থিত
February 16th, 11:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণ কৰে৷ উত্তৰ প্ৰদেশৰ বাৰাণসীৰ জংগমৱাড়ি মঠত তেওঁ জগতগুৰু বিশ্ব আৰাধ্যৰ শতবাৰ্ষিকী উদযাপনৰ সমাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷১৬ ফেব্ৰুৱাৰীত বাৰাণসী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 14th, 02:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ ১৬ ফেব্ৰুৱাৰীত এদিনীয়া ভ্ৰমণসুচীৰে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰিব৷