নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় উকীল সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

September 23rd, 10:59 am

ভাৰতৰ মুখ্য ন্যায়াধীশ শ্ৰী ডিৱাই চন্দ্ৰচুড় মহোদয়, কেন্দ্ৰীয় আইন মন্ত্ৰী আৰু মোৰ সহযোগী শ্ৰী অৰ্জুন ৰাম মেঘৱাল মহোদয়, ব্ৰিটেইনৰ লৰ্ড চান্সেলৰ মিষ্টাৰ এলেক্স চক, এটৰ্নী জেনেৰেল, ছলিচিটৰ জেনেৰেল, আৰু উচ্চতম ন্যায়ালয়ৰ সকলো সন্মানীয় ন্যায়াধীশ, বাৰ কাউন্সিলৰ অধ্যক্ষ আৰু সদস্যসকল, বিভিন্ন দেশ আৰু ৰাজ্যৰ প্ৰতিনিধিসকল আৰু সন্মানীয় ভদ্ৰমহিলাসকল!

নতুন দিল্লীত ‘আন্তঃৰাষ্ট্ৰীয় অধিবক্তা সন্মিলন, ২০২৩’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

September 23rd, 10:29 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ‘আন্তঃৰাষ্ট্ৰীয় অধিবক্তা সন্মিলন ২০২৩’ উদ্বোধন কৰে। এই সন্মিলনৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিভিন্ন আইনী বিষয়ৰ ওপৰত অৰ্থপূৰ্ণ আলোচনা আৰু আলোচনাৰ মঞ্চ হিচাপে কাম কৰা, ধাৰণা আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ পোষকতা কৰা আৰু আইনী বিষয়সমূহৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বুজাবুজি শক্তিশালী কৰা।