দিল্লীৰ গ্ল’বেল বৌদ্ধ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ অসমীয়া অনুবাদ
April 20th, 10:45 am
কেন্দ্ৰীয় কেবিনেট সদস্য শ্ৰী কিৰেন ৰিজিজু জী, জি কিষাণ ৰেড্ডী জী, অৰ্জুন ৰাম মেঘৱাল জী, আন্তৰ্জাতিক বৌদ্ধ কনফেডাৰেচনৰ মহাসচিব মীনাক্ষী লেখী জী, এই কাৰ্যসূচীত উপস্থিত থকা সকলো শ্ৰদ্ধাৰ ভিক্ষু, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু দেশ-বিদেশৰ পৰা অহা সুধীবৃন্দ।নতুন দিল্লীত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 20th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ অশোক হোটেলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ আগবঢ়ায়৷ প্ৰধানমন্ত্ৰী ফটো প্ৰদৰ্শনী প্ৰত্যক্ষ কৰাৰ লগতে বুদ্ধৰ মূৰ্তিত পূষ্পাঞ্জলি অৰ্পণ কৰে৷ তেওঁ লগতে ১৯গৰাকী বিশিষ্ট সন্ন্যাসীক সন্ন্যাসীৰ বস্ত্ৰ(চিভাৰ দানা) প্ৰদান কৰে৷২০ এপ্ৰিলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী পৰ্বত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
April 18th, 10:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ এপ্ৰিল, ২০২৩ৰ পুৱা ১০ বজাত দিল্লীৰ অশোক হোটেলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী পৰ্বত ভাষণ আগবঢ়াব৷প্রধানমন্ত্রীয়ে বুদ্ধপূর্ণিমা উপলক্ষে ভার্চুৱেল ভেসক আন্তর্জাতিক সন্মিলনত মূল ভাষণ দিব
May 25th, 07:05 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বুদ্ধপূর্ণিমা উপলক্ষে ২৬ মে'ৰ পুৱা ৯টা ৪৫ মিনিটত ভার্চুৱেল ভেসক আন্তর্জাতিক সন্মিলনত মূল ভাষণ দিব।Prime Minister to address celebration of Dharma Chakra Day / Asaadh Poornima on July 4, 2020
July 03rd, 05:37 pm
Prime Minister Narendra Modi will deliver a video address on the Dharma Chakra Day to emphasize the teachings of peace and justice of Lord Buddha and the Eight Fold Path shown by him to overcome sufferings of sentient beings.Prime Minister to participate in the Virtual Vesak Global Celebrations on Buddha Purnima, 7th May 2020
May 06th, 08:52 pm
Prime Minister Shri Narendra Modi shall be participating in the Buddha Purnima celebrations tomorrow, 7th May 2020.