নতুন দিল্লীৰ এইমছৰ ঝাজ্জৰ চৌহদত ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ইনফোচিছ ফাউণ্ডেচন বিশ্ৰাম সদনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

October 21st, 10:31 am

উপস্থিত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টৰজী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডব্য জী, কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ডাঃ ভাৰতী পাৱাৰ জী, হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী অনিল বীজ জী, ইনফোছিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষা শ্ৰীমতী সুধা মূৰ্তি জী, সংসদত মোৰ সতীৰ্থগণ, উপস্থিত সকলো বিষয়া আমোলা, অভ্যাগত তথা মোৰ আদৰৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ঝাজ্জৰ চৌহদত ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ইনফোচিছ ফাউণ্ডেচন ৰেষ্ট হাউচ উদ্বোধন কৰে

October 21st, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (এইমছ) ঝাজ্জৰ চৌহদৰ ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ইনফ'চিছ ফাউণ্ডেচন বিশ্ৰাম গৃহ উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীয়ে ২১ অক্টোবৰত নতুন দিল্লীৰ এইমছৰ ঝাজ্জৰ কেম্পাছত নেচনেল কেঞ্চাৰ ইনষ্টিটিউটত ইনফছীছ ফাউণ্ডেশ্যন বিশ্ৰাম সদন উদ্ঘাটন কৰিব

October 20th, 04:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ অক্টোবৰ, ২০২১ত পুৱা ১০:৩০ বজাত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে নতুন দিল্লীৰ এইমছৰ ঝাজ্জৰ কেম্পাছত নেচনেল কেঞ্চাৰ ইনষ্টিটিউট (এনচিআই)ত ইনফছীছ ফাউণ্ডেশ্যন বিশ্ৰাম সদন উদ্ঘাটন কৰিব, আৰু ইয়াৰ পিছতে এই উপলক্ষে তেওঁ ভাষণ দিব।