4Ps of 'people, public, private partnership' make Surat special: PM Modi

September 29th, 11:31 am

PM Modi laid the foundation stone and dedicated various projects worth more than ₹3400 crores in Surat. Recalling the time during the early decades of this century, when 3 P i.e. public-private partnership was discussed in the world, the PM remarked that Surat is an example of 4 P. “4 P means people, public, private partnership. This model makes Surat special”, PM Modi added.

PM Modi lays foundation stone & dedicates development projects in Surat, Gujarat

September 29th, 11:30 am

PM Modi laid the foundation stone and dedicated various projects worth more than ₹3400 crores in Surat. Recalling the time during the early decades of this century, when 3 P i.e. public-private partnership was discussed in the world, the PM remarked that Surat is an example of 4 P. “4 P means people, public, private partnership. This model makes Surat special”, PM Modi added.

এয়া ডিজিটেল বিপ্লৱ আৰু নতুন প্ৰজন্মৰ উদ্ভাৱনৰ শতিকা : প্ৰধানমন্ত্ৰী মোদী

January 16th, 11:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, বৰ্তমানৰ শতিকাটোক এছিয়াৰ শতিকা হিচাপে পৰিণত কৰিবৰ বাবে বিমষ্টেক দেশবোৰৰ হাতত বৃহৎ সুযোগ আহি পৰিছে। প্ৰকৃততে বিমষ্টেক গোষ্ঠীভুক্ত দেশবোৰত বিশ্বৰ মুঠ জনসংখ্যাৰ এক পঞ্চমাংশই বাস কৰে। আনকি, এই দেশবোৰৰ সম্মিলিত জিডিপি-ৰ পৰিমাণ ৩.৮ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ‘প্ৰাৰম্ভ : ষ্টাৰ্টআপ ইণ্ডিয়া আন্তৰ্জাতিক শীৰ্ষ সন্মিলন’ত ভাষণ প্ৰদান কৰে।

আই আই টি মাদ্ৰাছৰ অভিৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

September 30th, 12:12 pm

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বানৱাৰীলাল পুৰোহিত ডাঙৰীয়া, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এডাপাড্ডি কে. পালানিস্বামী ডাঙৰীয়া, মোৰ সহকৰ্মী ৰমেশ পখৰিয়াল ‘নিশাংকজী’, উপ মুখ্যমন্ত্ৰী অ’ পনীৰছেলভাম ডাঙৰীয়া, আই আই টি মাদ্ৰাছৰ অধ্যক্ষ, প্ৰশাসনৰ সদস্যসকল, সঞ্চালক, এই মহান শিক্ষানুষ্ঠানখনৰ শিক্ষকমণ্ডলী, সন্মানীয় অতিথিসকল আৰু মোৰ যুৱ বন্ধুসকল যি সোণালী ভৱিষ্যতৰ দুৱাৰডলিত থিয় দি আছে৷ আজি ইয়াত উপস্থিত হৈ যথেষ্ট সুখী অনুভৱ কৰিছো৷

আই আই টি মাদ্ৰাছৰ ৫৬তম সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

September 30th, 12:11 pm

প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয়, ‘‘মই সন্মুখত এখন ক্ষুদ্ৰ ভাৰত আৰু নতুন ভাৰতৰ সত্বা দেখিবলৈ পাইছো৷ ইয়াত আছে শক্তি, উদ্দীপনা আৰু ধনাত্মক ভাৱ৷ মই আপোনালোকৰ চকুত ভৱিষ্যতৰ সপোন দেখিবলৈ পাইছো৷ মই আপোনালোকৰ চকুত ভাৰতৰ ভাগ্য দেখিবলৈ পাইছো৷’’ প্ৰতিষ্ঠানটোৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা বিদ্যাৰ্থীসকলৰ অভিভাৱক তথা শিক্ষকসকলক অভিনন্দন প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে সহায়ক কৰ্মচাৰীসকলৰো প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মই সহায়ক কৰ্মীসকলৰ ভূমিকাৰ বিষয়েও আলোকপাত কৰিবলৈ বিচাৰিছো৷তেওঁলোকে নীৰৱে আপোনালোকৰ বাবে খাদ্য প্ৰস্তুত কৰিছে, শ্ৰেণীকোঠা পৰিষ্কাৰকৈ ৰাখিছে, হোষ্টেল পৰিষ্কাৰকৈ ৰাখিছে৷’’

ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

June 06th, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰে মত-বিনিময় কৰে৷ চৰকাৰী আঁচনিৰ বিভিন্ন উপভোক্তাৰ সৈতে এয়া হ’ল প্ৰধানমন্ত্ৰীৰ ক্ৰমাগত চতুৰ্থটো মত-বিনিময় অনুষ্ঠান৷