সংবাদৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

May 22nd, 08:48 am

‘সংবাদ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলি থকা লোকসভা নিৰ্বাচন, ওড়িশাৰ উন্নয়নৰ বাবে বিজেপিৰ দৃষ্টিভংগী আদিৰ বিষয়ে বিৱৰি কয়।

পুধাৰীৰ সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদী

May 16th, 12:00 pm

পুধাৰীক প্ৰদান কৰা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ৰ ভিতৰত ভাৰতক এখনি ‘বিকশিত ভাৰত’ হিচাপে গঢ়ি তোলাৰ অংগীকাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে। তেখেতে কয় যে ২০১৪ৰ পূৰ্বে শাসন ব্যৱস্থা দুৰ্নীতিৰে ভৰি পৰিছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ চৰকাৰে বৰ্ধিত স্বচ্ছতা সাধন কৰিছে। তেখেতে লগতে কয় যে আমাৰ সংস্কাৰ-ৰাজিয়ে ভাৰতক অতি সোনকালেই ৩য় সৰ্ববৃহৎ অৰ্থনীতি কৰি তুলিব।

ইণ্ডিয়াটিভিৰ সৌৰভ শৰ্মাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

May 13th, 08:20 am

ইণ্ডিয়া টিভিৰ এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ জনসাধাৰণেই ‘অব কী বাৰ ৪০০ পাৰ’ শ্ল’গান প্ৰদান কৰিছে। তেখেতে লগতে কয় যে বিৰোধীয়ে চৰকাৰৰ কাম-কাজত ব্যাঘাত জন্মাবলৈ অপচেষ্টা কৰিছে আৰু আনকি চৰ্দাৰ পেটেলেও বাতিলৰ সপোন দেখা ৩৭০ নং অনুচ্ছেদ বাতিলৰ বিৰোধিতা কৰিছে। তেখেতে লগতে কয় যে কংগ্ৰেছে আনকি ধৰ্মভিত্তিক সংৰক্ষণ প্ৰদানৰো লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু কৰ্ণাটকৰ সংখ্যালঘুসকলকো একে ৰাতিৰ ভিতৰতে এই ক্ষেত্ৰত অনুমোদন জনাইছে।

নিউজ১৮ৰ অমিষ দেৱগনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

May 13th, 08:15 am

নিউজ ১৮ক দিয়া এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অন্ধ্ৰ আৰু তেলেংগানাকে ধৰি দক্ষিণৰ ৰাজ্যসমূহে এনডিএলৈ যথেষ্ট সমৰ্থন আগবঢ়াইছে। তেখেতে লগতে কয় যে ৪০০ আসনৰ জনাদেশত উপনীত হ’বলৈ তেওঁলোক আমাৰ শক্তিৰ পৰম উৎস হ’ব। শ্ৰী ৰাম মন্দিৰৰ ৰায়দানৰ বিৰোধিতাৰে ৰাম ললাৰ প্ৰাণ-প্ৰতিষ্ঠা নিবিচৰা কাৰ্য্যই কংগ্ৰেছৰ মানসিকতা বুলি কয়।

ৰিপাব্লিক টিভিৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

May 10th, 10:00 am

ৰিপাব্লিক টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনীতি আৰু বিশ্বজনীন বিষয়কে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। তেওঁ হিন্দু সভ্যতাৰ সৰ্বাংগীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি হিন্দু জনসংখ্যা হ্ৰাস আৰু সংখ্যালঘুৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে ভুল ধাৰণাসমূহৰ সমাধান কৰে। বিৰোধীৰ ধৰ্মভিত্তিক সংৰক্ষণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে সংবিধান পৰিৱৰ্তনৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাক সমালোচনা কৰি ভাৰতৰ সাংবিধানিক মনোভাৱৰ বাবে ক্ষতিকাৰক বুলি অভিহিত কৰে।

দৈনিক জাগৰণৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

May 07th, 09:00 am

দৈনিক জাগৰণৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, আমাৰ ১০ বছৰৰ ট্ৰেক ৰেকৰ্ড আছে। আগন্তুক ২৫ বছৰৰ দৃষ্টিভংগী আছে। আগন্তুক ৫ বছৰৰ বাবে ৰোডমেপ আৰু প্ৰথম ১০০ দিনৰ পৰিকল্পনা আছে। আনহাতে, বিৰোধীৰ কামৰ কোনো ট্ৰেক ৰেকৰ্ড নাই আৰু তেওঁলোকৰ কোনো দৃষ্টিভংগীও নাই।'

টাইমছ নাওৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

May 06th, 11:58 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টাইমছ নাওৰ সৈতে হোৱা এক আচুতীয়া বাৰ্তালাপত বিৰোধীৰ অভিযোগৰ পৰা আৰম্ভ কৰি তেওঁৰ আগন্তুক ৰোডমেপলৈকে আৰু প্ৰথমবাৰলৈ মাতৃ কাষত নথকাকৈ মনোনয়ন দাখিল, কা, ইউচিচি আৰু এনআৰচি সন্দৰ্ভত বহু প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে৷

টিভি ৯ নেটৱৰ্কৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

May 03rd, 10:58 am

টিভি ৯ৰে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কংগ্ৰেছে তেওঁলোকৰ ভোট-বেংক সুৰক্ষিত কৰিবলৈ ৰাম মন্দিৰৰ প্ৰাণ-প্ৰতিষ্ঠা বৰ্জন কৰিছিল। তেওঁ লগতে কয় যে তেওঁৰ বাবে কংগ্ৰেছে কৰা নিৰ্যাতন সচাকৈয়ে বিশ্ব অভিলেখ আৰু ই অতি পুৰণি দল এটাৰ পৰাজয়বাদী মানসিকতাকে প্ৰদৰ্শন কৰে।

বিজয়বাণীৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

April 24th, 11:13 am

বিজযবাণীৰ সৈতে এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ চৰকাৰৰ কাম আৰু মানুহৰ জীৱন উন্নত কৰাৰ প্ৰচেষ্টাৰ বিষয়ে বিস্তৃত বিৱৰণ দাঙি ধৰে। তেওঁ বিজেপি আৰু কৰ্ণাটকৰ মাজত থকা দৃঢ় বান্ধোনৰ বিষয়ে উল্লেখ কৰে, যিটো দলে ৰাজ্যখনৰ বাবে কৰা কামত প্ৰতিফলিত হয়।

এছিয়ানেট নিউজৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

April 23rd, 11:20 am

এছিয়ানেট নিউজৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলি থকা লোকসভা নিৰ্বাচন, ভাৰতৰ উন্নয়নৰ ট্ৰেজেক্টৰী আৰু বহুতো বিষয় সন্দৰ্ভত বিৱৰি কয়। তেওঁ কয় যে তেওঁ জনসাধাৰণৰ উন্নয়ন সাধনৰ আশাৰে নিজৰ কাৰ্যকাল আৰম্ভ কৰিছিল, যিটো এতিয়া জনসাধাৰণৰ বাবে গেৰাণ্টিত পৰিণত হৈছে। তেওঁ কয়, “যেতিয়া আমাৰ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু আমি চৰকাৰ গঠন কৰিছিলো, তেতিয়া ভোটাৰসকলে প্ৰথমবাৰ দেখিছে যে এখন সুস্থিৰ চৰকাৰে কি কৰিব পাৰে।”

মাত্ৰুভূমিৰে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

April 21st, 08:13 am

মাত্ৰুভূমিৰে সৈতে হোৱা এক সাক্ষাৎকাৰত বিভিন্ন বিষয়ত কয় প্ৰধানমন্ত্ৰী মোদীয়ে। জয়ী হোৱাৰ লগে লগে পাঁচটা কাম কৰিব লাগে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে তেওঁ ‘GYANM’ সংক্ষিপ্ত ৰূপটো ব্যৱহাৰ কৰিছিল। 'জি' মানে 'দৰিদ্ৰতা' (গৰীব), 'যুৱক-যুৱতী' - 'ৱাই', 'অন্নদাতা' - 'এ', 'স্ত্ৰী' (নাৰী)-'এন', 'মধ্যবৰ্গম' (মধ্যবিত্ত শ্ৰেণী)-'এম। প্রধানমন্ত্রীয়ে কয় যে তেওঁৰ প্রথম ১০০ দিনত এই পাঁচোটা বিষয় সামৰি ল’ব৷

দৈনিক জাগৰণৰে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

April 18th, 10:04 am

দৈনিক জাগৰণৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উত্তৰাখণ্ডৰ উন্নয়ন এক বিকশিত ভাৰত গঢ়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে উত্তৰাখণ্ডক পৰ্যটন আৰু তীৰ্থযাত্ৰাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অধিক প্ৰচেষ্টা চলোৱা হ’ব। ইউনিফৰ্ম চিভিল কোডৰ সন্দৰ্ভত তেওঁ কয়, ইউচিচিৰ প্ৰতি আমাৰ দৃষ্টিভংগী স্পষ্ট। আজি সমগ্ৰ দেশতে ইউনিফৰ্ম চিভিল কোডৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে।

অমৰ উজালাৰে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

April 10th, 09:10 am

নিজকে দেৱভূমিৰ ‘সেৱক’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পাহাৰীয়া অঞ্চল, বিশেষকৈ উত্তৰাখণ্ড দশক দশক ধৰি অৱহেলিত হৈ আছিল। তেওঁ কয় যে কংগ্ৰেছ চৰকাৰে কেতিয়াও দেৱভূমিৰ স্বাৰ্থত একো কাম কৰা নাছিল।তেওঁলোকৰ বাবে উত্তৰাখণ্ড আছিল কেৱল ফটো তোলাৰ স্থান।

PM Modi's Interview to The Assam Tribune

April 08th, 12:08 pm

In an interview to The Assam Tribune, Prime Minister Narendra Modi said that he has full confidence in the talents of the youths of the region in all fields for the overall development of North East. Successive governments gave step-motherly treatment to the North East... When we formed the government, it was my firm commitment to change the status quo in the North East. We replaced the policy of isolation and ignorance with a policy of integration.

পিটিআইৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

September 03rd, 03:49 pm

পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ মানৱকেন্দ্ৰিক উন্নয়নৰ আৰ্হিক বিশ্বই লক্ষ্য কৰি আহিছে। অৰ্থনৈতিক বৃদ্ধিয়েই হওক, প্ৰযুক্তিগত অগ্ৰগতিয়েই হওক, প্ৰতিষ্ঠানিক বিতৰণেই হওক বা সামাজিক আন্তঃগাঁথনিয়েই হওক, সেই সকলোবোৰ প্ৰান্তীয় ব্যক্তিজনৰ মাজলৈ লৈ যোৱা হৈছে, যাতে কোনোৱেই পিছ পৰি নাথাকে। প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে ভাৰত জি-২০ৰ অধ্যক্ষ হোৱাৰ সময়লৈকে বিশ্বৰ বাবে আমাৰ কথা আৰু দৃষ্টিভংগীক কেৱল ধাৰণা হিচাপে লোৱা হোৱা নাছিল, বৰঞ্চ ভৱিষ্যতৰ ৰোডমেপ হিচাপে লোৱা হৈছিল।

PM Modi's interview to Wall Street Journal

June 20th, 10:36 am

PM Modi said ties between New Delhi and Washington are stronger and deeper than ever as India moves to secure what he sees as its rightful place on the world stage at a moment of geopolitical turmoil. “There is an unprecedented trust” between the leaders of the U.S. and India, PM Modi said in an interview ahead of his first official state visit to Washington after nine years in office.

PM Modi's interview to Amar Ujala

March 06th, 08:00 am

Prime Minister Narendra Modi, in an interview to Amar Ujala, gave his opinion in detail on the state of education in the country, development of medical education, employment and the international situation arising out of the war in Ukraine. The PM talked at length about the elections in five states.

PM Modi's interview to Hindustan

March 03rd, 09:22 am

In an interview to Hindustan, PM Modi spoke about ongoing elections, employment, welfare of poor and the Operation Ganga being carried out by India to safely bring back our citizens from Ukraine. PM Modi said BJP’s agenda of development is aimed to rise above caste-specific considerations.

PM Modi's Interview to Punjab Kesari

February 17th, 05:18 pm

In an interview to Punjab Kesari, PM Modi said that people of Punjab want peace and development and it is only the BJP which can fulfil them. He accused the opposition for making empty promises to the people of Punjab.

PM Modi's interview to Dainik Jagran

February 13th, 05:43 pm

In an interview to Dainik Jagran, PM Modi said, BJP is not just a political party. This is a family where every member is fully aware of his responsibility and for that we all work with all our heart. Our goal and our duty towards the public is paramount for us.