Fourth BIMSTEC Summit Declaration, Kathmandu, Nepal (August 30-31, 2018)
August 31st, 12:40 pm
নেপালৰ কাঠমাণ্ডুত বিমষ্টেক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
August 30th, 05:28 pm
সৰ্বপ্ৰথমে মই এই চতুর্থ বিমষ্টেক সন্মিলনৰ আয়োজক দেশ নেপালে এই সন্মিলনৰ সফল আয়োজন কৰাৰ বাবে নেপাল চৰকাৰ আৰু প্রধানমন্ত্রী অ’লীৰ প্রতি আন্তৰিক কৃতজ্ঞতা জনাইছো। যদিও এয়া মোৰ বাবে প্রথম বিমষ্টেক সন্মিলন, কিন্তু ২০০৬ চনত গোৱাত আয়োজিত ব্রিক্ছ সন্মিলনৰ সৈতে বিমষ্টেক ৰিট্রিট অনুষ্ঠানত ভাগ লোৱাৰ সুযোগ পাইছিলো। গোৱাত আমি যি কার্যসূচী প্ৰস্তুত কৰিছিলো, সেই অনুসৰি দলসমূহে প্রশংসনীয়ভাবে পৰৱর্তী পদক্ষেপ আগবঢ়াই নিছে।India will continue to expand and deepen economic engagements with ASEAN: PM Modi
September 08th, 09:51 am
In his closing remarks at the ASEAN summit, PM Modi said that all 3 pillars of our partnership - security, economic & socio-cultural have registered good progress. PM also said that India will continue to expand & deepen its economic engagements with ASEAN.