আন্তৰ্জাতিক দুগ্ধ ফেডাৰেচন বিশ্ব দুগ্ধ সন্মিলন ২০২২ৰ উদ্বোধনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 12th, 11:01 am
মই সুখী যে আজি সমগ্ৰ বিশ্বৰ বিশেষজ্ঞ আৰু উদ্ভাৱকসকল ভাৰতত একত্ৰিত হৈছে। ভাৰত চৰকাৰৰ হৈ ভাৰতৰ কোটি কোটি নাগৰিকৰ হৈ বিশ্ব দুগ্ধ সন্মিলনলৈ বিভিন্ন দেশৰ সকলো বিশিষ্ট ব্যক্তিক মই হৃদয়েৰে স্বাগতম জনাইছো। দুগ্ধ খণ্ডৰ সামৰ্থ্যই কেৱল গ্ৰাম্য অৰ্থনীতিক ত্বৰান্বিত কৰাই নহয় বৰঞ্চ ই বিশ্বৰ কোটি কোটি লোকৰ জীৱিকাৰ এক মুখ্য মাধ্যমো। মই নিশ্চিত যে দুগ্ধ খণ্ডৰ সৈতে সম্পৰ্কিত ধাৰণা, প্ৰযুক্তি, দক্ষতা আৰু পৰম্পৰাৰ স্তৰত ইজনে সিজনৰ জ্ঞান বৃদ্ধি আৰু ইজনে সিজনৰ পৰা শিকাত এই সন্মিলনে এক বৃহৎ ভূমিকা পালন কৰিব।PM inaugurates International Dairy Federation World Dairy Summit 2022 in Greater Noida
September 12th, 11:00 am
PM Modi inaugurated International Dairy Federation World Dairy Summit. “The potential of the dairy sector not only gives impetus to the rural economy, but is also a major source of livelihood for crores of people across the world”, he said.