১১ ডিচেম্বৰত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
December 09th, 07:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ডিচেম্বৰ, ২০২৪ত প্ৰায় ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ গ্ৰেণ্ড ফিনালেত যুৱ উদ্ভাৱকৰ সৈতে মত বিনিময় কৰিব। গ্ৰেণ্ড ফিনালেত ১৩০০ৰো অধিক শিক্ষাৰ্থীৰ দলে অংশগ্ৰহণ কৰিব। এই উপলক্ষে সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণো আগবঢ়াব।মধ্য প্ৰদেশত স্বামীত্ব আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰণ
October 06th, 12:31 pm
স্বামীচ্ব আঁচনিৰ পৰা গাওঁখনলৈ অহা আত্মবিশ্বাস হিতাধিকাৰীসকলৰ সৈতে হোৱা বাৰ্তালাপতো স্পষ্টভাৱে প্ৰতিফলিত হৈছে আৰু মই আজি ইয়াতো দেখিছো যে আপুনি মোক আপোনাৰ বাঁহৰ চকীবোৰ দেখুৱাইছিল কিন্তু মোৰ চকু মানুহৰ উৎসাহ আৰু উৎসাহ, তেওঁলোকৰ উৎসাহৰ ওপৰত স্থিৰ হৈ আছিল। মই সম্পূৰ্ণৰূপে কল্পনা কৰিব পাৰো যে জনসাধাৰণৰ পৰা ইমান প্ৰেম, ইমান আশীৰ্বাদ লাভ কৰিলে তেওঁলোকৰ কিমান কল্যাণ হ'ব। মই এইমাত্ৰ কথা পাতিবলৈ সুযোগ পোৱা সহকৰ্মীসকলে এই আঁচনিখনৰ জৰিয়তে কিমান শক্তিৰ উদ্ভৱ হৈছে সেয়া বুজাই দিছে। স্বামীত্ব আঁচনিৰ পিছত, লোকসকলৰ বাবে বেংকৰ পৰা ঋণ প্ৰাপ্ত কৰা সহজ হৈ পৰিছে।PM interacts with beneficiaries of SVAMITVA scheme in MP
October 06th, 12:30 pm
PM Modi interacted with the beneficiaries of the SVAMITVA scheme in Madhya Pradesh. The PM said availing loans from the banks have become easier with the launch of the PM SVAMITVA scheme. He lauded Madhya Pradesh for the speed with which it has implemented the scheme.শিক্ষক পৰ্বৰ অধিবেশনত উদ্বোধন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ
September 07th, 10:31 am
শিক্ষক পৰ্বৰ এই মহত্বপূৰ্ণ কাৰ্যক্ৰমত আমাৰ সৈতে জড়িত হৈ থকা কেবিনেটত মোৰ সহযোগী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জী, শ্ৰীমতী অন্নপূৰ্ণা দেৱী জী, ডঃ সুভাষ চৰকাৰৰ জী, ডঃ ৰাজকুমাৰ ৰঞ্জন সিং জী, দেশৰ বেলেগ-বেলেগ ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰীসকল, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল ৰূপ প্ৰস্তুতকৰ্তা সমিতিৰ অধ্যক্ষ ডঃ কস্তুৰী ৰঞ্জন জী, তেওঁৰ টিমৰ সকলো মাননীয় সদস্যসকল, আমাৰ সৈতে জড়িত সমগ্ৰ দেশৰ সকলো বিদ্বান অধ্যক্ষ, শিক্ষক, আৰু মৰমৰ বিদ্যাৰ্থীসকল!শিক্ষক পৰ্বৰ উদ্বোধনী সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভাষণ
September 07th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে আজি শিক্ষক পৰ্বৰ উদ্বোনী সমাৰোহৰত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে তেওঁ ভাৰতীয় সাংকেতিক ভাষা অভিধান(শ্ৰৱন শক্তিহীন দিব্যাংগসকলৰ সাৰ্বজনীন শিক্ষণ ডিজাইনৰ অনুৰূপ শ্ৰাব্য আৰু লিখিত সাংকেতিক ভাষা), টকিং বুক (দৃষ্টিহীনসকলৰ বাবে শ্ৰাব্য গ্ৰন্থ), চিবিএছইৰ বাবে স্কুল কোৱালিটী এছ্যুৰেন্স আৰু এছেচমেণ্ট ফ্ৰেমৱৰ্ক, নিপুন ভাৰতৰ বাবে নিষ্ঠা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী আৰু বিদ্যাঞ্জলি প’ৰ্টেল (শিক্ষা স্বেচ্ছাসেৱকসকল/দাতব্য/বিদ্যালয়ৰ উন্নয়নৰ বাবে চিএছআৰ বৰঙণিদাতাসকলৰ)ৰ শুভাৰম্ভ কৰে৷Highlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস
August 15th, 07:37 am
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷For our government reforms are a matter of conviction not compulsion: PM Modi
August 11th, 06:52 pm
PM Modi addressed the Confederation of Indian Industry Annual Meeting 2021. PM Modi asked the Industry to take full advantage of the atmosphere of trust for India’s development and capabilities. Making a note of the changes in the approach of the current government and change in the ways of working of the current setup, the PM stressed that the new India of today is ready to march with the new world.PM addresses the Confederation of Indian Industry (CII) Annual Meeting 2021
August 11th, 04:30 pm
PM Modi addressed the Confederation of Indian Industry Annual Meeting 2021. PM Modi asked the Industry to take full advantage of the atmosphere of trust for India’s development and capabilities. Making a note of the changes in the approach of the current government and change in the ways of working of the current setup, the PM stressed that the new India of today is ready to march with the new world.‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ মধ্য প্ৰদেশৰ হিতাধিকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পাঠৰ অসমীয়া অনুবাদ
August 07th, 10:55 am
মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মোৰ বহুদিনীয়া চিনাকী শ্ৰী মংগুভাই পেটেল, যিগৰাকী ব্যক্তিয়ে নিজৰ সম্পূৰ্ণ জীৱন আদিবাসীসকলৰ কল্যাণৰ বাবে, জনজাতীয় সমাজৰ উত্কৰ্ষ সাধনৰ উদ্দেশ্যে সম্পূৰ্ণ জীৱন উত্সৰ্গা কৰিলে, তেনে এগৰাকী ব্যক্তি মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰী মান মংগুভাই। মুখ্য মন্ত্ৰী শ্ৰীমান শিৱৰাজ সিং, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, বিধায়ক বন্ধুসকল আৰু মধ্য প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা ভাই-ভনীসকল!মধ্য প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY) ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
August 07th, 10:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মধ্য প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY) ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। কোনো যোগ্য লোক বাদ পৰি নাযাবলৈ আঁচনিখন সন্দৰ্ভত অধিক সজাগতা সৃষ্টিৰ অৰ্থে এটি বিশাল অভিযান ৰাজ্য চৰকাৰখনে হাতত লয়। ৰাজ্যখনে ৭ আগষ্ট, ২০২১ ক প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা দিৱস হিচাপে পালন কৰে। এই কাৰ্য্যসূচীত মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে। মধ্য প্ৰদেশৰ প্ৰায় ৫ কোটি হিতাধিকাৰীয়ে আঁচনিখনৰ লাভ অৰ্জন কৰিছে।ই-ৰূপী ডিজিটেল লেনদেন সমাধানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 02nd, 04:52 pm
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সমগ্ৰ দেশৰ সকলো ৰাজ্যপাল, লেফটেনেণ্ট গৱৰ্ণৰ, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, ৰাজ্যসমূহৰ মুখ্য সচিব, বিভিন্ন উদ্যোগ সংস্থাৰ সহযোগী সদস্য, ষ্টাৰ্ট আপ, ফিনটেক জগতৰ মোৰ যুৱ সহকৰ্মী, বেংকৰ জ্যেষ্ঠ বিষয়া আৰু মোৰ মৰমৰ ভাই-ভনীসকল,প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ডিজিটেল পৰিশোধ সমাধান 'ই-ৰূপী'
August 02nd, 04:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'ই-ৰূপী' মুকলি কৰে, যিটো সঁচাকৈয়ে ব্যক্তিগত-নিৰ্দিষ্ট আৰু বস্তুনিষ্ঠ-নিৰ্দিষ্ট ডিজিটেল পৰিশোধ সমাধান। ই-ৰূপী প্ৰকৃততে ডিজিটেল পৰিশোধৰ বাবে এক নগদবিহীন আৰু অ-সম্পৰ্ক সঁজুলি।ভিভা টেকৰ ৫ম সংস্কৰণ সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
June 16th, 04:00 pm
এই মঞ্চখনে ফ্ৰান্সৰ প্ৰযুক্তিগত কৰ্ম-আঁচনি প্ৰতিফলিত কৰে৷ ভাৰত আৰু ফ্ৰান্সে বিভিন্ন বিষয়বস্তুৰ উপৰত নিবিড়ভাৱে কাম কৰি আহিছে৷ এইবোৰৰ মাজত, প্ৰযুক্তি আৰু ডিজিটেলো সহযোগিতাৰ ক্ষেত্ৰখনসমূহ হিচাপে উদয় হৈছে৷ তেনে সহযোগিতা আৰু অধিক বৃদ্ধি পোৱাটো সময়ৰ এক আহ্বান৷ ইয়ে কেৱল আমাৰ দেশসমূহকে সহায় নকৰিব বৰঞ্চ সমগ্ৰ বিশ্বকো বহুলভাৱে সহায় কৰিব৷PM delivers Keynote address at the 5th edition of VivaTech
June 16th, 03:46 pm
PM Modi delivered the keynote address at the 5th edition of VivaTech. The PM said that India is home to one of the world's largest start-up eco systems. He invited the world to invest in India based on the five pillars of: Talent, Market, Capital, Eco-system and, Culture of openness.এআইইউৰ ৯৫ তম বৈঠক আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
April 14th, 10:25 am
এই কাৰ্যসূচীত মোৰ সৈতে উপস্থিত থকা গুজৰাটৰ ৰাজ্যপাল আচাৰ্য শ্ৰী দেৱব্ৰতজী, দেশৰ শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকজী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপাণীজী, গুজৰাটৰ শিক্ষামন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ সিংজী, ইউজিচিৰ অধ্যক্ষ অধ্যাপক ডি পি সিংজী, বাবাচাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অমী উপাধ্যায়জী, এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্ছিটিজৰ সভাপতি অধ্যাপক তাজ প্ৰতাপজী, প্ৰতিগৰাকী গণ্যমান্য ব্যক্তি আৰু বন্ধুবৰ্গ।ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ সংস্থাৰ ৯৫তম বাৰ্ষিক অধিৱেশন আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় ছেমিনাৰত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 14th, 10:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ সংস্থাৰ ৯৫তম বাৰ্ষিক অধিৱেশন আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় ছেমিনাৰত ভাষণ প্ৰদান কৰে৷ তাতে তেওঁ বাবাচাহেব বিষয়ক চাৰিখন গ্ৰন্থও উন্মোচন কৰে৷ এই গ্ৰন্থকেইখন ৰচনা কৰিছে শ্ৰী কিশোৰ মাকৱানাই৷ অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীও উপস্থিত আছিল৷ অনুষ্ঠানটোৰ উদ্যোক্তা আছিল আহমেদাবাদৰ ড০ বাবাচাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়৷শ্ৰী গুৰু টেগ বাহাদুৰজীৰ ৪০০তম জন্মবাৰ্ষিকী (প্ৰকাশ পৰ্ব) পালনৰ বাবে উচ্চস্তৰীয় সমিতিত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা
April 08th, 01:31 pm
সমিতিৰ সকলো সন্মানীয় সদস্য, আৰু সহকৰ্মীসকল! গুৰু টেগ বাহাদুৰজীৰ ৪০০ তম প্ৰকাশ পৰ্বৰ এই উপলক্ষটো এক আধ্যাত্মিক সৌভাগ্য আৰু এক ৰাষ্ট্ৰীয় কৰ্তব্যও। আমি ইয়াত কিবা অৰিহণা যোগাব পাৰো, এই গুৰু অনুগ্ৰহ আমাৰ সকলোৰে ওপৰত আছে। মই সুখী যে আমি সকলোৱে দেশৰ সকলো নাগৰিকক সমবেত কৰি এই প্ৰচেষ্টাবোৰ আগবঢ়াই নিছো।গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০সংখ্যক জয়ন্তী(প্ৰকাশ পূৰব) উদযাপন সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিৰ সভাত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়
April 08th, 01:30 pm
গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০সংখ্যক জয়ন্তী(প্ৰকাশ পূৰব) উদযাপন সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিৰ এক সভাত প্ৰধানমন্ত্ৰী শ্ৰা নৰেন্দ্ৰ মোডীয়ে আজি পৌৰহিত্য কৰে। সভাখন ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে অনুষ্ঠিত কৰা হৈছিল।