
আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰৰ কমিচনিং অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 15th, 11:08 am
১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয়। মই দেশখনক ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ জোৱানক প্ৰণাম জনাইছোঁ, ভাৰত মাতাক ৰক্ষাৰ কামত নিয়োজিত প্ৰতিগৰাকী বীৰ পুৰুষ-মহিলাক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰন্টলাইন নেভেলকম্বাটেন্টআইএনএছচুৰাট, আইএনএছনীলগিৰিআৰুআইএনএছবঘশ্বীৰৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
January 15th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ নেভেল ডকয়াৰ্ডত তিনি ফ্ৰন্টলাইন নেভেলকম্বাটেন্ট আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয় আৰু ৰাষ্ট্ৰৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী সাহসী যোদ্ধালৈ প্ৰণাম জনোৱা হয়। এই উপলক্ষে তেখেতে সকলো বীৰ যোদ্ধাকে অভিনন্দন জ্ঞাপন কৰে।
নাইজেৰিয়াত ভাৰতীয় সমুদায়ৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 17th, 07:20 pm
আজি আবুজাৰ পৰিৱেশ সঁচাকৈয়ে বৰ মনোৰম অনুভৱ হৈছে। যোৱা সন্ধিয়াৰ পৰা যিমানখিনি প্ৰত্যক্ষ কৰিছো তাৰ পৰা প্ৰায় এনে লাগিছে যেন মই আবুজাত নহয়, ভাৰতৰ এখন চহৰত আছো। আপোনালোকৰ বহুতেই লাগোছ, কানো, কাডুনা, প’ৰ্ট হাৰক’ৰ্টৰ দৰে বিভিন্ন ঠাইৰ পৰা আহি আপোনাৰ বৈচিত্ৰময় মনোশক্তিবোৰ লগত লৈ আহিছে। আপোনালোকৰ চকুত দেখা উল্লাস আৰু মনৰ পৰা ওলোৱা উষ্মাই ইয়াত থকাৰ আপোনাৰ আগ্ৰহৰ বিষয়ে বহু কথাই কৈ গৈছে। ময়ো আপোনালোক সকলোকে লগ পোৱাৰ এই মুহূৰ্তটোলৈ আগ্ৰহেৰে বাট চাই আছিলো। আপোনালোকৰ মৰম আৰু সস্নেহ মোৰ বাবে অমূল্য, আৰু আপোনাৰ লগত ইয়াত থকা, এই বিনিময় কৰা মুহুৰ্তবোৰ মোৰ হৃদয়ত চিৰদিনৰ বাবে থাকিব।PM Modi addresses Indian community in Nigeria
November 17th, 07:15 pm
PM Modi, addressing the Indian diaspora in Abuja, Nigeria, celebrated India's global progress, highlighting achievements in space, manufacturing, and defense. He praised the Indian community's contributions to Nigeria's development and emphasized India's role as a global leader in welfare, innovation, and peace, with a vision for a Viksit Bharat by 2047.অযোধ্যাত শ্ৰী ৰাম লালাৰ প্ৰাণ-প্ৰতিষ্ঠা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 22nd, 05:12 pm
শ্ৰদ্ধেয় ৰাইজ, শ্ৰদ্ধাৰ প্ৰতিগৰাকী সাধু তথা ঋষিগণ, ইয়াত উপস্থিত আৰু বিশ্বৰ বিভিন্ন স্থানৰ পৰা আমাৰ সকলোৰে সৈতে সংযোজিত হৈ থকা প্ৰতিগৰাকী ৰামভক্ত, আপোনালোক সকলোকে প্ৰমাম, সকলোকে ৰাম ৰাম।প্ৰধানমন্ত্ৰীয়ে অযোধ্যাত নৱ-নিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰত শ্ৰী ৰামলালাৰ প্ৰাণ-প্ৰতিষ্ঠা সমাৰোহত অংশগ্ৰহণ কৰে
January 22nd, 01:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত নৱ-নিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰত শ্ৰী ৰামলালাৰ প্ৰাণ-প্ৰতিষ্ঠা (অভিষেক) সমাৰোহত অংশগ্ৰহণ কৰে। ইয়াত শ্ৰী মোদীয়ে শ্ৰী ৰাম জনমভূমি মন্দিৰ নিৰ্মাণত অৰিহণা যোগোৱা শ্ৰমজীৱীসকলৰ সৈতে মত-বিনিময় কৰে।কেৰালাৰ কোচিত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 17th, 12:12 pm
মই শ্ৰীমান সৰ্বানন্দ সোণোৱালজী, শ্ৰীমান শ্ৰীপদ য়েচো নায়ক জী আৰু আমাৰ সহকৰ্মী শ্ৰীমান ভি মুৰলীধৰণ জী, শ্ৰীমান শান্তনু ঠাকুৰজীৰ দলটোক ধন্যবাদ জনাইছোঁ!PM dedicates to nation infrastructure projects worth more than Rs. 4,000 crores in Kochi, Kerala
January 17th, 12:11 pm
PM Modi inaugurated three major infrastructure projects worth more than Rs 4,000s crore in Kochi, Kerala. The projects being inaugurated today include New Dry Dock at Cochin Shipyard Limited (CSL), International Ship Repair Facility of CSL, and LPG Import Terminal of IOCL at Puthuvypeen, Kochi. These major infrastructure projects are in line with the PM Modi's vision to transform India's ports, shipping, and waterways sector.মহাৰাষ্ট্ৰৰ নাছিকত ‘২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 12th, 01:15 pm
মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী একনাথ শ্বিন্দেজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী অনুৰাগ ঠাকুৰ, ভাৰতী পৱাৰ, নিশিথ প্ৰমাণিক, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিশ, অজিত পৱাৰজী, চৰকাৰৰ অন্যান্য মন্ত্ৰী, গণ্যমান্য ব্যক্তি আৰু মোৰ যুৱ বন্ধুসকল,মহাৰাষ্ট্ৰৰ নাছিকত ‘২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 12th, 12:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ নাছিকত ‘২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ৰ শুভাৰম্ভ ঘোষণা কৰে। শ্ৰী মোদীয়ে স্বামী বিবেকানন্দ আৰু ‘ৰাজমাতা’ জিজাবাইৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে। তেওঁ যুৱক-যুৱতীসকলৰ এক সমদলযাত্ৰা আৰু 'বিকশিত ভাৰত @ ২০৪৭ - যুৱ কে লিয়ে, যুৱ কে দ্বাৰা' বিষয়বস্তু সম্বলিত এক সাংস্কৃতিক কাৰ্যসূচীও প্ৰত্যক্ষ কৰে। এই কাৰ্যক্ৰমত ‘ৰিদমিক জিমনাষ্টিক’, ‘মালখাম্ব’, ‘যোগসান’ আৰু ‘ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ৰ শীৰ্ষগীত অন্তৰ্ভুক্ত আছিল।মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গত নৌসেনা দিৱস ২০২৩ উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 04th, 04:35 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশজী, মুখ্যমন্ত্ৰী একনাথজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী ৰাজনাথ সিংজী, নাৰায়ণ ৰাণেজী, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছজী, অজিত পাৱাৰজী, চিডিএছ জেনেৰেল অনিল চৌহানজী, নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰ, নৌসেনাৰ সকলো সহকৰ্মী আৰু মোৰ পৰিয়ালৰ সদস্যসকল!মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গত নৌসেনা দিৱস, ২০২৩ উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
December 04th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সিন্ধুদুৰ্গত ‘নৌসেনা দিৱস, ২০২৩’ উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। তেখেতে সিন্ধুদুৰ্গৰ তৰকাৰলী সৈকতত অনুষ্ঠিত কৰা জাহাজ, চাবমেৰিন, বিমানৰ ‘অপাৰেচনেল প্ৰদৰ্শন’ও প্ৰত্যক্ষ কৰে। শ্ৰী মোদীয়ে গাৰ্ড অৱ অনাৰো গ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীয়ে ৪ ডিচেম্বৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব
December 02nd, 04:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ ডিচেম্বৰ, ২০২৩ত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে বিয়লি প্ৰায় ৪:১৫ বজাত মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গত উপস্থিত হ’ব আৰু ৰাজকোট গড়ত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি অনাৱৰণ কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে সিন্ধুদুৰ্গত অনুষ্ঠিত হ’বলগীয়া ‘নৌসেনা দিৱস ২০২৩’ সমাৰোহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী তাৰকৰলী সমুদ্ৰ তীৰ, সিন্ধুদুৰ্গৰ পৰা ভাৰতীয় নৌসেনাৰ জাহাজ, ছাবমেৰিন, বিমান আৰু বিশেষ বাহিনীৰ 'পৰিচালন প্ৰদৰ্শন'ৰো সাক্ষী হ’ব।Aatmanirbharta in Defence: India First Soars as PM Modi Takes Flight in LCA Tejas
November 28th, 03:40 pm
Prime Minister Narendra Modi visited Hindustan Aeronautics Limited (HAL) in Bengaluru today, as the state-run plane maker experiences exponential growth in manufacturing prowess and export capacities. PM Modi completed a sortie on the Indian Air Force's multirole fighter jet Tejas.হিমাচল প্ৰদেশৰ লেপচাত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 12th, 03:00 pm
ভাৰত মাতৃৰ জয়গানৰ এই প্ৰতিধ্বনি, ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনীৰ বীৰত্বৰ এই ঘোষণা, এই ঐতিহাসিক ভূমি, আৰু এই পৱিত্ৰ দীপাৱলী উৎসৱ। এইটো এটা আচৰিত সংযোগ, এইটো এটা আচৰিত মিলন। সন্তুষ্টি আৰু আনন্দৰে ভৰা এই মুহূৰ্তটোৱে মোৰ, আপোনালোকৰ লগতে দেশবাসীৰ বাবে দীপাৱলীলৈ নতুন পোহৰ কঢ়িয়াই আনিব বুলি মোৰ বিশ্বাস। যেতিয়া মই আপোনালোক সকলোৰে সৈতে, সকলো দেশবাসীৰ সৈতে, সীমান্তৰ পৰা, শেষ গাঁওখনৰ পৰা, যাক মই এতিয়া প্ৰথম গাঁও বুলি কওঁ, তাত নিয়োজিত আমাৰ নিৰাপত্তা বাহিনীৰ বন্ধুসকলৰ সৈতে যেতিয়া দীপাৱলী উদযাপন কৰি আছোঁ, তেতিয়া সকলো দেশবাসীলৈ দীপাৱলীৰ এই শুভেচ্ছাও বহুত বিশেষ হৈ পৰে। দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু দীপাৱলীৰ শুভেচ্ছা।হিমাচল প্ৰদেশৰ লেপচাত সাহসী জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ
November 12th, 02:31 pm
জোৱানসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দীপাৱলী উৎসৱ আৰু জোৱানসকলৰ সাহসৰ প্ৰশংসাৰ প্ৰতিধ্বনিৰ সমন্বয় দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক উজ্জ্বল মুহূৰ্ত। জোৱানসকলৰবাবেই ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলৰ,দেশৰ অন্তিমখন গাঁওক বৰ্তমান প্ৰথমখন গাঁও বুলি গণ্য কৰা হৈছে।‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন উপলক্ষে কেৱাড়িয়াত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 31st, 10:00 am
আপোনালোক যুৱক-যুৱতী আৰু দুৰন্ত সাহসীসকলৰ এই উৎসাহ হৈছে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ এক বৃহৎ শক্তি। এক প্ৰকাৰে মই মোৰ সন্মুখত এখন ‘মিনি ইণ্ডিয়া’, ‘ক্ষুদ্ৰ ভাৰত’ৰ ৰূপ দেখিবলৈ পাইছো। ৰাজ্য পৃথক, ভাষা পৃথক, পৰম্পৰা পৃথক, কিন্তু ইয়াত উপস্থিত প্ৰতিগৰাকী ব্যক্তি একতাৰ এডাল শক্তিশালী সূতাৰে সংযুক্ত। ভবিলে বহুত যেন লাগে, মালা কিন্তু এডালেইহে। শৰীৰ বহুত, মন কিন্তু এটাহে। ঠিক যেনে দৰে ১৫ আগষ্ট আমাৰ ‘স্বাধীনতা’ উদযাপনৰ দিন, আৰু ২৬ জানুৱাৰী আমাৰ ‘গণৰাজ্য’ উদযাপনৰ দিন, ঠিক তেনেদৰেই ৩১ অক্টোবৰৰ এই দিনটো হৈছে দেশৰ প্ৰতিটো কোণত ‘জাতীয়তাবাদৰ সঞ্চাৰণৰ উৎসৱ’ উদযাপনৰ দিন হৈ উঠিছে।গুজৰাটৰ কেৱাদিয়াত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
October 31st, 09:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকীত উপলক্ষে তেওঁ তেওঁৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে বিএছএফ আৰু বিভিন্ন ৰাজ্যিক আৰক্ষীৰ দলৰ দলৰে গঠিত ৰাষ্ট্ৰীয় একতা দিৱস পেৰেড, মহিলা চিআৰপিএফ বাইকাৰ্ছৰ ডেয়াৰডেভিল শ্ব’, বিএছএফৰ মহিলা পাইপ বেণ্ড, গুজৰাট মহিলা আৰক্ষীৰ নৃত্য প্ৰদৰ্শন, বিশেষ এনচিচি শ্ব’, স্কুল বেণ্ডৰ প্ৰদৰ্শন, ভাৰতীয় বায়ু সেনাৰ ফ্লাই পাষ্ট, সজীৱ গাঁওসমূহৰ অৰ্থনৈতিক জীৱনমুখীতা প্ৰদৰ্শন উপভোগ কৰে৷দিল্লীৰ দ্বাৰকাত বিজয়া দশমী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী ভাষণৰ অসমীয়া অনুবাদ
October 24th, 06:32 pm
মই সমগ্ৰ দেশবাসীক শক্তি উপাসনাৰ উৎসৱ নবৰাত্ৰি আৰু বিজয় উৎসৱ বিজয়া দশমীৰ বহুত বহুত শুভকামনা জনাইছো৷ বিজয়া দশমীৰ এই উৎসৱ অন্যায়ৰ বিৰুদ্ধে ন্যায় বিজয়, অহংকাৰৰ বিপৰীতে বিনম্ৰতাৰ বিজয় আৰু ক্ৰোধৰ ওপৰত ধৈৰ্য্যৰ বিজয়ৰ উৎসৱ। এয়া অত্যাচাৰী ৰাৱণৰ বিৰুদ্ধে ভগৱান শ্ৰীৰামৰ জয়ৰ উৎসৱ। এই অনুভৱেৰে আমি প্ৰতি বছৰে ৰাৱণ দহন কাৰ্যসূচী ৰূপায়ণ কৰোঁ। কিন্তু কেৱল ইমানেই নহয়, এই উৎসৱ আমাৰ বাবে সংকল্পৰো উৎসৱ, আমাৰ সংকল্পৰ পুনৰাবৃত্তিৰো উৎসৱ।PM addresses at Vijaya Dashami celebrations in Dwarka, Delhi
October 24th, 06:31 pm
PM Modi attended Ram Leela at Dwarka in Delhi and saw Ravan Dahan. Addressing on the occasion, the Prime Minister said that Vijaydashimi is a festival of victory of justice over injustice, of humility over arrogance and patience over anger. He said this is also a day of renewing pledges.