কেন্দ্রীয় মন্ত্রীসভাই কেন্দ্রশাসিত লাদাখৰ বাবে এটা সুসংবদ্ধ বহু উদ্দেশ্যসাধক নিগম গঠনৰ প্রস্তাব অনুমোদন কৰিছে
July 22nd, 04:24 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাই কেন্দ্রশাসিত লাদাখৰ বাবে এটা সুসংবদ্ধ বহু উদ্দেশ্যসাধক পৰিকাঠামো উন্নয়ন নিগমৰ প্রস্তাব অনুমোদন কৰিছে।