প্ৰধানমন্ত্ৰীয়ে ১২ ডিচেম্বৰত বাৰ্ষিক গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স (জিপিএআই) সন্মিলন উদ্বোধন কৰিব
December 11th, 04:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১২ ডিচেম্বৰত সন্ধিয়া প্ৰায় ৫ বজাত নতুন দিল্লীৰ ভাৰত মাণ্ডপামত গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স (জিপিএআই) শীৰ্ষ সন্মিলন উদ্বোধন কৰিব।প্ৰধানমন্ত্ৰীয়ে ইণ্টেলৰ চিইঅ' পেট জেলছিংগাৰক সাক্ষাৎ কৰে
April 06th, 11:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্টেলৰ মুখ্য কাৰ্যবাহী বিষয়া, পেট জেলছিংগাৰক সাক্ষাৎ কৰে আৰু প্ৰযুক্তি, গৱেষণা তথা উদ্ভাৱন সম্পৰ্কীয় বিষয়ৰ ওপৰত আলোচনা কৰে। তেওঁ ভাৰতৰ প্ৰতি পেট জেলছিংগাৰৰ ইতিবাচক দৃষ্টিভঙ্গীৰো প্ৰশংসা কৰে।ইণ্টেলৰ চিইঅ'ৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
April 13th, 10:08 pm
শ্ৰী মোদীয়ে এটা টুইটত কয়, 'ইণ্টেলৰ চিইঅ' পেট জেলিংগাৰৰ সৈতে বাৰ্তালাপ কৰিলো। মানৱীয় বিকাশক আগবঢ়াই নিয়াত প্ৰযুক্তিৰ ভূমিকা, ডিজিটেল ইণ্ডিয়াৰ প্ৰয়াস আৰু ভাৰতত বিনিয়োগৰ সুযোগৰ ওপৰত ব্যাপক আলোচনা হয়।'India: The “It” Destination for IT Giants
April 03rd, 04:37 pm
The world’s largest tech companies are recognizing the great potential offered by Indian economy with its highly skilled workforce, a thriving business climate and a digital push under PM Modi’s visionary leadership. The top tech organizations are looking to expand their base and be part of India’s growth story.