দুৰ্যোগ প্ৰতিৰোধী সহনশীল আন্তঃগাঁথনি সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণ পাঠ
April 04th, 09:46 am
মাননীয় অতিথিসকল, ৰাষ্ট্ৰপ্ৰধান, শিক্ষাবিদ, বাণিজ্যিক প্ৰতিনিধি, আইন প্ৰণেতা আৰু সমগ্ৰ বিশ্বৰ মোৰ মৰমৰ বন্ধুসকল!‘দুৰ্যোগ সহণশীল আন্তঃগাঁথনি নিৰ্মাণ সম্পৰ্কীয় পঞ্চম আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে
April 04th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ‘দুৰ্যোগ সহণশীল আন্তঃগাঁথনি (আইচিডিআৰআই)নিৰ্মাণ সম্পৰ্কীয় ২০২৩ৰ পঞ্চম আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ত ভাষণ দিয়ে।দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিক লৈ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
May 04th, 12:15 pm
দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ চতুৰ্থ সংস্কৰণত আপোনালোকৰ সৈতে যোগদান কৰি মই আনন্দিত। আৰম্ভণিতে, আমি নিজকে মনত পেলাই দিব লাগিব যে বহনক্ষম উন্নয়ন লক্ষ্যৰ গাম্ভীৰ্যপূৰ্ণ প্ৰতিশ্ৰুতি হৈছে কাকো এৰি নিদিয়া। সেয়েহে, আমি আটাইতকৈ দৰিদ্ৰ আৰু আটাইতকৈ দুৰ্বল লোকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ, তেওঁলোকৰ আশা-আকাংক্ষা উপলব্ধি কৰিবলৈ পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি। আৰু, আন্তঃগাঁথনি কেৱল মূলধনসম্পদ সৃষ্টি কৰা আৰু বিনিয়োগৰ ওপৰত দীৰ্ঘম্যাদী লাভ সৃষ্টি কৰাৰ বিষয়ে নহয়।‘ডিজেষ্টাৰ ৰিজেলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ চতুৰ্থ তাঙৰণৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 04th, 10:29 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘ডিজেষ্টাৰ ৰিজেলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ চতুৰ্থ তাঙৰণৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই অধিৱেশনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী সন্মানীয় এমপি, স্কট মৰিছন, ঘানাৰ ৰাষ্ট্ৰপতি মহামহিম নানা এড্ডো ডানকৱৈ একুফো-এড্ডো, জাপানৰ প্ৰধানমন্ত্ৰী মাননীয়, ফিউমিঅ’ কিশ্বিডা আৰু মাডাগাস্কাৰৰ ৰাষ্ট্ৰপতি মহামহিম এণ্ড্ৰী নিৰিনা ৰাজোয়েলিনাইয়ো ভাষণ দিয়ে।প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগ অনুকূল আন্তঃগাঁথনিৰ বাবে একত্ৰীকৰণ (চিডিআৰআই)ৰ বাৰ্ষিক সন্মিলনৰ তৃতীয় সংস্কৰণত দিয়া ভাষণৰ পাঠ
March 17th, 02:36 pm
PM Modi addressed the opening ceremony of International Conference on Disaster Resilient Infrastructure. PM Modi called for fostering a global ecosystem that supports innovation in all parts of the world, and its transfer to places that are most in need.দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আধাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষ
March 17th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি সন্দৰ্ভত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠান ভিডিঅ’ কনফাৰেন্সযোগে সম্বোধন কৰে। এই অনুষ্ঠানত ফিজি, ইটালী আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীসকলো উপস্থিত থাকে। এই সন্মিলনত চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ষ্টেকহোল্ডাৰ, আন্তঃৰাষ্ট্ৰীয় সংগঠন, শিক্ষা প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ বহু বিশেষজ্ঞই অংশগ্ৰহণ কৰে।