৩১.০১.২০২১ তাৰিখে ‘মন কী বাত ২.০’ৰ বিংশতম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত
January 31st, 10:39 am
এই মাহটোত ক্ৰিকেটৰ পথাৰৰ পৰাও ভাল খবৰ পোৱা হৈছে৷ আমাৰ ক্ৰিকেট দলে আৰম্ভণিতে হোৱা সমস্যাৰ পিছত অতুলনীয় প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়াত ছিৰিজ জয় কৰিলে৷ আমাৰ খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম আৰু টীমৱৰ্ক সঁচাকৈয়ে প্ৰেৰণাদায়ী৷ ইয়াৰ মাজতে দিল্লীত ২৬ জানুৱাৰীত ত্ৰিৰংগাৰ অপমান দেখি দেশবাসীয়ে দুখো পালে৷ আমি আগন্তুক সময়ছোৱা নতুন আশা আৰু নৱীনতাৰে পূৰ্ণ কৰিব লাগিব৷ আমি যোৱা বছৰ অসাধাৰণ সংযম আৰু সাহসৰ পৰিচয় দিলো৷ এই বছৰো আমি অধিক পৰিশ্ৰম কৰি নিজৰ সংকল্পসমূহ সিদ্ধ কৰিব লাগিব৷ আমি আমাৰ দেশক ক্ষীপ্ৰ গতিৰে আগুৱাই নিব লাগিব৷প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱ প্ৰজন্মক নিঃস্বাৰ্থ আৰু গঠনমূলকভাৱে ৰাজনীতিলৈ অৱদান আগবঢ়োৱাৰ আহ্বান জনায়
January 12th, 03:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মক নিঃস্বাৰ্থ আৰু গঠনমূলকভাৱে ৰাজনীতিলৈ অৱদান আগবঢ়োৱাৰ আহ্বান জনাইছে। দ্বিতীয় বৰ্ষৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আজি কয় যে ৰাজনীতি হ’ল সমাজলৈ প্ৰকৃত পৰিৱৰ্তন কঢ়িয়াই অনাৰ এক বৃহৎ মাধ্যম আৰু অন্যান্য ক্ষেত্ৰৰ দৰে ৰাজনীতিতো যুৱ প্ৰজন্মৰ উপস্থিতি অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক কয় যে সম্প্ৰতি সৎ ব্যক্তিয়ে ৰাজনীতিৰ ক্ষেত্ৰত সমাজ পৰিৱৰ্তনৰ সুযোগ লাভ কৰিছে। সততা আৰু পাৰদৰ্শিতা এতিয়া সময়ৰ আহ্বান হৈ পৰিছে।প্ৰধানমন্ত্ৰীয়ে স্বামী বিবেকানন্দৰ নেতৃত্ব উপদেশৰ বিষয়ে যুৱ প্ৰজন্মক বৰ্ণনা কৰে
January 12th, 03:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মক স্বামী বিবেকানন্দৰ নেতৃত্বশৈলীৰ উপদেশ অনুসৰণ কৰিবলৈ আহ্বান জনায়। ব্যক্তিবিশেষৰ লগতে প্ৰতিষ্ঠানৰ বিকাশত শ্ৰদ্ধাৰ সন্নাসীগৰাকীৰ অৱদানক স্মৰণ কৰে। দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সাংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে ব্যক্তিবিশেষৰ উন্নয়ন আৰু প্ৰতিষ্ঠান নিৰ্মাণৰ বিভিন্ন চক্ৰ আৰম্ভ কৰাত স্বামী বিবেকানন্দৰ অৱদানৰ বিষয়ে উল্লেখ কৰে।দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ বিদায়ী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 12th, 10:36 am
‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত আজি ‘ভিডিঅ’ কন্ফাৰেন্স’ ব্যৱস্থাৰে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সংসদৰ ‘চেণ্ট্ৰেল হল’ত এই মহোত্সৱ অনুষ্ঠিত হয়। সমাৰোহৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তিনিগৰাকী যুৱকৰ ভাষণো প্ৰধানমন্ত্ৰীয়ে কাণ পাতি শুনে। অনুষ্ঠানটোত অন্যান্যসকলৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীগৰাকীও উপস্থিত থাকে।‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত ভাষণ দিলে প্ৰধানমন্ত্ৰীয়ে
January 12th, 10:35 am
‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত আজি ‘ভিডিঅ’ কন্ফাৰেন্স’ ব্যৱস্থাৰে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সংসদৰ ‘চেণ্ট্ৰেল হল’ত এই মহোত্সৱ অনুষ্ঠিত হয়। সমাৰোহৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তিনিগৰাকী যুৱকৰ ভাষণো প্ৰধানমন্ত্ৰীয়ে কাণ পাতি শুনে। অনুষ্ঠানটোত অন্যান্যসকলৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীগৰাকীও উপস্থিত থাকে।Indian economy is recovering at a swift pace and economic indicators are encouraging: PM Modi
December 12th, 11:01 am
PM Modi addressed 93rd Annual General Meeting of FICCI. In his remarks, PM Modi said the Indian economy is recovering at a swift pace and economic indicators are encouraging. He said the world's confidence in India has strengthened over the past months, record FDIs have been received. Further speaking about the farm reforms, he said, With new agricultural reforms, farmers will get new markets, new options.PM Modi delivers keynote address at 93rd Annual General Meeting of FICCI
December 12th, 11:00 am
PM Modi addressed 93rd Annual General Meeting of FICCI. In his remarks, PM Modi said the Indian economy is recovering at a swift pace and economic indicators are encouraging. He said the world's confidence in India has strengthened over the past months, record FDIs have been received. Further speaking about the farm reforms, he said, With new agricultural reforms, farmers will get new markets, new options.PM to address FICCI’s 93rd Annual General Meeting and Annual Convention on 12th December 2020
December 10th, 07:06 pm
Prime Minister Shri Narendra Modi will deliver the inaugural address at FICCI’s 93rd Annual General Meeting and Annual Convention on December 12, 2020 at 11.00 AM via video conferencing. The Prime Minister will also inaugurate the virtual FICCI Annual Expo 2020.