দুৰ্যোগ প্ৰতিৰোধী সহনশীল আন্তঃগাঁথনি সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণ পাঠ
April 04th, 09:46 am
মাননীয় অতিথিসকল, ৰাষ্ট্ৰপ্ৰধান, শিক্ষাবিদ, বাণিজ্যিক প্ৰতিনিধি, আইন প্ৰণেতা আৰু সমগ্ৰ বিশ্বৰ মোৰ মৰমৰ বন্ধুসকল!‘দুৰ্যোগ সহণশীল আন্তঃগাঁথনি নিৰ্মাণ সম্পৰ্কীয় পঞ্চম আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে
April 04th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ‘দুৰ্যোগ সহণশীল আন্তঃগাঁথনি (আইচিডিআৰআই)নিৰ্মাণ সম্পৰ্কীয় ২০২৩ৰ পঞ্চম আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ত ভাষণ দিয়ে।দ্বীপসমূহৰ সামগ্ৰিক বিকাশৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে
June 30th, 02:08 pm
কেন্দ্ৰীয় চৰকাৰে ২০১৭ৰ ১ জুনত দ্বীপপুঞ্জ বিকাশ অভিকৰণ গঠন কৰে। চৰকাৰৰ সামগ্ৰিক বিকাশৰ তালিকাত ২৬টা দ্বীপ অন্তৰ্ভূক্ত কৰা হৈছে।