১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 18th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷আইএছএছএফ জুনিয়ৰ বিশ্বকাপত প্ৰদৰ্শনৰ বাবে ভাৰতীয় শ্বুটাৰসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
June 10th, 04:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএছএছএফ জুনিয়ৰ বিশ্বকাপ, ২০২৩ত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে ভাৰতীয় শ্বুটাৰসকলক অভিনন্দন জনাইছে৷ প্ৰতিযোগিতাত ১৫টা পদকেৰে ভাৰতে পদক তালিকাৰ শীৰ্ষস্থান দখল কৰে৷PM Modi lauds achievements of Indian athletes at ISSF Junior World Cup in Sydney
April 01st, 03:23 pm
Prime Minister Narendra Modi lauded the achievements of Indian athletes at the ISSF Junior World Cup held in Sydney, Australia. In a series of tweets, PM Modi appreciated the young shooters and said that their laurels made every Indian proud.