আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা উদ্বোধনী ভাষণ
May 24th, 05:29 pm
Mr. President, আপোনাৰ সৈতে লগ হৈ সদায়ে বহুত আনন্দ হয়। আজি আমি আৰু এক সকাৰাত্মক আৰু উপযোগী Quad Summit তো একেলগে ভাগ লওঁ।ভাৰত চৰকাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ মাজত বিনিয়োগ উদগনি চুক্তি
May 23rd, 06:25 pm
ভাৰত চৰকাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে আজি জাপানৰ টকিঅ'ত এক বিনিয়োগ উদগনি চুক্তি (আইআইএ) স্বাক্ষৰ কৰিছে। আইআইএত ভাৰত চৰকাৰৰ বৈদেশিক সচিব শ্ৰী বিনয় কোৱাট্ৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বিত্ত নিগমৰ (ডিএফচি) মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী স্কট নাথনে স্বাক্ষৰ কৰে।