Italy-India Joint Strategic Action Plan 2025-2029
November 19th, 09:25 am
Aware of the unparalleled potential of the India Italy Strategic partnership, Prime Minister of India Shri Narendra Modi and Prime Minister of Italy Ms. Giorgia Meloni during their meeting at the G20 Summit in Rio de Janeiroইটালীৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 19th, 08:34 am
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত ইটালীৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষ মহামহিম জৰ্জিয়া মেল’নীক সাক্ষাৎ কৰে।বিগত দুবছৰৰ ভিতৰত এইখন আছিল পঞ্চমখন বৈঠক। ২০২৪ চনৰ জুনত ইটালীৰ পুগ্লিয়াত প্ৰধানমন্ত্ৰী মেল’নীৰ অধ্যক্ষতাত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলন উপলক্ষে দুয়োগৰাকী নেতাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত জি-৭ শীৰ্ষ সন্মিলনৰ নেতৃত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মেলনীক অভিনন্দন জনায়।৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 15th, 09:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলে প্ৰদান কৰা শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷শ্ৰীনগৰত 'শক্তিসমৃদ্ধ যুৱপ্ৰজন্ম, সমৃদ্ধ জম্মু-কাশ্মীৰ' অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
June 20th, 07:00 pm
জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী প্ৰতাপৰাও যাদৱজী, গণ্যমান্য ব্যক্তিসকল, জম্মু-কাশ্মীৰৰ প্ৰতিটো কোণৰ পৰা সংযোজিত হোৱা মোৰ যুৱ বন্ধুসকল, আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰীৰ
June 20th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰস্থিত শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত (এছকেআইচিচি) ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ শীৰ্ষক অনুষ্ঠানত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰত পথ, পানী যোগান আৰু উচ্চ শিক্ষাৰ আন্তঃগাঁথনি আদি খণ্ডক সামৰি ১৫০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। লগতে ১৮০০ কোটি টকাৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ প্ৰতিযোগিতামূলকতা উন্নীতকৰণ প্ৰকল্প (জেকেচিআইপি)ৰো শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ২০০গৰাকী নতুন চৰকাৰী নিযুক্তিপ্ৰাপ্তক নিয়োগ পত্ৰও বিতৰণ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃতী যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰে।উত্তৰপ্ৰদেশৰ বাৰাণসীত কিষাণ সন্মান সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 18th, 05:32 pm
উত্তৰপ্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মোৰ কেন্দ্ৰীয় কেবিনেট সতীৰ্থ শিৱৰাজ সিং চৌহান, ভগীৰথ চৌধাৰী জী, উত্তৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, বিধান পৰিষদৰ সদস্য আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্ৰী ভূপেন্দ্ৰ চৌধুৰী জী, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু মোৰ কৃষক ভাই-ভনীসকল আৰু মোৰ কাশীৰ পৰিয়ালৰ সদস্যসকল,প্ৰধানমন্ত্ৰীয়েউত্তৰ প্ৰদেশৰ বাৰাণসীত কিষাণ সন্মান সন্মিলন সম্বোধন কৰে
June 18th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত কিষাণ সন্মান সন্মিলনৰ কাৰ্য্যসূচী সম্বোধনেৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN)ৰ ১৭-সংখ্যক কিস্তি হিচাপে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে প্ৰায় ৯.২৬ কোটি হিতাধিকাৰী কৃষকলৈ ২০,০০০ কোটিৰো অধিক টকা মুকলি কৰে। এই কাৰ্য্যসূচীতে তেখেতে আত্ম-সহায়ক গোটসমূহৰ (SHG) ৩০,০০০ ৰো অধিক মহিলাক কৃষি-সখী হিচাপে প্ৰমাণ-পত্ৰও প্ৰদান কৰে। এই অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলে প্ৰযুক্তিৰ মাধ্যমেৰেঅংশগ্ৰহণ কৰে।জি৭ সন্মিলনৰ সমান্তৰালভাৱে জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 14th, 11:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে আজি জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ফুমিঅ’ কিশিদাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।জি৭ সন্মিলনৰ সমান্তৰালভাৱে ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 14th, 11:40 pm
দুয়োগৰাকী নেতাই নিয়মীয়া উচ্চ ৰাজনৈতিক আলোচনাক সন্তুষ্টিৰে লক্ষ্য কৰি ভাৰত-ইটালী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ বৃদ্ধিত সুখ প্ৰকাশ কৰাৰ লগতে তেওঁলোকে স্বচ্ছ শক্তি, উৎপাদন, মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, টেলিকম, এআই আৰু জটিল খনিজ পদাৰ্থৰ বাণিজ্যিক সম্পৰ্ক সম্প্ৰসাৰণ কৰি সুস্থিৰ যোগান শৃংখল গঢ়ি তোলাৰ আহ্বান জনায়। এই প্ৰেক্ষাপটত তেওঁলোকে শেহতীয়াকৈ ঔদ্যোগিক সম্পত্তিৰ অধিকাৰ (আইপিআৰ) সম্পৰ্কীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায় যিয়ে পেটেণ্ট, ডিজাইন আৰু ট্ৰেডমাৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক কাঠামো প্ৰদান কৰে।জি৭ আউটৰীচ্চ অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ
June 14th, 09:54 pm
প্ৰথমে প্ৰধানমন্ত্ৰী মেলনীক মোক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু আমাৰ প্ৰতি আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। চেন্সেলৰ অ’লাফ শ্বলজক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ। জি-৭ সন্মিলনৰ এই অনুষ্ঠানটো কেৱল বিশেষ নহয়, ঐতিহাসিকো। এই গোটৰ ৫০ বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে জি-৭ৰ সকলো সহকৰ্মীলৈ আন্তৰিক অভিনন্দন জনালোঁ।জি-৭ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা আৰু শক্তি, আফ্ৰিকা আৰু ভূমধ্যসাগৰৰ সন্দৰ্ভত আউটৰীচ্চ অধিবেশনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
June 14th, 09:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ আপুলিয়াত আজি অনুষ্ঠিত জি-৭ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা, শক্তি, আফ্ৰিকা আৰু ভূমধ্যসাগৰৰ ওপৰত আউটৰীচ্চ অধিৱেশনত ভাষণ আগবঢ়ায়। তেওঁ গ্ৰুপটোক ৫০ বছৰীয়া মাইলৰ খুঁটিত উপনীত হোৱাৰ বাবে অভিনন্দন জনায়।‘জি-৭ শীৰ্ষ সন্মিলন’ৰ আহৰি পৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 14th, 04:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৪ জুনত ইটালীত অনুষ্ঠিত ‘জি-৭ সন্মিলন’ৰ আহৰি পৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ভলোডিমিৰ জেলেনস্কিৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়। তৃতীয়টো কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে জনোৱা উষ্ম শুভকামনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওক ধন্যবাদ জনায়।জি-৭ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
June 14th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিটেইনৰ ঋষি সুনাকৰ সৈতে বৈঠকত মিলিত হয়। একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শ্ৰী মোদীক প্ৰধানমন্ত্ৰী সুনাকে অভিনন্দন জনায়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে দুয়োখন দেশৰ মিলিত দায়বদ্ধতাক পুনৰ দোঁহাৰে।জি-৭ সন্মিলনৰ আঁৰত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 14th, 03:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ লয়। ইয়াত ৰাষ্ট্ৰপতি মেক্ৰনে প্ৰধানমন্ত্ৰী মোদীক একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্য্যভাৰ গ্ৰহণৰ বাবে উষ্ম শুভেচ্ছা জনায় আৰু ইয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
June 14th, 02:34 am
জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ইটালীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ কেইবাগৰাকীও নেতাৰ সৈতেও বৈঠকত মিলিত হ’ব।জি-৭ আপুলিয়া শীৰ্ষ সন্মিলনৰ বাবে ইটালীলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বক্তব্য
June 13th, 05:51 pm
প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ আমন্ত্ৰণত, মই ২০২৪ চনৰ ১৪ জুনত অনুষ্ঠিত হ’বলগীয়া জি-৭ আউটৰিচ ছামিটত অংশগ্ৰহণ কৰিবলৈ ইটালীৰ আপুলিয়া অঞ্চল ভ্ৰমণ কৰিবলৈ গৈ আছোঁ।Prime Minister Narendra Modi speaks with the Italian Prime Minister Georgia Meloni
April 25th, 08:58 pm
Prime Minister Shri Narendra Modi had a telephone conversation today with Georgia Meloni, Prime Minister of Italy. PM extended his greetings to PM Meloni and the people of Italy on the occasion of 79th anniversary of Liberation Day.বৈশ্বিক জৈৱইন্ধন মৈত্ৰী (জিবিএ)ৰ শুভাৰম্ভ
September 09th, 10:30 pm
নতুন দিল্লীত জি-২০ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে ৯ ছেপ্টেম্বৰ, ২০২৩ত ছিংগাপুৰ, বাংলাদেশ, ইটালী, মাৰ্কিন যুক্তৰাষ্ট্ৰ, আৰ্জেণ্টিনা, মৰিচাছ আৰু সংযুক্ত আৰৱ এমিৰেটছৰ নেতৃবৰ্গৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৈশ্বিক জৈৱ ইন্ধন মৈত্ৰীৰ শুভাৰম্ভ কৰে৷ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
September 09th, 07:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত ‘জি-২০ সন্মিলন’ৰ সময়ত ইটালী গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামান্য শ্ৰীমতী জিঅ’ৰ্জিয়া মেলোনিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ২০২৩ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মেলোনিৰ চৰকাৰী ভ্ৰমণৰ পিছত এয়া হৈছে তেওঁৰ দ্বিতীয় ভাৰত ভ্ৰমণ, য'ত দ্বিপাক্ষিক সম্পৰ্ক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰা হৈছিল।India & Greece have a special connection and a relationship spanning centuries: PM Modi
August 25th, 09:30 pm
PM Modi addressed the Indian community at Athens Conservatoire, in Athens. In his address, PM Modi emphasized the unprecedented transformation that India is currently undergoing and the strides being made in various sectors. He lauded the success of the Chandrayaan mission. Prime Minister highlighted the contribution of the Indian community in Greece in advancing the multi-faceted India-Greece relations and urged them to be a part of India’s growth story.