শ্ৰীল ভক্তিবেদান্ত স্বামী প্ৰভুপাদ জীৰ ১২৫সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
September 01st, 04:31 pm
হৰে কৃষ্ণ! আজিৰ এই পূণ্য উপলক্ষত আমাৰ সৈতে সংযোজিত হোৱা দেশৰ সাংস্কৃতিক মন্ত্ৰী শ্ৰীমান জি কিষাণ ৰেড্ডী, ইস্কন ব্যুৰো-ৰ অধ্যক্ষ শ্ৰী গোপাল কৃষ্ণ গোস্বামী জী আৰু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আমাৰ সৈতে সংযোজিত হোৱা বন্ধু, কৃষ্ণ ভক্তসকল!প্ৰধানমন্ত্ৰীয়ে শ্ৰীল ভক্তিৱেদান্ত স্বামী প্ৰভুপাদ জীৰ ১২৫তম জয়ন্তী উপলক্ষে এটা বিশেষ স্মাৰক মুদ্ৰা জাৰি কৰিছে
September 01st, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত শ্ৰীল ভক্তিৱেদান্ত স্বামী প্ৰভুপাদ জীৰ ১২৫তম জয়ন্তী উপলক্ষে এটা বিশেষ স্মাৰক মুদ্ৰা জাৰি কৰিছে। কেন্দ্ৰীয় সংস্কৃতি, পৰ্যটন আৰু উত্তৰ-পূৰ্বাঞ্চল বিকাশ (ডনৰ) মন্ত্ৰী শ্ৰী কিশন ৰেড্ডী আৰু অন্য গণ্যমান্যসকল এই উপলক্ষে উপস্থিত আছিল।ভাৰতীয় যুৱসমাজে কিবা নতুন আৰু বৃহৎ পৰিসৰত কৰিবলৈ বিচাৰে: মন কী বাতত প্ৰধানমন্ত্ৰী
August 29th, 11:30 am
মোৰ মৰমৰ যুৱবন্ধুসকল, আমি বিভিন্ন ধৰণৰ ক্ৰীড়া আয়ত্ত কৰাৰ এই সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। গাঁৱে-গাঁৱে ক্ৰীড়া প্ৰতিযোগিতা অব্যাহত থাকিব লাগে। প্ৰতিযোগিতাৰ পৰাই খেলখন সম্প্ৰসাৰিত হয়, খেলৰ বিকাশ হয়, খেলুৱৈসকলেও ইয়াৰ পৰাই ওলাই ৷ আহক আমি সকলোৱে যিমান পাৰোঁ এই গতি গ্ৰহণ কৰোঁ, আৰু 'সবকা প্ৰয়াস'ৰ এই মন্ত্ৰেৰে ইয়াক উপলব্ধি কৰি ইয়াত অৱদান আগবঢ়াওঁ।২৭.১২.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত
December 27th, 11:30 am
বন্ধুসকল, আমি এই ভাৱনা বৰ্তাই ৰাখিব লাগিব আৰু বঢ়াব লাগিব৷ মই পূৰ্বেও কৈছো আৰু পুনৰবাৰ দেশবাসীক আহ্বান জনাম৷ আপোনালোকেও এখন তালিকা প্ৰস্তুত কৰক৷ দিনটোত আমি যি সামগ্ৰী ব্যৱহাৰ কৰো, সেই সামগ্ৰীসমূহ বিবেচনা কৰি চাওক যে অজানিতে আমাৰ জীৱনত কোনবোৰ বিদেশী সামগ্ৰীয়ে প্ৰৱেশ কৰিছে৷ আমাক এক প্ৰকাৰে বন্দী কৰি তুলিছে৷ ইয়াৰ ভাৰতীয় বিকল্পসমূহ সন্ধান কৰক আৰু নিশ্চিত কৰক যে আগলৈ ভাৰতত নিৰ্মিত, ভাৰতৰ জনসাধাৰণৰ পৰিশ্ৰম তথা ঘামেৰে উৎপাদিত সামগ্ৰীসমূহ আমি ব্যৱহাৰ কৰিম৷ আপোনালোকে প্ৰতিবছৰে নৱবৰ্ষৰ প্ৰতিজ্ঞা গ্ৰহণ কৰে, এইবাৰ এনে এক প্ৰতিজ্ঞা দেশৰ বাবে গ্ৰহণ কৰক৷Gita teaches us harmony and brotherhood, says PM Modi
February 26th, 05:11 pm
PM Narendra Modi today unveiled the world’s largest Bhagavad Gita. Addressing the gathering, the PM termed the Bhagavad Gita to be a world heritage which has been enlightening generations across the world since thousands of years. “Gita teaches us harmony and brotherhood”, the PM added.নতুন দিল্লীৰ ইস্কনত আয়োজিত গীতা আৰাধনা মহোৎসৱত উপস্থিত প্ৰধানমন্ত্ৰী
February 26th, 05:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীৰ ইণ্ডিয়া কালচাৰেল চেণ্টাৰৰ ইস্কন গ্লোৰীত আয়োজিত গীতা আৰাধনা মহোৎসৱত উপস্থিত থাকে।