বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 15th, 11:20 am
বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰে
November 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।Congress does not have development roadmap for Madhya Pradesh: PM Modi
November 09th, 11:26 am
The political landscape in Madhya Pradesh is buzzing as Prime Minister Narendra Modi takes centre-stage ahead of the assembly election. Today, the PM addressed a huge public gathering in Satna. PM Modi said, “Your one vote has done such wonders that the courage of the country’s enemies has shattered. Your one vote is going to form the BJP government here again. Your one vote will strengthen Modi in Delhi.”PM Modi addresses public meetings in Madhya Pradesh’s Satna, Chhatarpur & Neemuch
November 09th, 11:00 am
The political landscape in Madhya Pradesh is buzzing as Prime Minister Narendra Modi takes centre-stage with his numerous campaign rallies ahead of the assembly election. Today, the PM addressed huge public gatherings in Satna, Chhatarpur & Neemuch. PM Modi said, “Your one vote has done such wonders that the courage of the country’s enemies has shattered. Your one vote is going to form the BJP government here again. Your one vote will strengthen Modi in Delhi.”Congress Party only believes in Nepotism, Political Favoritism,.Family Rule: PM Modi in Madhya Pradesh
November 05th, 12:00 pm
Ahead of the Assembly Election in the state of Madhya Pradesh, PM Modi addressed a public rally in Seoni, Madhya Pradesh. PM Modi said, “BJP Government in MP symbolizes continuity in good governance & development”.PM Modi addresses a public rally in Seoni & Khandwa, Madhya Pradesh
November 05th, 11:12 am
Ahead of the Assembly Election in the state of Madhya Pradesh, PM Modi addressed two public meetings in Seoni and Khandwa. PM Modi said, “BJP Government in MP symbolizes continuity in good governance & development”.মধ্যপ্ৰদেশৰ জবলপুৰত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 05th, 03:31 pm
মা নৰ্মদাৰ এই পুন্যভূমিক প্ৰণাম জনাই, শ্ৰদ্ধাপূৰ্বক প্ৰণিপাত জনাই, মই আজি জবলপুৰৰ এক নতুন ৰূপ দেখিবলৈ পাইছো। মই দেখিছো জবলপুৰত উৎসাহ আছে, মহাকৌশলত মংগল আছে, উদ্দীপনা আছে।প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ জবলপুৰত ১২,৬০০ কোটি টকাৰ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে
October 05th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ জবলপুৰত ১২,৬০০ কোটি টকাৰ অধিক মূল্যৰ পথ, ৰে'ল, গেছ পাইপলাইন, গৃহ আৰু বিশুদ্ধ খোৱা পানীৰ দৰে উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। শ্ৰী মোদীয়ে ৰাণী দুৰ্গাৱতীৰ ৫০০ তম জন্ম শতবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি জবলপুৰত 'বীৰাংগনা ৰাণী দুৰ্গাৱতী স্মাৰক আৰু উদ্যান'ৰ 'ভূমি পূজা' সম্পন্ন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ইন্দোৰত লাইট হাউচ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা ১০০০ তকৈও অধিক গৃহ উদ্বোধন, মাণ্ডলা, জবলপুৰ আৰু দিনদোৰী জিলাত একাধিক জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু চিঅ’নি জিলাত জল জীৱন মিছন প্ৰকল্পৰ উৎসৰ্গা, মধ্য প্ৰদেশত পথ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ৪৮০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰা। ১৮৫০ কোটি টকাৰ অধিক মূল্যৰ ৰে'ল প্ৰকল্প, বিজয়পুৰ-ঔৰেয়া-ফুলপুৰ পাইপলাইন প্ৰকল্প আৰু জবলপুৰত এটা নতুন বটলিং প্ৰকল্প উৎসৰ্গা কৰা, আৰু মুম্বাই নাগপুৰ ঝাৰচুগুড়া পাইপলাইন প্ৰকল্পৰ নাগপুৰ জবলপুৰ শাখাৰ (৩১৭ কিলোমিটাৰ) আধাৰশিলা স্থাপন কৰা।পাঁচখন বন্দে ভাৰত ট্রেইনৰ যাত্রাৰ সূচনা কৰিলে প্রধানমন্ত্রীয়ে
June 27th, 10:17 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মধ্যপ্রদেশৰ ভোপালৰ ৰাণী কমলাপতি ৰে'ল ষ্টেচনত পাঁচখন বন্দে ভাৰত এক্সপ্রেছৰ যাত্রাৰ সূচনা কৰিছে। এইবিলাক হ'ল – ভোপাল (ৰাণী কমলাপতি)–ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছ; ভোপাল (ৰাণী কমলাপতি)–জব্বলপুৰ বন্দে ভাৰত এক্সপ্রেছ; ৰাঁচি-পাটনা বন্দে ভাৰত এক্সপ্রেছ; ধাৰওৱাড়-বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছ আৰু গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্রেছ।জবলপুৰত প্ৰাচীন কুৱা পুনৰুজ্জীৱিতকৰণৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
June 02nd, 08:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জবলপুৰত পানী সংৰক্ষণৰ স্থানীয় প্ৰচেষ্টাৰ প্ৰশংসা কৰে আৰু জবলপুৰত প্ৰাচীন কুৱা পুনৰুজ্জীৱিতকৰণৰ বাবে নাগৰিকসকলৰ শলাগ লয়৷জবলপুৰৰ প্ৰাচীন ‘সংগ্ৰাম সাগৰ’ৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাইজে গ্ৰহণ কৰা প্ৰয়াসক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
April 24th, 10:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জবলপুৰৰ প্ৰাচীন ‘সংগ্ৰাম সাগৰ’ৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত জনসাধাৰণে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁ কয় যে জবলপুৰৰ প্ৰাচীন ‘সংগ্ৰাম সাগৰ’ৰ পুনৰুজ্জীৱিতকৰণৰ বাবে জনসাধাৰণৰ শ্ৰমদান অত্যন্ত প্ৰশংসনীয়। শ্ৰী মোদীয়ে জবলপুৰৰ সাংসদ শ্ৰী ৰাকেশ সিঙৰ এলানি ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাইছিল, য'ত সাংসদ শ্ৰী সিঙে জনাইছে যে তেওঁ জনপ্ৰতিনিধি, জবলপুৰৰ উপায়ুক্ত আৰু পৌৰ আয়ুক্তৰ সৈতে সংগ্ৰাম সাগৰৰ চৌপাশে আৰম্ভ হোৱা সৌন্দৰ্যবৰ্দ্ধনৰ কাম-কাজ পৰিদৰ্শন কৰিছে।মধ্য প্ৰদেশৰ জবলপুৰৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক
August 01st, 08:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশৰ জবলপুৰৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।