কেবিনেটে লাডাখত ১৩ গিগাৱাট নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ বাবে গ্ৰীণ এনাৰ্জি কৰিডৰ (জিইচি) দ্বিতীয় পৰ্যায়-আন্তঃৰাজ্যিক ট্ৰেন্সমিচন চিষ্টেম (আইএছটিএছ)ক অনুমোদন জনাইছে
October 18th, 03:27 pm
প্ৰকল্পটো ২০,৭৭৩.৭০ কোটি টকাৰ মুঠ আনুমানিক ব্যয় সাপেক্ষে ২০২৯-৩০ বিত্তীয় বৰ্ষৰ ভিতৰত স্থাপনৰ লক্ষ্য হাতত লোৱা হৈছে আৰু প্ৰকল্পটোৰ ব্যয়ৰ ৪০ শতাংশ অৰ্থাৎ ৮,৩০৯.৪৮ কোটি টকাৰ কেন্দ্ৰীয় বিত্তীয় সাহায্য (চিএফএ) আগবঢ়োৱা হব।