কমন এলিজিবিলিটি টেষ্ট অনুষ্ঠিত কৰিবলৈ নেশ্যনেল ৰিক্ৰুইটমেন্ট এজেঞ্চী স্থাপনত কেবিনেটৰ অনুমোদন

August 19th, 04:36 pm

কেন্দ্ৰীয় চৰকাৰৰ চাকৰিসমূহৰ নিয়োগ প্ৰক্ৰিয়াটোত ৰূপান্তৰমূলক সংস্কাৰৰ পথ প্ৰশস্ত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে নেশ্যনেল ৰিক্ৰুইটমেন্ট এজেঞ্চী (এনআৰএ) স্থাপনত অনুমোদন জনায়।