৯ মাৰ্চ ভাৰত আৰু বাংলাদেশৰ মাজত ‘মৈত্ৰী সেঁতু’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
March 07th, 08:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি আগন্তুক ৯ মাৰ্চৰ দুপৰীয়া ১২ বজাত ভাৰত-বাংলাদেশৰ মাজত ‘মৈত্ৰী সেঁতু’ উদ্বোধন কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ একাধিক আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰাৰ উপৰিও আধাৰশিলাও স্থাপন কৰিব।PM inaugurates Integrated Check Post and flags off 1st batch of pilgrims at Kartarpur Sahib corridor
November 09th, 05:22 pm
Prime Minister Narendra Modi inaugurated Integrated Check Post and flagged off first batch of pilgrims at Kartarpur Sahib corridor in Gurdaspur, Punjab today.পঞ্জাৱৰ গুৰদাসপুৰৰ ডেৰা বাবা নানকত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণ
November 09th, 11:13 am
বন্ধুসকল, আজি এই পবিত্ৰ ধৰালৈ আহি মই সঁচাকৈয়ে ধন্য মানিছো। মোৰ পৰম সৌভাগ্য যে মই আজি দেশবাসীক কাৰ্তাৰপুৰ কৰিড’ৰ অৰ্পণ কৰাৰ সুযোগ লাভ কৰিলো। কৰসেৱাৰ সময়ত আপোনালোকে অনুভৱ কৰা অনুভূতিয়েই এই মুহূৰ্তত মোৰো হৈছে। মই আপোনালোকক, সম্পূৰ্ণ দেশবাসীক, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে থকা শিখ ভাই-ভনীসকলক বহুত বহুত অভিনন্দন জ্ঞপন কৰিছো।প্ৰধানমন্ত্ৰীয়ে গুৰু নানক দেৱৰ শিক্ষা আৰু মূল্যবোধক জীয়াই ৰাখিবলৈ আহ্বান জনায়
November 09th, 11:12 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু নানক দেৱজীৰ শিক্ষা আৰু মূল্যবোধ জীয়াই ৰাখিবলৈ সকলোকে আহ্বান জনায়৷ ইণ্টিগ্ৰেটেড চেক প’ষ্ট(আইচিপি) আৰু কাৰ্টাৰপুৰ ক’ৰিডৰ মুকলি অনুষ্ঠান উপলক্ষে ডেৰা বাবা নানকত আয়োজিত বিশেষ অনুষ্ঠানত তেওঁ আজি উপস্থিত আছিল৷ তেওঁ লগতে গুৰু নানক দেৱ জীৰ ৫৫০সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে স্মাৰক মুদ্ৰা মুকলি কৰে৷নেপালৰ প্রধানমন্ত্রীৰ ভাৰত ভ্ৰমণকালত ভাৰত-নেপালৰ যুটীয়া বিবৃতি (৭ এপ্রিল, ২০১৮)
April 07th, 12:29 pm
ভাৰতৰ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ আমন্ত্রণক্ৰমে নেপালৰ প্রধানমন্ত্রী শ্ৰীযুত কে. পি. শর্মা অ’লিয়ে ৬-৮ এপ্রিল, ২০১৮ত ভাৰত ভ্ৰমণ কৰে।Joint dedication of the Petrapole Integrated Check Post (ICP)
July 21st, 08:52 pm
Social Media Corner 21st July
July 21st, 07:23 pm
In India’s development journey, our neighbours play a vital role: PM Modi
July 21st, 04:53 pm
PM Narendra Modi, Bangladesh PM Sheikh Hasina to jointly dedicate Integrated Check Post (ICP) at Petrapole
July 21st, 10:49 am