যশোভূমিক দেশৰ প্ৰতি উৎসৰ্গা আৰু পিএম বিশ্বকৰ্মা আঁচনি মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 17th, 06:08 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ বন্ধুসকল, দেশৰ চুক-কোণৰ পৰা এই ভব্য ভৱনত আহি উপস্থিত হোৱা মোৰ মৰমৰ ভাই-ভনীসকল, দেশৰ ৭০খনতকৈও অধিক চহৰৰ পৰা সংযুক্ত মোৰ সকলো বন্ধু, অন্যান্য মহানুভৱ, আৰু মোৰ পৰিয়ালৰ সদস্যসকল।নতুন দিল্লীত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু বাণিজ্য কেন্দ্ৰ- ‘যশোভূমি’ৰ প্ৰথম পৰ্যায় দেশবাসীৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ
September 17th, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু বাণিজ্য কেন্দ্ৰ-‘যশোভূমি’ৰ প্ৰথম পৰ্যায় দেশবাসীৰ নামত উচৰ্গা কৰে৷ ‘যশোভূমি’ত এটা বিশাল সন্মিলন কেন্দ্ৰ, একাধিক প্ৰদৰ্শনী হলৰ লগতে অন্যান্য সা-সুবিধা আছে। বিশ্বকৰ্মা জয়ন্তী উপলক্ষে পৰম্পৰাগত শিল্পী আৰু কাৰিকৰসকলৰ বাবে ‘পি এম বিশ্বকৰ্মা আঁচনি’ মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে পিএম বিশ্বকৰ্মাৰ ল’গ’, টেগলাইন আৰু পৰ্টেলো মুকলি কৰে। এই উপলক্ষে তেওঁ অলংকৃত ষ্টাম্প শ্বীট, সঁজুলিৰ ই-বুকলেট আৰু ভিডিঅ’ও মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত ১৮গৰাকী হিতাধিকাৰীক বিশ্বকৰ্মা প্ৰমাণ পত্ৰ বিতৰণ কৰে।২৩ তম এছচিঅ’ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 04th, 12:30 pm
আজি ২৩ সংখ্যক এছচিঅ' সন্মিলনত আপোনাক উষ্ম আদৰণি জনাইছো। বিগত দুটা দশকত, এছচিঅ'ই সমগ্ৰ এছিয়া অঞ্চলত শান্তি, সমৃদ্ধি আৰু উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই এলেকাৰ সৈতে ভাৰতৰ হাজাৰ হাজাৰ বছৰ পুৰণি সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কই আমাৰ অংশীদাৰী ঐতিহ্যৰ জীৱন্ত প্ৰমাণ। আমি এই অঞ্চলটোক কেৱল সম্প্ৰসাৰিত চুবুৰীয়া হিচাপেই নহয়, কিন্তু এক সম্প্ৰসাৰিত পৰিয়াল হিচাপে বিবেচনা কৰো।গোৱাত অনুষ্ঠিত ৫৩ সংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ‘ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটী অৱ দ্য ইয়াৰ’ বঁটাৰে সন্মানিত তেলেগু অভিনেতা চিৰঞ্জীৱীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
November 21st, 02:00 pm
গোৱাত অনুষ্ঠিত ৫৩ সংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ‘ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটী অৱ দ্য ইয়াৰ’ বঁটাৰে সন্মানিত তেলেগু অভিনেতা চিৰঞ্জীৱীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।Prime Minister Narendra Modi extends best wishes for IFFI 53
November 18th, 06:15 pm
The Prime Minister of India Narendra Modi has said that IFFI, the International Film Festival of India, promotes an invigorating synergy between delegates from different nations and societies, united by cinema. Describing IFFI as the biggest film festival of India, the Prime Minister expressed confidence that “the interactions within this mini-world congregating at Goa will facilitate deeper understanding and new learnings in the world of art”.